Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

মহাৰাষ্ট্ৰ চৰকাৰ আৰু বলীউডৰ লগত হোৱা বিতৰ্কই প্ৰভাৱ পেলাব নেকি কংগনাৰ কেৰিয়াৰত ?

publisher by publisher
September 19, 2020
in Entertainment, News
Reading Time: 1 min read
0
মহাৰাষ্ট্ৰ চৰকাৰ আৰু বলীউডৰ লগত হোৱা বিতৰ্কই প্ৰভাৱ পেলাব নেকি কংগনাৰ কেৰিয়াৰত ?
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

ডেটিং এপ প্রসংগত মন্তব্য কংগনাৰ

Kangana Ranaut Slapped With ₹40 Crore Defamation Notice For Sharing Rahul Gandhi’s Morphed Photo With Skull Cap, Cross:ৰাহুলৰ ছবি বিকৃত কৰি ধৰ্মীয় উপহাসৰ কাৰণত কংগনাৰ বিৰুদ্ধে ৪০ কোটি টকাৰ মানহানি গোচৰ

Zeenat Aman : সামাজিক মাধ্যমত আহিয়ে কি ক’লে ‘সত্যম শিবম সুন্দৰম ‘ ৰ জনপ্ৰিয় অভিনেত্ৰী জিনাতে ?

মায়ানগৰী মুম্বাইক “পাকিস্তান”বুলি কৈ বলীউডৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰৰ ৰোষত পৰা কংগনা ৰণৌট একেৰাহে বিতৰ্কত সোমাই পৰিছে ৷কংগনাক যেন বিতৰ্কই লগেই নেৰিব। কংগনা সম্প্ৰতি আছে “মানালী”ত ৷কাৰণ মানালী হৈছে কংগনাৰ জন্মভূমি।

ADVERTISEMENT

কিন্তু জন্মভূমি মানালী হ’লেও উভতি পুনৰ মুম্বাইলৈকে আহিব লাগিব কংগনা ৷ কাৰণ মুম্বাই কংগনাৰ কৰ্মভূমি ।কংগনাৰ ছবি “তেজছ,ধাকড়,থলাইবী আৰু ইমলী মুক্তিৰ অপেক্ষাত আছে ৷ছবি সমীক্ষক অতুল মোহনৰ মত অনুসৰি কংগনাৰ সকলো ছবি মেকিং,মাৰ্কেটিং আদি সকলো মিলাই ৬০-৭০ কোটি টকালৈ বৃদ্ধি পায় ।

ইফালে শিৱসেনাৰ লগত বিবাদ হোৱাৰ পাছত মহাৰাষ্ট্ৰত কংগনাৰ ছবিসমূহৰ বিৰোধ হ’ব পাৰে ৷কিন্তু বলীউডত ইয়াৰ প্ৰভাৱ নপৰে ।অতুল মোহনৰ মতে “কংগনাই পূৰ্বৰে পৰা জানিছিল যে বৃহৎ প্ৰডাকচন হাউচে তেওঁক কাম নিদিয়ে। সেয়েহে কংগনাই নিজৰ প্ৰডাকচন হাউচৰ কাম আৰম্ভ কৰিলে ৷লগতে কোনো ধৰণৰ ডাঙৰ ছবি নিৰ্মাতাৰ সহায় নোলোৱাকৈ কংগনাই অকলেই ছবি নিৰ্মাণ কৰিব বিচাৰে ৷কাৰণ কংগনা কাৰো ওপৰত নিৰ্ভৰ কৰি আগুৱাই যাব নিবিচাৰে ৷”

ইপিনে স্থাৱৰ আৰু অস্থাৱৰ সম্প্ৰতিৰ ভিতৰত কংগনা সম্পত্তিৰ পৰিমাণ হ’ব ৯৬ কোটিতকৈ অধিক ।এই সম্পত্তিৰ ভিতৰত আছে কংগনাৰ তিনিটা ঘৰ অন্তৰ্ভুক্ত হৈ আছে ৷

বলীউডৰ সকলোতকৈ বেছি পাৰিশ্ৰমিক লোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম হৈছে কংগনা ৰণৌট ৷ছবি সমীক্ষক অতুল মোহনৰ মতে,কংগনাই এখন ছবিৰ বিনিময়ত পাৰিশ্ৰমিক লয় ১৭-১৮ কোটি টকা ।আহিবলগীয়া ছবি “ধাকড়”ৰ কাৰণে কংগনাই লৈছে ২১ কোটি টকা। জয়াললিতাৰ বায়’পিক থলাইবী”কাৰণে কংগনাই লৈছে ২১-২২ কোটি টকা ।কংগনাৰ পিছতে দীপিকা পাডুকনে পাৰিশ্ৰমিক হিছাপে লয় ১১-১২ কোটি টকা।

২০১৩ত কংগনাই আৰ্কিড ব্ৰীজ নামৰ মুম্বাইৰ খাৰত তিনি ফ্লেট ক্ৰয় কৰিছিল ৷ফ্লেট নম্বৰ ৫০১,৫০২ আৰু ৫০৩ ৷ এই ফ্লেটকেইটা কংগনাই ক্ৰমে ৫.৫০ কোটি,৫.২৫ কোটি আৰু ৩.৩৫ কোটি টকাৰে মুঠ মূল্য হ’ব ১৪ কোটি টকা ।ইয়াৰ পিছত ২০১৭ ত কংগনাই পালীহিলত তিনি মহলীয়া এটা বাসগৃহ ক্ৰয় কৰে।

ইয়াৰ কাৰণে কংগনাৰ দিছিল ২০ কোটি টকা ।এই ঘৰটো কংগনাই কাৰ্যালয় আৰু ষ্টুডিয়লৈ পৰিৱৰ্তন কৰে ৷এই ঘৰটোৰ নাম ৰাখে মণিকৰ্ণিকা ৷এই ঘৰটোক ক্ৰয় কৰাৰ পৰা নিৰ্মাণ কৰালৈকে ৪৮ কোটি টকা ব্যয় কৰে কংগনাই। আনহাতে কংগনাৰ মানালীস্থিত বাসগৃহটোৰ মূল্য হয় গৈ ৩০ কোটি ৷কাৰণ বাসগৃহটো ১০ কোটিত ক্ৰয় কৰিছিল যদিও কংগনাই পুনৰ নিৰ্মাণ কৰাত ২০ কোটি ব্যয় কৰে ৷

উল্লেখযোগ্য যে কংগনাই ২১ বছৰতে ক্ৰয় কৰে BMW ৭ ৷২০০৮ ত ক্ৰয় কৰা এই বাহনখনৰ মূল্য আজিৰ তাৰিখত হ’ব ১.৩৫ কোটিৰ পৰা ২.৪৪ কোটি টকা। ইয়াৰ পাছত ২০১৯ ত জাজমেন্টেল হ্যে ক্যিয়া”মুক্তিৰ পাছত ক্ৰয় কৰি মাৰ্চিডিছ ৷

ইপিনে কংগনা ৰনৌট বলীউডৰ লগত বিভিন্ন বিতৰ্কত সূত্ৰপাত হ’লেও বিশেষ একো ক্ষতিৰ সন্মুখীন নহয় বুলি মন্তব্য কৰিছে ছবি সমালোচকসকলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Indian ActressKangana Ranaut
publisher

publisher

Related Posts

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য
India

September 24, 2026
Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক
India

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

September 24, 2026
CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

September 24, 2026
Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d