Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

২৫ বছৰ সম্পূৰ্ণ কৰিলে দিলৱালে দুলহনীয়া লে জায়েংগেই

publisher by publisher
October 20, 2020
in Entertainment, India, News
Reading Time: 1 min read
0
২৫ বছৰ সম্পূৰ্ণ কৰিলে দিলৱালে দুলহনীয়া লে জায়েংগেই
7
SHARES
70
VIEWS
ShareShareShareShare

RelatedPosts

ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

চর্তসাপেক্ষে ‘ডন’ ফ্রেঞ্চাইজিলৈ উভতিব শ্বাহৰুখ

শ্বাহৰুখতকৈ অধিক ধনাঢ্য ফিজিক্সৱালা অলখ, এবছৰত ২২৩ শতাংশ সম্পত্তি বৃদ্ধি

১৯৯৫ ত মুক্তি পোৱা বলীউডৰ জনপ্ৰিয় ছবি দিলৱালে দুলহনীয়া লে জায়েংগেই আজি ২৫ বছৰ সম্পূৰ্ণ কৰিলে ৷এই ছবিখনৰ জৰিয়তে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু কাজলক এদিনৰ ভিতৰতে ষ্টাৰৰ পৰা ছুপাৰষ্টাৰলৈ পৰিৱৰ্তন কৰিছিল।

ADVERTISEMENT

কিন্তু আপুনি জানেনে শ্বাহৰুখ আৰু কাজলে প্ৰথমতে DDLJ ত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোক দুয়োজনেই এই ছবিখনক লৈ উৎসাহিত নাছিল। শ্বাহৰুখ খানে DDLJ ৰ ৰাজৰ চৰিত্ৰটোত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছিল । ছবিখনৰ প্ৰযোজকে এই ছবিখনত শ্বাহৰুখক অভিনয় কৰোৱাবলৈ বহু কষ্ট কৰিব লগীয়া হৈছিল ৷

ddlj 25 years 1200x500

ছবি সাংবাদিক অনুপমা চোপ্ৰাৰ গ্ৰন্থ দিলৱালে দুলহনীয়া লে জায়েংগেৰ ৰোমাণ্টিক কাহিনীটোত অভিনয়ৰ কাৰণে ইচ্ছুক নাছিল শ্বাহৰুখ।কাহিনীটোত দেখুওৱা অনুসৰি কোনো অভিনেত্ৰীৰ লগত ৰোমাঞ্চ,আৰু ছবিৰ হিৰোইনৰ লগত পলাই যোৱা এই সকলোবোৰ কনচেপ্ট শ্বাহৰুখ খানৰ ভাল লগা নাছিল। কাৰণ সেই সময়ত আমিৰ খান আৰু ছলমান খানেও ৰোমাণ্টিক ছবিত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈছিল। তেনে সময়তে শ্বাহৰুখ খানে আমিৰ আৰু ছলমান খানতকৈ পৃথক চৰিত্ৰত অভিনয় কৰিব বিচাৰিছিল ।

সেয়েহে শ্বাহৰুখ খানে ৰাজ চৰিত্ৰটোত অভিনয় নকৰাৰ সিদ্ধান্তৰ বিষয়ে আদিত্য চোপ্ৰাক জনায় ৷ইয়াৰ পাছত শ্বাহৰুখ খানৰ পৰা অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰা দেখি আদিত্য চোপ্ৰাই তেওঁক বহুত বুজাব লগাও হৈছিল৷তাৰ মাজতে আদিত্য চোপ্ৰাই ৰাজ চৰিত্ৰটোৰ কাৰণে চৈইফ আলী খানৰ কথাও ভাবিছিল। অৱশেষত কৰণ অৰ্জুনৰ দৃশ্য গ্ৰহণৰ সময়ত শ্বাহৰুখ খান DDLJ ত অভিনয়ৰ কাৰণে সন্মতি প্ৰদান কৰে ।

25 Years of Dilwale Dulhania Le Jayenge Kajol thought Simran was old fashioned but cool

আনহাতে অভিনেত্ৰী কাজলৰো DDLJ ৰ ছিমৰানৰ চৰিত্ৰটো আমনিদায়ক লাগিছিল ।এক সাক্ষাৎকাৰত কাজলে কয়”মোৰ প্ৰথমতে অনুভৱ হৈছিল যে ছিমৰাণ চৰিত্ৰটো অলপ আমনিদায়ক। কিন্তু পাছলৈ মই ছিমৰাণ চৰিত্ৰটোৰ বিশেষত্বখিনিক চিনাক্ত কৰিছিলো ।মই অনুভৱ কৰিছিলো যে আমাৰ প্ৰত্যেকৰে হৃদয়ৰ কোনো ঠাইত ছিমৰাণ লুকাই আছে ৷আৰু সদায়েই ছিমৰানৰ দৰে ভাল কাম কৰাৰ হেপাঁহো লুকাই থাকে।”

উল্লেখ্য যে DDLJ ৰ ২৫ বছৰ উপলক্ষে আজি কাজল আৰু শ্বাহৰুখ খানে টুইটাৰত নিজৰ নাম পৰিবৰ্তন কৰিছে ৷শ্বাহৰুখ খানে টুইটাৰত নিজৰ নাম ৰাজ মালহোত্ৰা কৰাৰ বিপৰীতে কাজলে নিজৰ নাম ছিমৰানলৈ পৰিৱৰ্তন কৰে। লগতে কিং খানে ২৫ বছৰৰ স্মৃতি ৰোমন্থন কৰি টুইটাৰত DDLJ ৰ এটি ভিডিঅ’ আপলোড কৰে ৷আনহাতে কাজলেও টুইটাৰত প্ৰকাশ কৰে ” ৰাজ আৰু ছিমৰাণ ,এখন ছবি,২৫ বছৰ আৰু সেই মৰমবোৰ যেন কেতিয়াও শেষেই নহ’ব ।ছবিখনক ২৫ বছৰত উপনীত কৰোৱা প্ৰত্যেকজন ব্যক্তিলৈ বহুত মৰম” ৷

ৰাজ আৰু ছিমৰানৰ দৰে DDLJ ত বাবুজী ৰ চৰিত্ৰত অভিনয় কৰা অমৰেশ পুৰীৰ অভিনয়ে আমাক আজিও শিহঁৰিত কৰে ৷এজন ভাৰতীয় পিতৃৰ সন্তানক কৰা শাসন আজিও সকলোৰে মনত সজীৱ হৈ আছে।উল্লেখযোগ্য যে আজি DDLJ ৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাত ছ’ছিয়েল মিডিয়াত ছবিখনৰ সকলো কলাকুশলীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

932206 shahrukhkhan kajol dilwaledulhanialejayenge statue london

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DDLJDilwale Dulhania Le JayengeKajolShah Rukh Khan
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d