Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা আঁতৰিল চাউল-দাইল-আলু-পিঁয়াজ

publisher by publisher
September 23, 2020
in India, News, Politics
Reading Time: 1 min read
0
অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা আঁতৰিল চাউল-দাইল-আলু-পিঁয়াজ
5
SHARES
51
VIEWS
ShareShareShareShare

RelatedPosts

ৰাতিহে সাত হাল বায়!বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়িকাৰ সংখ্যা মাথোঁ ১০ শতাংশহে

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

এজনো কেবিনেট মন্ত্রী উপস্থিত নথকাত ১০ মিনিট স্থগিত ৰাজ্যসভা

চাউল-দাইল-আলু-পিয়াঁজৰ দৰে খাদ্য সামগ্ৰীও অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাদ দিলে চৰকাৰে ৷কৃষি আইনক কেন্দ্ৰ কৰি প্ৰতিবাদ বিক্ষোভ অব্যাহত থকাৰ মাজতেই আন এখন কৃষিভিত্তিক বিধেয়ক ৰাজ্যসভাত গৃহীত হ’ল ৷

ADVERTISEMENT

প্ৰায় চাৰে ছটা দশকৰ পুৰণি অত্যাৱশ্যকীয় পণ্য আইনৰ সংশোধনী গৃহীত কৰালে কেন্দ্ৰই। যোৱা ১৫ ছেপ্টেম্বৰত লোকসভাত এই বিধেয়ক গৃহীত হৈছিল। ইয়াৰ পাছত ৰাজ্য সভাত ধ্বনি ভোটত এই বিধেয়কখন গৃহীত হয়। এই বিধেয়কত চাউল,দাইল,আলু,পিঁয়াজ,খোৱা তেল,তৈলবীজৰ দৰে কৃষিজাত পণ্যসমূহক অত্যাৱশ্যকীয় পণ্যৰ আওতাৰ পৰা বাদ দিয়া হৈছে।

ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলেই এই বিধেয়ক আইনত পৰিণত হ’ব। তেতিয়াৰ পৰা এইসমূহ কৃষিজাত পণ্যত চৰকাৰৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকিব ৷ লগতে উঠি যাব পণ্য মজুতৰ উৰ্ধ্বসীমাও ৷কেন্দ্ৰৰ তৰফৰ পৰা দাবৱ কৰা হৈছে যে নতুন আইনৰ বাবে দেশৰ কৃষি ক্ষেত্ৰলৈ দেশী বিদেশী বৃহৎ কোম্পানীৰ বিনিয়োগ আহিব ।

উল্লেখযোগ্য যে ১৯৫৫ ত দেশত অত্যাৱশ্যকীয় পণ্য আইন প্ৰৱৰ্তন হৈছিল। সেই আইন সংশোধনৰ সূত্ৰপাত হৈছিল কৰ’নাৰ মোকাবিলাত প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰত অভিযান প্ৰকল্প ঘোষণাৰ সময়ত ৷যোৱা পাঁচ জুনত কেন্দ্ৰই সংক্ৰান্তীয় অধ্যাদেশ জাৰি কৰিছিল ।সেই সংশোধনীয়েই এতিয়া ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতি স্বাক্ষৰৰ অপেক্ষাত ।ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলেই আইনত পৰিণত হ’ব আৰু সংশোধিত হ’ব ১৯৫৫ ৰ অত্যাৱশ্যকীয় পণ্য আইন ।

এই সন্দৰ্ভত কেন্দ্ৰীয় ক্ৰেতা,সুৰক্ষা,খাদ্য আৰু ৰাজহুৱা বন্টন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী দানভে ৰাওচাহেব দাদাৰাৱে কয়”আইন সংশোধনী কাৰ্যকৰী হ’লে কৃষকসকলে ফচল উৎপাদন,মজুত,পৰিবহন,বন্টন আৰু বিক্ৰীৰ স্বাধীনতা লাভ কৰিব ।

সমান্তৰালকৈ কৃষিক্ষেত্ৰত বিপুল বিনিয়োগৰ দুৱাৰ মুকলি হ’ব। সংশোধনীত সামগ্ৰী মজুতৰ উৰ্ধ্বসীমাও প্ৰত্যাহাৰ কৰা হৈছে। ইপিনে চৰকাৰী পক্ষই যুক্তি দৰ্শাইছে যে ১৯৫৫ ত আইন প্ৰণয়নৰ সময়ত দেশত খাদ্য সংকট হৈছিল ৷বিদেশৰ পৰা আমদানি কৰিবলগীয়া হৈছিল ৷কিন্তু দেশত উৎপাদন বহুগুণে বৃদ্ধি পাইছে।

আমদানিৰ পৰিৱৰ্তে ভাৰতে সম্প্ৰতি খাদ্যশস্য ৰপ্তানি কৰে ৷প্ৰতি বছৰে খাদ্য ৰাহি হৈ থাকে ৷কোনো কোনো সত্ৰত উৎপাদন বেছি হ’লে কৃষকসকলে লোকচান ভৰিবলগীয়া হয়। এইবোৰ কাৰণতে অত্যাৱশ্যকীয় পণ্য আইনলৈ পৰিৱৰ্তন অনাটো প্ৰয়োজনীয় হৈ পৰিছিল বুলি মন্ত্ৰীজনে কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Farm BillParliamentRajya Sabha
publisher

publisher

Related Posts

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!
India

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!

September 11, 2026
ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত
India

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

September 11, 2026
অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান
Assam

অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

September 11, 2026
ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন
India

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d