Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পৰ্যটকৰ বাবে দুৱাৰ মুকলি হ’ল দুহেজাৰ বছৰ পুৰণি চহৰ হেগৰাৰ

publisher by publisher
December 3, 2020
in News
Reading Time: 1 min read
0
পৰ্যটকৰ বাবে দুৱাৰ মুকলি হ’ল দুহেজাৰ বছৰ পুৰণি চহৰ হেগৰাৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰাখণ্ডৰ পাছত আকস্মিক বানত হিমাচল ! জিপলাইনেৰে উদ্ধাৰ ৪০০ পৰ্যটক

Leopard :মানাহত প্ৰায় প্ৰতিদিনে নাহৰফুটুকী দেখাৰ সৌভাগ্য ঘটিছে পৰ্যটকৰ

Kashmiri Kehwah Tea : কাশ্মীৰত শিকাৰাত বহি সোৱাদ ল’ব পাৰিব ১৬ প্ৰকাৰৰ কাৱাহ চাহ,

ভ্ৰমণপিপাসুসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ছৌদি আৰবে । ক’বা হেজাৰ বছৰ পুৰণি ইতিহাস প্ৰসিদ্ধ প্ৰত্নতাত্বিক চহৰ হেগৰাৰ দুৱাৰ মুকলি কৰি দিয়া হৈছে পৰ্যটকৰ বাবে । প্ৰায় দুহেজাৰ বছৰ পাছত সৰ্বসাধাৰণৰ বাবে হেগৰাৰ দুৱাৰ মুকলি কৰি দিয়াৰ পাছত ভ্ৰমণপিপাসুসকলৰ এতিয়া লক্ষ্য হৈ পৰিছে ছৌদি আৰব । হেগৰা ছৌদি আৰবত ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত স্থান । হেগৰা প্ৰতিষ্ঠা কৰিছিল ‘নবতিয়ান’ অৰ্থাৎ প্ৰাচীন আৰববাসীসকলে । এই আৰববাসীসকলেই জৰ্ডানৰ পেত্ৰাস্থিত ‘চিষ্টাৰ চিটি’ৰো প্ৰতিষ্ঠা কৰিছিল । মৰুভূমিৰ বুকুত মূৰ দাঙি উঠা এই বিশাল সাম্ৰাজ্যখন খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ পৰা খ্ৰীষ্টাব্দ প্ৰথম শতিকালৈ বৰ্তি আছিল ।

ADVERTISEMENT

পৰৱৰ্তী কালত ৰোম সাম্ৰাজ্যৰ অধীনলৈ যা‌য় আৰবৰ এই সাম্ৰাজ্য । উনবিংশ শতিকাত পেত্ৰাক পুনৰ আৱিষ্কাৰ কৰা হৈছিল যদিও দৃশ্যপটৰ আঁৰতে থাকি গৈছিল হেগৰা । কিন্তু হেগৰাত এতিয়াও ঐতিহাসিক গুৰুত্ব সামান্যভাৱেও হ্ৰাস পোৱা নাই । হেগৰাত থকা ১১১টা সমাধি ক্ষেত্ৰৰ ভিতৰত ৯০ টাক পুনৰ সজাই-পৰাই তোলা হৈছে । সমাধি ক্ষেত্ৰবিলাকৰ ভিতৰত সৰহভাগে শিলালিপি খোদাই কৰা আছে ।এই ঐতিহাসিক দলিলবিলাকক কোনাে ধৰণে যাতে নষ্ট কৰা নহয় সেই বিষয়টো সতর্ক কৰি দিয়া হৈছে তদুপৰি ইয়াত আছে নবতিয়ান আমােলৰ গুহাচিত্ৰ আৰু শিলালিপিও। আক্ষৰিক অর্থ এইবিলাক ঐতিহাসিক সমল স্বৰূপ। এনে কাৰণতে ইউনেস্ক’ৰ।বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে হেগৰাক স্বীকৃতি দিয়া হৈছিল।

একমাত্র ইমানেই নহয় নবতিয়ানসকলে কৃষি কার্যতাে অভূতপূর্ব উন্নতি লাভ কৰিছিল।এই উন্নতিৰ চিহ্নও সিঁচৰতি হৈ আছে হেগৰাৰ ঐতিহাসিক সমল হিচাপে। উক্ত সময়ত কৃত্রিমভাৱে পানী সংৰক্ষণৰ চিহ্নৰ এতিয়াও অৱশিষ্ট আছে ছৌদি আৰবৰ এই ঐতিহাসিক ক্ষেত্ৰত। চলিত বৰ্ষৰ প্রথমতেই দেশখনৰ পর্যটন মন্ত্রীয়ে পর্যটন উদ্যোগৰ ঘাটি হ্রাস কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা একাধিক পদক্ষেপ গ্রহণ কৰা হ’ব বুলি জনাইছিল। এনে পদক্ষেপ ভিতৰতে অন্তর্ভুক্ত হৈ আছিল হেগৰাৰ নামাে। কৰনাৰ অন্তত পর্যটকৰ বাবে এতিয়া হেগৰা অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰাটো নিশ্চিত হৈছে। ইতিহাসৰ পৃষ্ঠাত লুকাই থকা হেগৰাই এতিয়া অপেক্ষা কৰিছে পর্যটকলৈ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: arabhegraTourist
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d