Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ

    পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

    বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

জনপ্ৰিয় গায়িকা কিম কাৰদেছিয়ানৰ তৃতীয় বিবাহ বিচ্ছেদ

publisher by publisher
February 24, 2021
in Entertainment, News
Reading Time: 1 min read
0
জনপ্ৰিয় গায়িকা কিম কাৰদেছিয়ানৰ তৃতীয় বিবাহ বিচ্ছেদ
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

পুনৰ বিতৰ্কত কীম কার্ডেশ্বিয়ান : বঞ্চিত সাত কৰ্মচাৰীয়ে দিলে গােচৰ

সাত বছৰত তৃতীয়খন বিবাহ শেষ হৈছে কিম কাৰদেছিয়ানৰ । আমেৰিকাৰ মডেল অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ তেওঁৰ বিচ্ছেদৰ খবৰ জানিবলৈ দিয়ে।তেওঁৰ সদ্য প্ৰাক্তন স্বামী কেনি ৱেষ্ট পেছাত এজন পপ সংগীতজ্ঞ। কিমে কয় যে তেওঁলোকে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত যৌথভাৱে লৈছে আৰু এই বিষয়ে তেওঁলোকৰ মনত কোনো দুখ নাই।

ADVERTISEMENT

চাৰি সন্তান নৰ্থ ,সেন্ট, শিকাগো আৰু প্যাজমাৰৰ সুৰক্ষাও যৌথ ভাবে কৰিছে কিম আৰু কেনিয়ে ।অন্যতম জনপ্ৰিয় শিল্পী কিন আৰু কেনিৰ সম্পত্তিৰ পৰিমাণ অকাশলঙ্ঘী আমেৰিকাৰ সংবাদ মাধ্যমে দাবী কৰিছে যে তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ ২২০ কোটি ডলাৰতকৈও অধিক।

তাৰ ভিতৰত আছে কেলিফৰ্ণিয়াৰ হিডন পাহাৰত থকা ১৫,৬৬৭ বৰ্গফুটৰ এটা প্ৰাসাদ।তেওঁলোকৰ যৌথ মালিকানাধীন সম্পত্তিৰ ভিতৰত আছে ১০০ কোটি ডলাৰ ৰিয়েল ইষ্টেটত আৰু ৩৯লাখ ডলাৰ মূল্যৰ গাড়ীৰ সম্ভাৰ। এই বিপুল সম্পত্তিৰ পিছত কিম আৰু কেনি দুয়োৰে সমান অৱদান আছে।শিল্পীৰ উপৰিও, কিম এজন ব্যৱসায়ীও।কিম-কেনৰ সম্পত্তিৰ অন্যতম হৈছে কেলিফৰ্ণিয়াৰ দুই কোটি ডলাৰৰ প্ৰাসাদ।

তেওঁলোকে ২০১৪ চনত অট্টালিকাটো কিনিছিল আৰু ২০১৮ চনৰ পৰা চাৰি বছৰ ধৰি এই প্ৰসাদত আছিল। বহুতো সূত্ৰই দাবী কৰে যে ঘৰটোৰ মূল্য প্ৰকৃততে ছয় কোটি ডলাৰ।তাৰকা দম্পতীয়ে ২০১৯ চনত প্ৰাসাদৰ ওচৰতে আন এটা ঘৰ নিৰ্মাণ কৰিছিল। কিন্তু এই ঘৰৰ দাম প্ৰসাদটোৰ তুলনাত অলপ কম আছিল । ঘৰটোৰ দাম আছিল ২৯ লাখ ডলাৰ।প্ৰাক্তন তাৰকা দুয়োজনৰ ঘৰ আমেৰিকাৰ বিভিন্ন চহৰত বিচ্ছুৰিত হৈ আছে।

২০১৩ চনত, তেওঁলোকে ন হেজাৰ বৰ্গ ফুটৰ বেল এয়াৰ মেচনটো এক কোটি ১০ লাখ ডলাৰত ক্ৰয় কৰিছিল আৰু চাৰি বছৰ পিছত, তেওঁলোকে প্ৰাসাদটো এজন ধনী ইউক্ৰেনৰ লোকক বিক্ৰী কৰিছিল।এটা সংগীত ভিডিঅ’ৰ শ্বুটিং উপলক্ষে কিমৰ স’তে কেনৰ প্ৰথম আলাপ হৈছিল ২০০৪ চনত ।সেই সময়ত কিমৰ স্বামী আছিল ড্যামন থমাছ।সেই বছৰেই কিমে থমাছৰ স’তে বিবাহ বিচ্ছেদ কৰিছিল।

সমাপ্ত হয় কিমৰ চাৰি বছৰৰ প্ৰথম বিবাহ । আনহাতে, তেওঁ তেতিয়া অ্যালেক্সিছ ফিফাৰৰ স’তে ডেটিং কৰি আছিল।প্ৰথম বাৰ্তালাপৰ সময়ত কেনক কিমে চিনি পোৱা নাছিল। আনকি তেওঁ নামে জনা নাছিল কিমে । লাহে লাহে বাৰ্তালাপ গভীৰ হ’ল আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ’ল। কিন্তু এই সম্পৰ্কৰ মাজতে কিমে ২০১১ চনত বিবাহত বহিছিল ক্রিছ হাম্ফ্রিজকৰ স’তে।

কিন্তু গায়িকাগৰাকীৰ দ্বিতীয়বিবাহ মাত্ৰ দুই বছৰ চলিছিল।কথা বতৰাৰ আঠ বছৰৰ পাছত দুজনে স্বীকাৰ কৰে তেওঁলোকৰ সম্পৰ্কৰ কথা।২০১২চনতে কেনিৰ প্ৰথম সন্তান অহাৰ কথা জনায় আৰু জুনত জন্ম হয় কিম আৰু কেনিৰ প্ৰথম সন্তান।কন্যা জন্ম হোৱাৰ পাঁচ মাহ পিছত, কেনিয়ে অমূল্য ১৫ কেৰেট হীৰাৰে নিৰ্মাণ কৰা এটা আঙুঠিৰে কিমক বিয়াৰ বাবে প্ৰস্তাৱ দিয়ে। ২০১৪ চনত, দুয়োজনে ইটালীয়াৰ ফ্লোৰেঞ্চত বিবাহ পাশত আবদ্ধ হয়।

২০২০ চনৰ অক্টোবৰত, কিমৰ জন্মদিনৰ উপলক্ষে এক ৰাজকীয় অনুষ্ঠানৰ আয়োজন কৰিছিল কেনিয়ে। কিন্তু কেইমাহমান পিছত, তেওঁলোকৰ বিষয়ে বিবাদৰ খবৰ বৃদ্ধি পাইছিল। শেষত, দুয়োজন তাৰকা বিচ্ছেদৰ পথত ভৰি দিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kanye WestKim Kardashian
publisher

publisher

Related Posts

আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত
India

October 12, 2026
‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’
India

‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

October 12, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ
India

প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d