Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News City

গুণ্ডাকৰ নিদিলে ছয়মাইলৰ বজাৰেই উৎখাতৰ ভাবুকি

publisher by publisher
September 23, 2020
in City, News
Reading Time: 1 min read
0
গুণ্ডাকৰ নিদিলে ছয়মাইলৰ বজাৰেই উৎখাতৰ ভাবুকি
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

ৰাজ্যত ক্ৰমে অস্তিত্বহীন হৈ পৰা চৰকাৰৰ কাৰ্যকালত চৌদিশে বিৰৰজ কৰিছে চৰম অৰাজকতা ৷সেয়েহে ছিণ্ডিকেট,চেকগেট আদি উৎখাতৰ শ্ল’গান দিয়া চৰকাৰৰ নাকৰ তলতে চলিছে সকলো ধৰণৰ অবৈধ কাৰ্য ।চৰকাৰৰ পৃষ্ঠপোষকতাত চলা এনে কাৰ্যৰ নতুন সংযোজন হ’ল দিছপুৰৰ গাতে লাগি থকা ছয়মাইলৰ বজাৰত চলা গুণ্ডাৰাজ।

ADVERTISEMENT

লক্ষ্যণীয়ভাৱে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ বজাৰখনত যোৱা ৮ আগষ্টৰ পৰা বলপূৰ্বকভাৱে ধন আদায় কৰি অহাৰ প্ৰতিবাদত ব্যৱসায়ীসকলে ৪৮ ঘন্টা ব্যৱসায় বন্ধ কৰিব লগা হয় ।কিন্তু এই বিষয়ে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰে নিগমৰ আয়ুক্তই ।

দৈনিক অগ্ৰদূত”ৰ পৰা বজাৰখনত সৃষ্টি হোৱা অচলাৱস্থাৰ সন্দৰ্ভত মতামত বিচৰাত আয়ুক্ত দেৱজ্যোতি হাজৰিকাই কয়”মই এই বিষয়ে নাজানো।”জি এম চিৰ মুৰব্বী হিচাপে যদি আয়ুক্তয়েই এই বিষয়ে নাজানে তেন্তে কোনে জানিব? আয়ুক্তজনৰ স্থিতিয়ে ইয়াকেই স্পষ্ট কৰি দিছে যে চৰকাৰত সম্প্ৰতি অৰাজকতাই ছানি ধৰিছে ৷সেইবাবেই য’তে ত’তে গঢ়ি উঠিছে বেআইনী কাৰ্যৰ ঘাটি,চৰকাৰৰো ইয়াত পৃষ্ঠপোষকতা থকা বাবে অবৈধ কাৰ্য বন্ধ অথবা নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা নলয়।

প্ৰসংগক্ৰমে ছয়মাইলৰ বজাৰত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত GMC ৰ বজাৰ শাখাৰ বিষয়াই মন্তব্য কৰে বহু কথা তেওঁলোকৰ ওপৰত নচলে ৷”ওপৰৰ পৰা যি কৰিবলৈ ক’ব আমি তাক কৰিবলৈ বাধ্য৷অথচ জানো যে ওপৰৰ নিৰ্দেশবোৰৰ বহুত নিয়মৰ বাহিৰৰ “৷ এইদৰে অসহায়ভাৱে কয় বিষয়াৰ সূত্ৰটোৱে৷ তেনে অসহায়তা অকৰ্মণ্যতাই স্পষ্ট হয় ছয়মাইল বজাৰখনত ৷

এই সন্দৰ্ভত বজাৰখনত পাচলি ব্যৱসায়ী ৰাজীৱ ডেকাই কয় যে প্ৰতিনিধিজনেও বজাৰখন লেছীৰ হাতলৈ গৈছে হাতলৈ গৈছে নে নাই তাৰ কোনো তথ্য প্ৰদৰ্শন কৰিব নোৱাৰিলে। বৰঞ্চ ওলোটাই উচ্চেদৰহে কথা কয়৷ ডেকাই কয়”মধ্যস্থতাকাৰীৰ পৰামৰ্শ অনুসৰি আমি GMCয়ে লোৱাৰ দৰে ৫০ টকাৰ পৰিৱৰ্তে এশ টকা দিবলৈ সাজু আছো ৷শেষত মধ্যস্থতাকাৰীৰ অনুৰোধ মৰ্মে একাংশ পাচলি ব্যৱসায়ীয়ে ডেৰশ টকা দিবলৈও মান্তি হয় ৷

কিন্তু তৎস্বত্বেও আমি আদায় দিয়া মাচুলৰ বিনিময়ত কোনো ৰছিদ দিয়া নহয় বুলি আমাক কৈছে ।”প্ৰসংগক্ৰমে বজাৰখনৰ একাংশ ব্যৱসায়ীয়ে অভিযোগ কৰে যে নিয়মমতে বজাৰখন লেছীক দিবই নোৱাৰি ৷কাৰণ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত “ভেণ্ডিং জোন” হিচাপে বজাৰখন উৰণীয়া সেতুৰ তলত বহাত প্ৰশাসনে অনুমতি দিয়ে যদিও নথিপত্ৰত এই পৰ্যন্ত ভেণ্ডিং জ’ন হোৱা নাই।

কাৰণ তাৰ বাবে যান বাহন আৰক্ষীয়ে আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়া নাই ।বজাৰখন বহিলে যানজঁটৰ সৃষ্টি হোৱাৰ কাৰণ দৰ্শাই যানবাহন আৰক্ষী তেনে প্ৰমাণপত্ৰ দিয়াৰ পৰা বিৰত আছে ।গতিকে GMC য়ে মাচুল আদায় কৰিলেও বজাৰখন লীজত দিব নোৱাৰে ৷ইমানৰ পাছতো GMC কৰ্তৃপক্ষই বিষয়টোক লৈ প্ৰকাশ কৰা অজ্ঞতা ৰহস্যজনক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamGMCGuwahati
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d