Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পুনৰোজ্জীৱিত নহ’লে জাগীৰোডৰ কাগজ কল দখলৰ মুকলি হুংকাৰ

publisher by publisher
September 12, 2020
in Assam, News
Reading Time: 1 min read
0
পুনৰোজ্জীৱিত নহ’লে জাগীৰোডৰ কাগজ কল দখলৰ মুকলি হুংকাৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Assam Ministers lost his constituency: সমষ্টি হেৰুৱালে ৰাজ্যৰ ৰাজনীতিৰ ডেৰকুৰি ৰথী-মহাৰথীয়ে

Assam State Zoo:অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ৮০ টা জন্তু বিভিন্ন ৰাজ্যলৈ স্থানান্তৰ :বনমন্ত্ৰী

Lachit Barphukan Portal : লাচিত বৰফুকন প’ৰ্টেল-এপ মুকলি

ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণে দেউলীয়া ঘোষণা কৰাৰ পূৰ্বে নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ পুনৰোজ্জীৱিতকৰণৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰিলে জাগীৰোডৰ কাগজ কল দখল কৰিব ৰাজ্যৰ উদ্যোগ বচাওক,শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিয়ে।

ADVERTISEMENT

এক সংবাদমেলত এই কথা সদৰী কৰি যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক পংকজ কুমাৰ দাসে কয় যে দেশ বিদেশৰ উদ্যোগীক আকৰ্ষণৰ বাবে “এডভান্টেজ অসম” ৰ আয়োজন কৰি চমক সৃষ্টি কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে চূড়ান্ত অনীহা  তথা অৱহেলাৰ বাবে ইটোৰ পিছত সিটো উদ্যোগ বন্ধ হৈ গৈছে। অহা ১৪ ছেপ্টেম্বৰৰ ভিতৰত যদি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কলৰ পুনৰোজ্জীৱিতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ নকৰে এন চি এল টিয়ে সিদিনাই অসম গৌৰৱ কাগজ কল দুটা দেউলীয়া ঘোষণা কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰক দাবী জনোৱা হৈছে। অন্যথা আগন্তুক দিনত অকুপায় জাগীৰোডৰ দৰে কৰ্মসূচী গ্ৰহণ কৰাৰ হুংকাৰ দি তেওঁ কয় যে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰোজ্জীৱিত কৰাটো আছিল বিজেপিৰ অন্যতম লক্ষ্য।ইয়াৰ আধাৰতে কেন্দ্ৰীয় চৰকাৰে হিন্দুস্থান পেপাৰ কৰ্প’ৰেচনৰ কাগজ কল দুটাৰ পুনৰোজ্জীৱিতকৰণৰ বাবে ২০১৫ ৰ পৰা ২০১৮ ৰ ভিতৰত মুঠ ৪,১৪১ কোটি টকা মোকলাই দিয়া বুলি কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰীয়ে ২০১৯ ৰ লোকসভাত ঘোষণা কৰে।

কিন্তু উক্ত ধনৰাশি ক’ত কেনেদৰে ব্যয় হ’ল সেই সম্পৰ্কত কোনো তথ্য নাই ।উদ্যোগ বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ১৯০০কোটি টকাৰ পেকেজ ঘোষণা কৰে। এই পেকজৰ ধন আজিলৈকে মোকলাই নিদিলে চৰকাৰে ।অথচ ভোটৰ স্বাৰ্থত ড° হিমন্ত বিশ্ব শৰ্মাই সাঁচি ৰখা ধনৰ পৰা ২১০ কোটি টকা ধাৰ্য কৰি অৰুণোদয় আঁচনিৰ জৰিয়তে ১৭ লাখ দুশ কোটি টকা বিনিয়োগ কৰিব পাৰে ।তেনেস্থলত কাগজ কল দুটা পুনৰোজ্জীৱিত কৰিব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে ।

কোটি কোটি টকা ব্যয় সাপেক্ষে এডভান্টেজ অসম”ৰ আয়োজনেৰে সৃষ্টি কা চমক প্ৰহসনত পৰিণত হোৱা বুলি উল্লেখ কৰি এপল’ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক দুৰ্গাৰাম হালৈয়ে কয় যে ৰাজ্যৰ পুৰণি উদ্যোগসমূহি যদি জীয়াই ৰাখিব নোৱাৰে তেন্তে কোটি কোটি টকা ব্যয় সাপেক্ষ এডভান্টেজ অসমৰ আয়োজন কৰাৰ অৰ্থই হ’ব নোৱাৰে ।

ইফালে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি চাহ শ্ৰমিকসকলক নূন্যতম দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি নকৰাৰ বাবে চাহ শ্ৰমিকসকলে প্ৰতিমাহে ৭২০ টকাকৈ হেৰুৱাব লগা হৈছে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীত চাহ শ্ৰমিক বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে অহা ৩০ ছেপ্টেম্বৰত আহ্বান জনোৱা বাগিচা ধৰ্মঘট কাৰ্যসূচীলৈ উদ্যোগ বচাওক,শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ পূৰ্ণ সমৰ্থন থকা বুলি উল্লেখ কৰে অন্যতম আহ্বায়ক বিবেক দাসে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chandra Mohan Patowary
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d