Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মাৰ্জনা বিচাৰি গৃহস্থলৈ পত্ৰ চোৰৰঃ কলিয়াবৰৰ শিলঘাটত আজৱ ভক্তপ্ৰাণ চোৰৰ সন্ত্ৰাস

publisher by publisher
December 1, 2020
in Assam, India, News
Reading Time: 1 min read
0
মাৰ্জনা বিচাৰি গৃহস্থলৈ পত্ৰ চোৰৰঃ কলিয়াবৰৰ শিলঘাটত আজৱ ভক্তপ্ৰাণ চোৰৰ সন্ত্ৰাস
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰতিনিশা চোৰৰ সন্ত্ৰাসত চূড়ান্ত নিৰাপত্তাহীনতাত ভূগিছে লংকাবাসী ৰাইজ

Loot The Money:মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত

Guwahati jyotinagar Thief :মহানগৰীৰ বামুনীমৈদামৰ জ্যোতিনগৰৰ চোৰৰ চাফাই অভিযান

‘আমি ঈশ্বৰৰ ঘৰত প্ৰৱেশ নকৰো, আই এম ছ’ৰী’ কলিয়াবৰত চুৰি কাণ্ড সংঘটিত কৰা এটা দূৰ্ধৰ্ষ চোৰৰ দলৰ গৃহস্থক উদ্দেশ্যি ৰাখি যোৱা এয়া এখন পত্ৰৰ কিয়দংশ । কলিয়াবৰৰ শিলঘাটত চোৰে সংঘটিত কৰিছে এই আজৱ আৰু আমোদজনক ঘটনা । কলিয়াবৰ মহকুমাৰ শিলঘাটত যোৱা নিশা সংঘটিত হয় এক চুৰি কাণ্ড । শিলঘাট নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক শৈলেন্দ্ৰ প্ৰসাদ দলবৰুৱাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে বাসগৃহৰ দুৱাৰ ভাঙি আলমিৰাৰ কাপোৰৰ মাজত সযতনে ৰখা নগদ ধনসহ এটা টিভি আৰু কেইপদমান কাঁহৰ বাচন লৈ উধাও হয় ।

ADVERTISEMENT

এনেধৰণৰ সৌয্য কাৰ্য বিভিন্ন অঞ্চলত সচৰাচৰ সংঘটিত হৈ অহাটো স্বাভাৱিক ঘটনা যদিও যোৱা নিশা সংঘটিত ঘটনাটিত জড়িত ভক্তপ্ৰাণ চোৰৰ দলটিয়ে প্ৰদৰ্শন কৰা আধ্যাত্মিকতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । উল্লেখ্য যে, শৈলেন্দ্ৰ প্ৰসাদ দলবৰুৱাৰ বাসগৃহৰ ভিতৰ চ’ৰাতে সংলগ্ন গোসাই ঘৰত থকা মূল্যবান কাঁহৰ আচবাবসহ নগদ ধন চুৰিৰ পৰা বিৰত থাকে চোৰৰ দলটো । বাসগৃহৰ আনকেইটা কোঠালিত লুট-পাত চলোৱাৰ বিপৰীতে তন্ন তন্নকৈ লক্ষ্য কৰিও গোসাই ঘৰত প্ৰৱেশ নকৰা চোৰে গৃহস্থলৈ লিখি থৈ যায় এখনি পত্ৰ ।

পত্ৰখনত লিখা আছিল, ‘আমি ঈশ্বৰৰ ঘৰত প্ৰৱেশ নকৰো’ । আনহাতে গৃহস্থৰ ওচৰত মাৰ্জনা বিচাৰি চোৰে ‘আই এম ছ’ৰী’ বুলি আন এখন পত্ৰ বেৰত আঠা লগাই ওলমাই থৈ যায় । যোৱা নিশা সংঘটিত এই চুৰি কাৰ্যই গৃহস্থৰ লগতে ওচৰ চুবুৰীয়াক ক্ৰোধান্বিত কৰা আৰু দুখ দিয়াৰ লগতে ক্ভক্তপ্ৰাণ চোৰৰ দলটিৰ আধ্যাত্মিকতাৰ প্ৰদৰ্শনে কিছু পৰিমাণে আমোদ দিয়াও পৰিলক্ষিত হয় । কলিয়াবৰ আৰক্ষীয়ে ইতিমধ্যে চোৰে লিখি থৈ যোৱা চিঠিখনৰ পৰাই তদন্ত আৰম্ভ কৰিছে । ইফালে এই আজৱ চুৰি কাণ্ডই আমোদ দিছে সকলোকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: kaliabor assamsailendra prasad dolboruahthief
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d