Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এণ্টাৰ্কটিকাৰ সবাতোকৈ ডাঙৰ বৰফৰ স্তৰটোত আৰম্ভ হৈছে গলন

publisher by publisher
November 26, 2020
in News
Reading Time: 1 min read
0
এণ্টাৰ্কটিকাৰ সবাতোকৈ ডাঙৰ বৰফৰ স্তৰটোত আৰম্ভ হৈছে গলন
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

সমাধান ওলাল এন্টার্কটিকাৰ ‘ৰক্তপ্রপাত’ৰ

ভয়াৱহ ভৱিষ্যতৰ দিশে এন্টার্কটিক উপ-দ্বীপ

৭.৫ মাত্ৰাৰ ভূমিকম্পই কঁপালে দক্ষিণ আৰ্জেন্টিনা! চুনামীৰ সতৰ্কবাণী

ভয়ংকৰ বিপদে অপেক্ষা কৰি আছে বিশ্ববাসীলৈ । উষ্ণতা বৃদ্ধিৰ ফলত এণ্টাৰ্কটিকাৰ সবাতোকৈ ডাঙৰ বৰফৰ স্তৰটো গলিবলৈ আৰম্ভ কৰাৰ মুহূৰ্ততে বিশ্ববাসীক এই সকীয়নি প্ৰদান কৰিছে বিজ্ঞানী মহলে । বিশ্ববাসীৰ নিজৰ দোষৰ বাবেই এনে এক ধ্বংসমুখী গতি আৰম্ভ হোৱাৰো অভিযোগ কৰিছে বিজ্ঞানী মহলে । উষ্ণতা বৃদ্ধিৰ সমান্তৰালভাৱে সমুদ্ৰৰ পানী উত্তৰোত্তৰ গৰম হৈ যোৱাৰ ফলতে এণ্টাৰ্কটিকাৰ বৰফৰ স্তৰবিলাক গলিবলৈ লৈছে । এক নতুন গবেষণাত এই তথ্য প্ৰকাশ পাইছে । বিজ্ঞান জাৰ্ণেল প্ৰচিডিংচ অব দ্য নেচনেল একাডেমী অব চায়েন্সচ’ (পিনাচ)ত এই সন্দৰ্ভত বিতংভাৱে প্ৰকাশ পাইছে ।

ADVERTISEMENT

পৃথিৱীৰ সবাতোকৈ ডাঙৰ বৰফৰ স্তৰ (আইচ শিট)তো আছে দক্ষিণ মেৰুত। এণ্টাৰ্কটিকাৰ এই বৰফৰ স্তৰক ‘ইষ্ট এণ্টাৰ্কটিকা আইচ শিট’ নামেৰে জনা যায়। সমুদ্ৰপৃষ্ঠৰ পৰা আৰম্ভ হোৱা এই স্তৰটোৰ উচ্চতা প্ৰায় তিনি হেজাৰ মিটাৰ । মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ প্ৰায় ৩৫-৪০ ভাগ । ইয়াৰ বিশালতা প্ৰায় দুই কোটি ৭০লাখ ঘন কিলোমিটাৰ । এই বৰফৰ আদিৰে সমুদ্ৰৰ জলস্তৰ ৫৮ মিটাৰ বা ১৯০ ফুট পৰ্যন্ত ওপৰলৈ আহিব । নিশ্চিহ্ন হৈ যাব বহু নগৰ-চহৰ । পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ পৰিব বহুবিলাক দেশ । বৰফৰ স্তৰটো গলিবলৈ লোৱাৰ ফলত চলিত শতিকাৰ মাজভাগলৈকে সমুদ্ৰৰ জলস্তৰ তিনি-চাৰি ফুটৰ পৰা সাত-১০ ফুটলৈ বৃদ্ধি পাব । ফলত ভাৰতৰ লগতে আমেৰিকা-ইউৰোপতো ইয়াৰ প্ৰভাৱ পৰিব । জাৰ্মানীৰ হাইডেল বাৰ্গ বিশ্ববিদ্যালয়ৰ লগতে ইংলেণ্ডৰ চাউদাম্পটন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে যৌথভাবে এই সন্দৰ্ভত গবেষণা অব্যাহত ৰাখিছে ।

দুই কোটি ৮০ লাখৰ পৰা দুই কোটি ৪০ লাখ বছৰ পূৰ্বে এণ্টাৰ্কটিকাৰ অৱস্থা তথা বায়ুমণ্ডলত থকা বিষাক্ত কাৰ্বন-ডাই-অক্সাইড গেছৰ ওপৰত নিৰ্ভৰ কৰি বিজ্ঞানীসকলে বৰফৰ স্তৰ গলিবলৈ লোৱাৰ সময় নিৰ্ধাৰণ কৰিছে । গবেষণাত লাভ কৰা তথ্য অনুসৰি, দ্ৰুতগতিত বৃদ্ধি পাবলৈ লোৱা উদ্যোগৰ লগতে অপৰিশোধিত তেল আৰু প্ৰাকৃতিক গেছৰ অপব্যৱহাৰৰ ফলত বৰ্তমান যিদৰে কাৰ্বন-ডাই-অক্সাইড তথা ছালফাৰ-ডাই-অক্সাইডৰ দৰে বিষাক্ত গেছ বাঢ়ি আহিছে । তেনেদৰেই দুই কোটি ৪০ লাখ বছৰ পূৰ্বতো অৱস্থা একে আছিল । কাৰণটো ভিন্ন হ’লেও সেই সময়ত সৌৰশক্তিৰ ফলত পৃথিৱীৰ বুকু দহন হোৱাত একে অৱস্থাৰ সৃষ্টি হৈছিল । বৰ্তমানতকৈ সেই সময়ত সূৰ্যৰ উত্তাপো অধিক আছিল সেই সময়ত এণ্টাৰ্কটিকাৰ বৰফৰ স্তৰ গলি গৈছিল । পাছত প্ৰায় দুই কোটি ৫০ লাখ বছৰৰ পৰা পুনৰ পৃথিৱীখন শীতল হ’বলৈ আৰম্ভ কৰাৰ নতুনকৈ বৰফ জমা হ’বলৈ লয় ।

সেই সময়ত জমা হোৱা বৰফ পুনৰ আৰু গলি যোৱা নাছিল । আনহাতে, উত্তৰ মেৰুত নতুনকৈ বৰফ জমা হ’বলৈ আৰম্ভ কৰাৰ সমুদ্ৰৰ জলস্তৰ লাহে লাহে নিম্নগামী হয় । ইয়াৰ ফলতো এণ্টাৰ্কটিকাৰ বৰফৰ স্তৰ প্ৰায় একে অৱস্থাত ৰৈ যায় । কিন্তু উত্তৰ মেৰুত বৰফ গলি সমুদ্ৰৰ জলস্তৰ বৃদ্ধি পাবলৈ লোৱাত এণ্টাৰ্কটিকাটো বৰফৰ স্তৰ গলিবলৈ আৰম্ভ কৰে । বিজ্ঞানী‌ মাহলে আশংকা কৰা অনুসৰি এণ্টাৰ্কটিকাত গলিবলৈ আৰম্ভ কৰা বৰফৰ স্তৰক ৰক্ষা কৰাটো আৰু সম্ভৱ নহ’ব । ইয়াৰ লগে লগে বিশ্বাবাসীয়ে অধিক ভয়াবহ দিনৰ সন্মুখীন হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AntarcticaPNAS
publisher

publisher

Related Posts

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d