Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কৃষি আইনক সমৰ্থন কৰি ভাৰত চৰকাৰ স’তে থিয় দিছে আমেৰিকাই, মধ্যপন্থা ব্ৰিটেইনৰ

publisher by publisher
February 4, 2021
in India, News, Politics
Reading Time: 1 min read
0
কৃষি আইনক সমৰ্থন কৰি ভাৰত চৰকাৰ স’তে থিয় দিছে আমেৰিকাই, মধ্যপন্থা ব্ৰিটেইনৰ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

কৃষক আন্দোলনৰ বাবে ভাৰত দ্বি-বিভক্ত হৈ থকাৰ সময়তে আন্তৰ্জাতিক স্তৰত ভাৰত চৰকাৰৰ স’তে থিয় দিলে আমেৰিকাই । মধ্যপন্থা গ্ৰহণ কৰিলে ব্ৰিটেইনে ।

ADVERTISEMENT

কালি আমেৰিকাৰ গৃহমন্ত্ৰণালয়ৰ এজন মুখপাত্ৰই জনায়, ‘শান্তিপূৰ্ণ আন্দোলন উন্নত গণতন্ত্ৰৰ পৰিচয় । কৃষি আইনক লৈ ভাৰত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতিয়ে উন্নত হ’ব । লগতে বৈদেশিক বিনিয়োগৰ পথো মুকলি হ’ব ভাৰতত ।’ এই বক্তব্যৰ জৰিয়তে জ’ বাইডেন প্ৰশাসনে স্পষ্ট কৰি দিছে যে, ভাৰত চৰকাৰে কৃষিক্ষেত্ৰত যি সংস্কৰণ আনিছে সেয়া কৃষকৰ স্বাৰ্থতেই । এই সংস্কাৰৰ ফলত কৃষকসকল লাভান্বিত হ’ব বুলি দাবী কৰে আমেৰিকাই ।

আমেৰিকাই ভাৰতৰ স’তে থিয় দিলেও কিন্তু ব্ৰিটেইনে মধ্যপন্থা নীতি অৱলম্বন কৰিছে । বিষয়টো সন্দৰ্ভত ব্ৰিটেইনৰ সদনত এখন বিতৰ্কসভাৰ আয়োজন কৰিব বৰিছ জনছন প্ৰশাসনে । সূত্ৰ অনুসৰি, জনমতৰ ওপৰত ভিত্তি কৰিয়ে বিষয়টো সন্দৰ্ভত তেওঁলোকৰ অৱস্থান জনাব ।

Solidarity with all the farmers across India protesting for their livelihood.

India must protect their basic democratic rights, allow for the free flow of information, reinstate internet access, and release all the journalists detained for covering the protests. https://t.co/uOvwNkIu5n

— Ilhan Omar (@IlhanMN) February 3, 2021

বাইডেন প্ৰশাসন ভাৰত চৰকাৰৰ স’তে থাকিলেও কৃষক আন্দোলনক লৈ আমেৰিকাত যি দ্বিমত সৃষ্টি হৈছে, সেয়া এজন কংগ্ৰেছ সদস্যৰ কথাত স্পষ্ট পৰিলক্ষিত । কংগ্ৰেছ সদস্য হেলি ষ্টিভেন্সে কয়, ‘ভাৰতৰ কৃষক আন্দোলনৰ বিৰুদ্ধে যি পদক্ষেপ গ্ৰহণ কৰাৰ খবৰ লাভ কৰিছো, সেইটোক লৈ অতি উদ্বিগ্ন । মোদী চৰকাৰে উচিত আন্দোলনকাৰীসকলৰ স’তে বৈঠকত মিলিত হৈ সদৰ্থক পথ ওলিয়াব লাগে ।’ তেওঁ লগতে কয় যে, সমগ্ৰ পৰিস্থিতিটো পৰ্যৱেক্ষণ কৰি আছে তেওঁ । বিষয়টোক লৈ এটা জনমত গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও জনায় তেওঁ ।

https://twitter.com/meenaharris/status/1356747965713371138?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1356747965713371138%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fus-backs-the-steps-of-modi-govt-on-farm-bills-dgtl%2Fcid%2F1264813

কংগ্ৰেছৰ আন এজন সদস্য ইলহান অমৰে কৃষকসকলক সমৰ্থন কৰি কয়, ‘ভাৰতত গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰা প্ৰয়োজন । কি হৈ আছে সকলোৰে আগত দাঙি ধৰা উচিত । যিদৰে ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে, সাংবাদিকসকলক আটক কৰা হৈছে, সেইটো সঁচাই উদ্বিগ্নৰ বিষয় ।’ হেলি আৰু ইলহানৰ দৰে আমেৰিকাৰ বহু নেতাই কৃষক আন্দোলনৰ পক্ষত মত পোষণ কৰিছে । আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ভতিজি মীনা হেৰিছেও‌ কৃষক আন্দোলনক সমৰ্থন কৰিছে ।

কংগ্ৰেছ সদস্যসকলে বিৰোধিতা কৰিলেও আমেৰিকাৰ বৃহৎ আন্তৰ্জাতিক অৰ্থ ন্যাস (আইএমএফ)এ কৃষিক লৈ মোদী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক পূৰ্বেই স্বাগত জনাইছে । যোৱা মাহত আইএমএফৰ এজন শীৰ্ষ অধিকাৰী গেৰি ৰাইছে কয়, ‘আমাৰ দৃঢ় বিশ্বাস নতুন কৃষি আইন ভাৰতৰ কৃষিক্ষেত্ৰত এক যুগান্তকাৰী সংস্কাৰ । এই আইন কাৰ্যকৰী হ’লে কৃষকসকলেই উপকৃত হ’ব ।’

কৃষি আইন সন্দৰ্ভত বৰ্তমানেও অচলাৱস্থা সমাধা হোৱা নাই । অধিক তীব্ৰ আৰু বৃহত্তৰ আন্দোলনত নমাৰ প্ৰস্তুতি চলাইছে কৃষক সংগঠনবোৰে । তেওঁলোকৰ দাবী আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব । কৃষি আইন সন্দৰ্ভত সম্প্ৰতি পপ তাৰকা ৰিহানাই টুইট কৰিছে । তেওঁৰ টুইটে সম্প্ৰতি বিতৰ্ক আৰম্ভ কৰিছে । লগতে গ্ৰেটা থুনবাৰ্গ আৰু মিয়া খালিফাও কৃষি আইন সন্দৰ্ভত টুইট কৰিছে । চৰকাৰৰ সমৰ্থনত টুইট কৰিছে বলীউডৰ কুইন কংগনা ৰণাৱতেও ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaBritainFarmers Protest
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d