Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

প্ৰিয়ংকাৰ আত্মজীৱনী ‘আনফিনিছ’ত প্ৰকাশ পালে বিবাহৰ আঁৰৰ ৰহস্য

publisher by publisher
February 18, 2021
in Entertainment, News
Reading Time: 1 min read
0
প্ৰিয়ংকাৰ আত্মজীৱনী ‘আনফিনিছ’ত প্ৰকাশ পালে বিবাহৰ আঁৰৰ ৰহস্য
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

শৰীৰৰ বৰণৰ বাবে হলিউদত হাঁহিয়াতৰ পাত্ৰ হৈছিল প্রিয়ংকা

শ্বাহৰুখৰ যৌন আবেদনক লৈ স্পষ্ট মন্তব্য প্ৰিয়ংকাৰ

২০১৮ চনৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল প্ৰিয়ংকা আৰু নিক জোনাছ ।প্ৰিয়ংকা ইমান সোনকালে বিয়া কৰাৰ পৰিকল্পনা কৰা নাছিল। দুয়োজনে ২০১৯ চনত বিয়া কৰাটো ঠিক আছিল। কিন্তু কিহৰ ফলত মনৰ পৰিৱৰ্তন হৈছিল? নায়িকাগৰাকীয়ে তেওঁৰ আত্মজীৱনী ‘আনফিনিছ’ত প্ৰকাশ কৰিছে এই ৰহস্য। বিবাহৰ প্ৰসংগত প্ৰিয়ংকাই লিখিছে যে দ্বিতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণ কৰোঁতে নিকৰ মন সলনি হৈছিল।

ADVERTISEMENT

আৰু দুয়োজনে বিবাহ আগুৱাই আনিবলৈ সিদ্ধান্ত লয়। অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘যেতিয়া মই উত্তৰত হয় কৈছিলোঁ তেতিয়া মই পুৱা ৮.৩০ বজাত সাৰ পাইছিলো। আৰু ফেচটাইমত পৰিয়াল আৰু বন্ধুবৰ্গৰ স’তে আনন্দৰে সময় কটাইছিলো । যেতিয়া বিয়াৰ পৰিকল্পনা আৰম্ভ হৈছিল, আমি ভাবিছিলো যে আমি পৰৱৰ্তী বছৰ, ২০১৯ ৰ কোনো সময়ত বিয়া কৰিম’।

প্ৰিয়ংকাই তাৰ পিছত লিখে, ‘কিন্তু যেতিয়া নিক আগষ্টত ভাৰতলৈ উভতি আহিছিল, তেওঁ কৈছিল যে তেওঁ আৰু বিয়াৰ বাবে অপেক্ষা কৰিব নিবিচাৰে। মইও বিচৰা নাছিলো। আমি দুয়োজনে জানিছিলো যে আমি সাজু, আমাৰ পৰিয়ালে এইটো বুজি পাইছিল। কি বাবে অপেক্ষা কৰি আছে? তেওঁ প্ৰথমে ২০১৮ চনত ভাৰত ভ্ৰমণ কৰিছিল আৰু প্ৰিয়ংকাৰ স’তে ডেটিং কৰাৰ জল্পনা-কল্পনা বন্ধ কৰিছিল।

কেইমাহমানৰ ভিতৰত, নিকে তেওঁৰ পিতৃ-মাতৃ (ডেনিছ আৰু পল জোনাছ)ক আগষ্ট ২০১৮ ত মুম্বাইলৈ ঘূৰাই আনিছিল। এইটো স্পষ্ট যে এইবাৰ সম্পৰ্কটোৰ বিষয়ে আনুষ্ঠানিক চীল মোহৰ দিয়া হৈছে। তাৰ পিছত দুয়োজনে ডিচেম্বৰৰ আৰম্ভণিতে যোধপুৰৰ উমেইদ ভৱনত বিবাহ পাশত আবদ্ধ হৈছিল।বিয়াৰ দুবছৰৰ পিছত, প্ৰিয়ংকাৰ ৰোমাঞ্চে প্ৰায়ে সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ আহিছে।

পত্নীৰ প্ৰেমত এতিয়াও হাবাথুৰী খাই আছে নিকে । নিক জোনাছে প্ৰেম দিৱসত হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও তেওঁৰ পত্নীৰ বাবে ভেলেণ্টাইন ডে অতি বিশেষ কৰি তোলে। কামৰ সূত্ৰে নিক আছে লণ্ডনত। আনহাতে নিক যোৱা মাহত আমেৰিকা লৈ উভতি আহিছিল। তাৰ পিছত নিকে ১৪ ফেব্ৰুৱাৰীত প্ৰিয়ংকাক আচৰিত কৰিছিল শ শ গোলাপ পঠিয়াই ।

দেচি গাৰ্ল ছবিখন অভিনেত্ৰী প্ৰিয়ংকাই তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত প’ষ্ট কৰে। ছবিখনত প্ৰিয়ংকাই গালত হাত দিল বগা পোছাক পিন্ধি কোঠাত বহি থকা দেখা যায় । গোটেই কোঠাটো আৱৰি আছে শ শ ৰঙা গোলাপেৰে । প্ৰিয়ংকাই কেপচনত লিখিছে ‘মোৰ আশা যদি তুমি ইয়াত থাকিলা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nick JonasPriyanka Chopra
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d