Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চাইবেৰিয়াত উদ্ধাৰ ৩২ হেজাৰ বছৰ পুৰণি বীজ

publisher by publisher
December 12, 2020
in News
Reading Time: 1 min read
0
চাইবেৰিয়াত উদ্ধাৰ ৩২ হেজাৰ বছৰ পুৰণি বীজ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Russian Scientist Andrey Botikov :ৰহস্যজনক মৃত্যু ৰাছিয়াৰ ক’ভিড প্ৰতিষেধক আৱিষ্কাৰ কৰা বিজ্ঞানীৰ

চাইবেৰিয়াত ডিজেল নিৰ্গত :সলনি হ’ল নদীৰ পানীৰ বৰণ

৩২ হেজাৰ বছৰ পুৰণি বীজৰ পৰা গজি উঠিছে ফুল গছ। লগে লগে সৃষ্টি হ’ল এক নতুন ইতিহাসৰ। ইয়াৰ পূর্বে এই ক্ষেত্ৰত অভিলেখ আছিল ৩০ হেজাৰ বছৰৰ গৱেষকসকলৰ দ্বাৰা এই বীজ উদ্ধাৰ হয় ৰাছিয়াৰ উত্তৰ-পূব চাইবেৰিয়াস্থিত কোলাইমা নদীৰ পাৰত। সংশ্লিষ্ট কর্তৃপক্ষৰ দ্বাৰা এই কথা নিশ্চিত কৰাৰ লগতে কোৱা হয় যে ৩২ হেজাৰ বছৰ পূর্বে তুষাৰযুগতে জমা হৈছিল এই বীজ।

ADVERTISEMENT

উদ্ধাৰ কৰা বীজৰ মাজত পৈণত তথা অপৈণত দুয়াে ধৰণৰ বীজেই আছে। ভূপৃষ্ঠৰ পৰা প্ৰায় ১২৪ ফুট তলৰ স্তৰত আছিল এই বীজবিলাক। প্রাগঐতিহাসিক মেমথ, বাইচন আদিৰ হাড়ৰ অংশত ভূ-গর্ভৰ এই স্তৰটোত লাভ কৰা হৈছে। ‘পাৰমাফ্রষ্ট’ নামেৰে পৰিচিত এই স্তৰ সাধাৰণতে উত্তৰ আৰু দক্ষিণ দুই মেৰুসহ বিশ্বৰ অতিকৈ শীতল স্থানত পােৱা যায়।

যি স্থানত ভূ-গর্ভৰ তাপমাত্রা অন্ততঃ দুবছৰতকৈ অধিক দিনলৈ শূন্য ডিগ্ৰী ছেলচিয়াছৰ তলত থাকে। তেনে অৱস্থাতহে এনে স্তৰৰ সৃষ্টি হয়। মাটি, শিল তথা বালি বৰফৰ স’তে একেলগে জমা হৈ থাকে এই স্তৰত। দীর্ঘ সময় ধৰি বৰফৰে আবৃত্ত হৈ থকা এই ভূ-অঞ্চলৰ স্বাভাৱিকতে জীৱ বিজ্ঞানৰ বিভিন্ন উপাদানৰ আকৰ স্বৰূপ। এনে ভূমিভাগত ‘ফচিল’ অৱস্থাত বহু প্রাগঐতিহাসিক নিদর্শনাে উদ্ধাৰ হয়।

প্রাণী তথা উদ্ভিদ বিজ্ঞানীসকলে ধাৰণা কৰা অনুসৰি ৩২ হেজাৰ বছৰ পূর্বে এই উদ্ধাৰ হােৱা বীজ কোনাে চাইবেৰিয়ান মেকুৰীয়ে জমা কৰি ৰাখিছিল। পৰিণতিত বহু বীজ নষ্ট হৈয়াে গৈছিল। সম্ভৱতঃ মেকুৰীটোৱে এই বীজৰ দ্বাৰা নিজে ত্যাগ কৰা শৌচ ঢাকিবলৈ চেষ্টা কৰিছিল। এই বীজৰ দ্বাৰাই চাইলেন ষ্টেল’ফাইলা’ প্রজাতিৰ চাৰাগছৰ সৃষ্টি কৰা হয়।পৰীক্ষাগাৰত। ৰাছিয়াৰ চাইবেৰিয়া অঞ্চলত এনে গছ দেখিবলৈ পােৱা যায়। কিন্তু স্বাভাৱিকভাৱে গজা এনে গছতকৈ পৰীক্ষাগাৰত সৃষ্ট গছৰ ফুলৰ আকাৰ কিছু ভিন্ন হােৱাও দেখিবলৈ পােৱা গৈছে।

পৰীক্ষাগাৰত সৃষ্ট এনে গছৰ পৰা এবছৰ পাছতে নতুন বীজ লাভ কৰাটো সম্ভৱ হৈছে। বিভিন্ন বিজ্ঞান বিষয়ক আলােচনীত এই সন্দৰ্ভত একাধিক প্রতিবেদনে প্রকাশ পাইছে। ইজৰাইলৰ বিজ্ঞানী গ্রলাইন চলােওৱে ভৱিষ্যতে ভূ-গর্ভৰ এই স্তৰক লৈ অনুসন্ধান অব্যাহত ৰখাৰ কথা জনাইছে। বিজ্ঞানীজনে ধাৰণা কৰা অনুসৰি বর্তমান হেৰাই যােৱা বহু উদ্ভিদৰ এই স্তৰটোত সন্ধান লাভ কৰাটো সম্ভৱ হৈ উঠিব পাৰে। বিজ্ঞানীজনৰ গৱেষণাত দুহেজাৰ বছৰ পুৰণি আম আৰু খেজুৰ গছৰ বীজৰ পৰা ফুলগছৰ সৃষ্টি কৰিছিল।

বাস্তুতন্ত্রৰ মাধ্যমত সম্প্রতি সমগ্র বিশ্বতে বীজ সংৰক্ষণ কৰি ৰখাৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে। নৰৱে বীজ সংৰক্ষণৰ বিশেষ ব্যৱস্থা আছে। আমেৰিকাৰ মিদৌৰি উদ্ভিদ উদ্যানৰ অধ্যক্ষ পিটাৰ ৰেভেৰে আশা কৰে যে মানুহেও ইচ্ছা কৰিলে ৩২ হেজাৰ বছৰলৈ প্ৰকৃতিৰ দৰেই বীজ সংৰক্ষণ কৰিব পাৰে। ইয়াৰ পূর্বে ২০১২ত চাইবেৰিয়াত লাভ কৰা বীজৰ দ্বাৰা ফুলগছৰ সৃষ্টি কৰা হৈছিল। এই বীজ ৩০ হেজাৰ বছৰ পুৰণি আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 000-year-old seeds32Russian scientistsSiberia
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d