Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

ৰিয়া চক্ৰৱৰ্তীৰ সন্দৰ্ভত বলীউডৰ বহু ৰথী মহাৰথীৰ সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ

publisher by publisher
September 15, 2020
in Crime, News
Reading Time: 1 min read
0
ৰিয়া চক্ৰৱৰ্তীৰ সন্দৰ্ভত বলীউডৰ বহু ৰথী মহাৰথীৰ সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

ৰূপালী পৰ্দাত দেখা যাব সুশান্ত সিং ৰাজপুত-ৰিয়া চক্ৰৱৰ্তীৰ প্ৰেম! 

Sushant Singh Rajput : সুশান্ত সিং ৰহস্যত বিৰাট চমক !

Sushant singh Rajput : সুশান্তৰ ভাড়াঘৰক লৈ সমস্যাত মালিক, আঢ়ৈ বছৰে নাই ভাড়াতীয়া

অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীক NCB, CBI আৰু EDয়ে জেৰা অব্যাহত ৰাখিছে ৷ সেই সময়তে বিগত সময়ত ৰিয়া চক্ৰৱৰ্তীক সংবাদমাধ্যমে কৰা ব্যৱহাৰক লৈ দেশৰ বহু সংগঠন আৰু বহু লোকে সংবাদমাধ্যমলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

ADVERTISEMENT

পত্ৰত লিখিছে “মৰমৰ সংবাদ মাধ্যম, যেতিয়া আমি সংবাদ মাধ্যমক ৰিয়া চক্ৰৱৰ্তীক কৰা ব্যৱহাৰ দেখো । আমি বুজি নাপাও যে সংবাদ মাধ্যমৰ নৈতিকতা ক’ত গ’ল ? আপোনালোকে এগৰাকী মহিলাৰ শ্লীলতা, গৰিমা অটুত ৰখাৰ পৰিৱৰ্তে কেমেৰা লৈ ৰিয়াৰ ওপৰত আক্ৰমণ কৰিবলৈহে গৈছে । আপোনালোকে ৰিয়াক অভিযুক্ত কৰিবলৈ দিনে-ৰাতিয়ে কাম কৰি আছে। আৰু ‘ৰিয়াক অভিযুক্ত কৰক’ নামেৰে এখন নাটক হৈ আছে ।”

ৰিয়া চক্ৰৱৰ্তীৰ সন্দৰ্ভত লিখা এই পত্ৰখনত ৬০ টা সংগঠন আৰু ২৫০০ জন লোকে হস্তাক্ষৰ কৰিছে । এই পত্ৰখন ১৪ ছেপ্টেম্বৰত medium.com ত ফেমিনিষ্ট ৱাইচেচ একাউণ্টৰ পৰা প’ষ্ট কৰা হৈছে । এই পত্ৰখনত হস্তাক্ষৰ কৰা লোকসকলৰ ভিতৰত আছে জ’য়া আখতাৰ, সোনম কাপুৰ, গৌৰি চিন্দেৰ লগত আন বহু লোক ।

পত্ৰখনত লিখা আছে যে “আমি ছলমান খান বা সঞ্জয় দত্তৰ সন্দৰ্ভত দয়ালু আৰু সন্মানজনক ভাবধাৰা প্ৰকাশ কৰো । কিন্তু যেতিয়া এগৰাকী মহিলাৰ কথা আহে বা সেই মহিলাগৰাকীয়ে অপৰাধ কৰিছেনে নাই সেয়া এতিয়ালৈকে প্ৰমাণো হোৱা নাই, আপোনালোকে তেওঁৰ চৰিত্ৰৰ ওপৰত বাৰে বাৰে প্ৰশ্ন কৰিছে । তেওঁৰ পৰিয়ালক লক্ষ্য কৰি ছ’চিয়েল মিডিয়াত উচতনি দিছে  আৰু মহিলাগৰাকীৰ গ্ৰেপ্তাৰ হোৱাক নিজৰ জয় বুলি ভাবিছে ৷  এইয়া কেনেধৰণৰ জয়?”

উল্লেখযোগ্য যে NCB য়ে সুশান্তৰ সন্দৰ্ভত মাদক দ্ৰব্য সেৱন আৰু আন বিভিন্ন দিশৰ পৰা কৰা তদন্তত ৰিয়া চক্ৰৱৰ্তী গ্ৰেপ্তাৰ হয় । আৰু ৰিয়া ভায়খলা কাৰাগাৰত আছে । NCB য়ে ৰিয়াক ড্ৰাগছ ছিণ্ডিকেটৰ সক্ৰিয় সদস্য বুলি মন্তব্য কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Rhea ChakrabortySushant Singh Rajput
publisher

publisher

Related Posts

৮৫০ কোটিৰ উৰণীয়া সেতুৰ তলত জৰাজীৰ্ণ পথ, বিপাঙত গুৱাহাটীবাসী
Assam

September 27, 2026
গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d