Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ৱাশ্বিংটনত মূর্তিতে ফাঁচি দিয়া হ’ল প্রধানমন্ত্রী মােদীৰ ফটোক

publisher by publisher
December 14, 2020
in News
Reading Time: 1 min read
0
ৱাশ্বিংটনত মূর্তিতে ফাঁচি দিয়া হ’ল প্রধানমন্ত্রী মােদীৰ ফটোক
1
SHARES
11
VIEWS
ShareShareShareShare

আমেৰিকাত থকা মহাত্মা গান্ধীৰ প্রতিমূর্তি এটা প্রতিবাদকাৰীয়ে ভঙাৰ অভিযােগ উঠিছে। ভাৰতত চলি থকা কৃষক আন্দোলনৰ সমৰ্থনত একাংশ প্রবাসী ভাৰতীয়ই ৱাশ্বিংটন ডিচিত থকা ভাৰতীয় দূতাবাসৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰাৰ সময়তে কালি এই ঘটনা সংঘটিত হয়।খালিস্তানৰ সমৰ্থকে এই দুষ্কার্য সংঘটিত কৰাৰ অভিযােগ উত্থাপন কৰি ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা এই ঘটনাক নিন্দা কৰিছে।

ADVERTISEMENT

ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা এক বিবৃতিত জনােৱা হৈছে যে শনিবাৰে দূতাবাসৰ সন্মুখত প্ৰৱল বিক্ষোভ আৰম্ভ হয়। তাৰ পাছতে তাণ্ডৱ চলায় প্রতিবাদকাৰীসকলে। চৰকাৰীভাৱে দূতাবাসৰ তৰফৰ পৰা কোৱা হৈছে, ১২ ডিচেম্বৰত খালিস্তানী সমর্থকসকলে গান্ধী মেম’ৰিয়েল প্লাজাৰ সন্মুখত গান্ধী মূৰ্তিত ভঙা-ছিঙা কৰে। দূতাবাসে কঠোৰ ভাষাৰে এই ঘটনাক গৰিহণা দিছে। সমগ্র বিশ্বতে শান্তি আৰু ন্যায় বিচাৰৰ প্ৰতীকৰূপে সন্মানিত মহাত্মা গান্ধীৰ মূর্তি ভঙাৰ ঘটনাত খালিস্তানী সমর্থকসকল জড়িত আছিল বুলি সন্দেহ কৰা হৈছে।

RelatedPosts

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি: আমেৰিকা–ইৰান সংঘাতত তীব্ৰ সামৰিক অভিযান

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

উল্লেখ্য যে গ্রেটাৰ ৱাশ্বিংটন ডিচি অঞ্চল, মেৰীলেণ্ড আৰু ভার্জিনিয়াৰ উপৰি নিউ য়র্ক, নিউ জাৰ্জী, পেনছিলভেনীয়া, ইণ্ডিয়ানা, অহায়’ আৰু নর্থ কেৰ’লিনা ৰাজ্যতাে কালি বহু সংখ্যক প্রবাসী শিখে কৃষক আন্দোলনৰ সমৰ্থনত প্রতিবাদী কার্যসূচী পালন কৰে। গাড়ী ৰেলীৰে আগবাঢ়ি গৈ সকলােৱে ভাৰতীয় দূতাবাসৰ সন্মুখত উপস্থিত হয় বিক্ষোভ প্রদর্শন কৰে।

কিন্তু তেওঁলােকৰ শান্তিপূর্ণ প্রতিবাদক নিজৰ দখললৈ নি একাংশ বিচ্ছিন্নতাবাদী শিখ লােকে খালিস্তানী পতাকা তথা ভাৰত-বিৰােধী প’ষ্টাৰ-বেনাৰ আদিৰে সমগ্র প্রতিবাদকে ভিন্ন দিশলৈ লৈ যায়। এইসকল লােকৰ বেনাৰ-প’ষ্টাৰত লিখা আছিল যে তেওঁলােকে খালিস্তান গণৰাজ্যক প্রতিনিধিত্ব কৰে। ইয়াৰ পাছতে খালিস্তানৰ সমর্থকসকলে গান্ধী প্রতিমূর্তিটো এখন হালধীয়া পতাকাৰে ঢাকি পেলােৱাৰ লগতে মূর্তিৰ মূৰ আৰু মুখৰ ক্ষতিসাধন কৰাৰ অভিযােগ উঠিছে।

প্রতিবাদকাৰীয়ে লগতে মূর্তি।হাতত প্লে-কার্ড লগাই দিয়ে। ইয়াতে ক্ষান্ত নাথাকি প্রতিবাদকাৰীসকলে মূর্তি ডিঙিত তাঁৰেৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ ফটো আঁৰি দি তেওঁক প্রতীকী ফাঁচি দিয়ে। উল্লেখ্য যে ভাৰতীয় দূতাবাসৰ সন্মুখত গান্ধীৰ প্ৰতিমূৰ্তিটো ২০০০ত তদানীন্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে উন্মােচন কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Anti-Farm law protestorUSvandalize Mahatma Gandhi's statue
publisher

publisher

Related Posts

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d