Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ইংলেণ্ডত ২০৩০ত নিষিদ্ধ হ’ব পেট্ৰ’ল-ডিজেল চালিত যান-বাহন বিকল্প ব্যৱস্থা

publisher by publisher
November 19, 2020
in News, world
Reading Time: 1 min read
0
ইংলেণ্ডত ২০৩০ত নিষিদ্ধ হ’ব পেট্ৰ’ল-ডিজেল চালিত যান-বাহন বিকল্প ব্যৱস্থা
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Global warming:বাঢ়িছে দিন, হো-হোৱাই গলিছে বৰফ

IMD Report:ৰাজ্যত চাৰে তিনি মাহতকৈ অধিক দিন বৰষুণ নাই

এশ কোটিৰো অধিক লোকৰ জীৱন-জীৱিকাৰ প্ৰতি প্রচণ্ড ভাবুকি

ইংলেণ্ডত ২০৩০ৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ দ্বাৰা চালিত সকলো ধৰণৰ যানবাহনৰ ক্ৰয়-বিক্ৰয় নিষিদ্ধ ঘোষণা কৰা হৈছে । দেশখনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে যোৱা নিশা এই ঘোষণা কৰাৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্যৰে ১২ বিলিয়ন ইউৰ’ ব্যয় কৰিবলৈ লোৱাৰ কথাও সদৰী কৰে । পেট্ৰ’ল আৰু ডিজেলৰ দ্বাৰা চলা সকলো ধৰণৰ যানবাহন বন্ধ কৰি বৈদ্যুতিক যানবাহনৰ চলাচলত সহায়ক হোৱাকৈ অতিৰিক্তভাৱে ১.৩ বিলিয়ন ইউৰ’ ব্যয়ৰ বিষয়েও জনায় প্ৰধানমন্ত্ৰী জনছনে ।

ADVERTISEMENT

দেশখনত এতিয়াৰ পৰা শক্তি আহৰণৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে আণৱিক সৌৰ তথা বায়ুশক্তিৰ ওপৰত নিৰ্ভৰ কৰা হ’ব । উল্লেখ্য যে যোৱা বছৰ জুলাইত প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়তে পৰিৱেশ প্ৰদূষণ ৰোধৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল বৰিছ জনছনে । প্ৰাথমিকভাৱে ব্ৰিটিছ চৰকাৰে ২০৪০ত পেট্ৰ’ল আৰু ডিজেলৰ দ্বাৰা চালিত যানবাহনৰ ক্ৰয়-বিক্ৰয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল; কিন্তু প্ৰধানমন্ত্ৰী হিচাপে জনছনে ব্যক্তিগতভাৱে সক্ৰিয়তা গ্ৰহণ কৰি নিষিদ্ধকৰণৰ সিদ্ধান্ত এটা দশক আগবঢ়াই আনে ।

জৈৱিকভাৱে উৎপাদিত ইন্ধন সম্পূৰ্ণভাৱে বন্ধ কৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ স্বাৰ্থত ১০ দফাযুক্ত ‘ইউ কে গ্ৰীণ ইণ্ডাষ্ট্ৰিয়েল ৰিভ’লিউচন’ৰ কথাও প্ৰধানমন্ত্ৰী  জনছনে কালি ঘোষণা কৰে । নতুন পৰিকল্পনা অনুসৰি একমাত্ৰ পেট্ৰ’ল অথবা ডিজেলৰ ব্যৱহাৰ বন্ধতে চৰকাৰী পৰিকল্পনাৰ অন্ত নপৰে । সেউজ গৃহ গেছৰ নিঃসৰণ হ্ৰাসৰ লক্ষ্যৰে জনছন চৰকাৰে বিকল্প শক্তিৰ ব্যৱহাৰতো গুৰুত্ব প্ৰদান কৰি নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিব । শাসক দল কনজাৰভেটিভ পাৰ্টিৰ দাবী অনুসৰী নতুন ব্যৱস্থাৰ ফলত ইংলেণ্ডত আঢ়ৈ লাখৰো অধিক কৰ্মসংস্থানৰ সৃষ্টি হ’ব ।

বিৰোধী লেবাৰ পাৰ্টিৰ পৰা কিন্তু চৰকাৰৰ এই পদক্ষেপৰ বিৰোধ কৰি সমালোচনা কৰা হয় । লেবাৰ পাৰ্টিৰ দাবী অনুসৰী দেশখনৰ ৭৪ শতাংশ যানবাহন জৈৱ ইন্ধনৰ দ্বাৰা চলাচল কৰে । কৰ’নাই অৰ্থনীতি ক্ষতিগ্ৰস্ত কৰাৰ সময়ত চৰকাৰৰ এই সিদ্ধান্তই অট’ম’বাইল উদ্যোগক ধ্বংসৰ মুখলৈ ঠেলি দিব । সম্প্ৰতি দেশখনত মাত্ৰ ছয় শতাংশ যানবাহনহে বেটাৰীত চলাচল কৰি আছে । চি এন জিৰ দ্বাৰা চালিত যানবাহনৰ সংখ্যাও দেশখনত ক্ৰমশঃ বৃদ্ধি পাবলৈ লৈছে ।

এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে ইংলেণ্ডত আগন্তুক বৰ্ষৰ ১২ ডিচেম্বৰৰ পৰা ‘চি অ’ পি ২৬ ক্লাইমেট ছামিত’ আৰম্ভ হ’ব । গ্লাছগ’ত হ’বলগীয়া সন্মিলনৰ পূৰ্বে দেশখনে ইয়াৰ দ্বাৰা এক ইতিবাচক বাৰ্তাও প্ৰেৰণ কৰা বুলি ক’ব পাৰি । এই বিষয়ত প্ৰধানমন্ত্ৰী জনছনে কয়, ‘আমি আমাৰ ভৱিষ্যতৰ ওপৰত দৃষ্টি ৰাখিব লাগিব । সেউজকৰণৰ বৃদ্ধিৰ সা-সুবিধাবিলাক আমি গ্ৰহণ কৰিব লাগিব । আমাৰ গ্ৰহটোক উদ্ধাৰ কৰাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰখনলৈকো আমি চকু ৰাখি হাতত হাত ধৰি আগবাঢ়ি যাব লাগিব ।’

১০ দফা যুক্ত পৰিকল্পনা অনুসৰি ইংলেণ্ডত এতিয়াৰ পৰা চাইকেল চলোৱা তথা খোজকঢ়াত অধিক গুৰুত্ব দিয়া হ’ব । প্ৰদূষণ ৰোধ কৰি বিকল্প শক্তি আহৰণত পৰ্যায়ক্ৰমে চৰকাৰীভাৱে অধিক ধন ব্যয়ৰো সিদ্ধান্ত লোৱা হৈছে । বিকল্প শক্তি আহৰণত চৰকাৰে গৱেষণাৰ বাবেও ধন প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণৰ কথা প্ৰধানমন্ত্ৰী জনছনে কালি সদৰী কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Boris JohnsonClimate ChangeGovernment'
publisher

publisher

Related Posts

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d