Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

শচীন-লতা মঙ্গেশকাৰৰ টুইটৰ পাছত বিজেপিৰ চাপ আছিল নেকি ?

তদন্ত কৰিব মহাৰাষ্ট্ৰ চৰকাৰে

publisher by publisher
February 8, 2021
in India, Music, News, Sports
Reading Time: 1 min read
0
শচীন-লতা মঙ্গেশকাৰৰ টুইটৰ পাছত বিজেপিৰ চাপ আছিল নেকি ?
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা কঁহৰাত উপস্থিত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকী শচীন তেণ্ডুলকাৰ কৰে

IPL 2023 : আইপিএলত প্ৰথম উইকেট তেণ্ডুলকাৰৰ ! পুত্ৰ অৰ্জুনক লৈ কি ক’লে শচীনে ?

মুম্বাইত সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণৰ চক্ৰান্ত ব্যৰ্থ

প্ৰায় একেই সময়ত একেই ধৰণৰ টুইট । বহুতৰ টুইটৰ ভাষা সম্পূৰ্ণ একেই । ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰ, লতা মঙ্গেশকাৰ তেওঁলোক সকলোৰে টুইটৰ তদন্ত কৰিব মহাৰাষ্ট্ৰ চৰকাৰে । কৃষি আইনৰ সমৰ্থনত আৰু কৃষক আন্দোলনৰ বিপক্ষে তাৰকাসকলক টুইট কৰিবলৈ কোনোৱে বাধ্য কৰিছিল নে নাই, সেয়া তদন্ত কৰিব মুম্বাই আৰক্ষীয়ে ।

ADVERTISEMENT

মহাৰাষ্ট্ৰ গৃহমন্ত্ৰণালয়ৰ তথ্য অনুসৰি, তদন্তৰ দায়িত্বভাৰ দিয়া হৈছে ৰাজ্যৰ চোৰাংচোৱা বিভাগক । মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে কয়, ‘এই টুইটসমূহ সংঘবদ্ধভাৱে কৰা হৈছিল নে নাই সেয়া পৰ্যৱেক্ষণ কৰিব ৰাজ্য চোৰাংচোৱা বিভাগে । সকলোবোৰ টুইট প্ৰকাশ হোৱা সময় প্ৰায় একেই । লগতে যিদৰে ঐক্যবদ্ধভাৱে টুইট কৰা হৈছে ইয়াৰ পিছত কোনো পৰিকল্পনা আছে ।’ সুনিল শেট্টিৰ টুইটত বিজেপি ত্যাগ কৰাৰ বিষয়েও উল্লেখ কৰিছে মন্ত্ৰী দেশমুখে ।

দেওবাৰে ঘটনা সন্দৰ্ভত তদন্তৰ দাবী জনায় কংগ্ৰেছে । মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখক প্ৰত্যক্ষভাৱে লগ কৰি এই দাবী জনায় আহে কংগ্ৰেছ মুখপাত্ৰ ছচিন সাৱন্তে । সাৱন্তৰ মন্তব্য, ‘বলীউড তাৰকা অক্ষয় কুমাৰ, সুনিল শেট্টি, ক্ৰীড়া ব্যক্তিত্ব শচীন তেণ্ডুলকাৰ, ছাইনা নেহুৱালৰ দৰে বহুতেই একেই ধৰণৰ টুইট কৰিছে ।

অক্ষয়, ছাইনাৰ টুইটাৰৰ ভাষাও সম্পূৰ্ণ একেই দেখা যায় । সুনিলৰ টুইটত এজন বিজেপি নেতাক টেগ কৰা । এই ধৰণৰ টুইট কৰিবৰ বাবে বিজেপিয়ে চাপ দিছিল নে নাই, সেয়া তদন্ত কৰি চোৱা উচিত । যদি সেইটো হয়, তেনেহ’লে এইসকল জাতীয় নায়কৰ নিৰাপত্তা বৃদ্ধি কৰা প্ৰয়োজন ।’ সাৱন্ত-অনিলৰ সাক্ষাতৰ পাছতে তদন্তৰ সিদ্ধান্ত গ্ৰহণ কৰে উদ্ধৱ থাকৰেৰ চৰকাৰে ।

ঘটনাৰ সূত্ৰপাত হয় তিনি ফেব্ৰুৱাৰীত । সেইদিনা ছুইডেনৰ পৰিৱেশকৰ্মী গ্ৰেটাৰ থুনবাৰ্গ, আমেৰিকাৰ পপ গায়িকা ৰিহানাসহ কেইজনমান আন্তৰ্জাতিক স্তৰৰ বিশিষ্ট ব্যক্তিত্বই টুইট কৰিছিল কৃষি আন্দোলনৰ সমৰ্থনত । ইয়াৰ পাছতেই শচীন তেণ্ডুলকাৰ, লতা মংগেশকাৰসহ বলীউড ও ক্ৰীড়া তাৰকাসকলে টুইট কৰে কেন্দ্ৰৰ সপক্ষে । সেই টুইট ছিৰিজৰে এইবাৰ তদন্ত আৰম্ভ কৰিলে মহাৰাষ্ট্ৰ চৰকাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Lata Mangeshkarmaharashtra policeSachin Tendulkar
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d