Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

গাৰ্হস্থ্য হিংসাৰ পৰা বিদেশত আৰক্ষী বিষয়া হোৱালৈ মনদ্বীপৰ যাত্ৰা

publisher by publisher
March 22, 2021
in India, News
Reading Time: 2 mins read
0
গাৰ্হস্থ্য হিংসাৰ পৰা বিদেশত আৰক্ষী বিষয়া হোৱালৈ মনদ্বীপৰ যাত্ৰা
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

TikTok : ব্রিটেইন-নিউজিলেণ্ডতো নিষিদ্ধ হ’ল চীনৰ ‘টিক্টক’

Earthquake in New Zealand : ভয়াবহ ভূমিকম্পত কঁপি উঠিল নিউজিলেণ্ড

Jacinda Ardern: পদত্যাগ কৰিলে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে

গাৰ্হস্থ্য হিংসাৰ বলি হোৱা এগৰাকী যুৱতী । যিয়ে বহু নিৰ্যাতন ভোগ কৰাৰ পাছতো নিজৰ উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ সক্ষম হয় । গাৰ্হস্থ্য জীৱন আৰম্ভ হোৱাৰ এবছৰৰ ভিতৰতে তেওঁ এটি সন্তানৰ মাতৃ হয় আৰু দুবছৰৰ ভিতৰতে আন এটি শিশু জন্ম দিয়ে ।

ADVERTISEMENT

16x9

বৈবাহিক জীৱন যিমানেই আগবাঢ়িবলৈ লয় সিমানেই বৃদ্ধি হয় তেওঁৰ ওপৰত গাৰ্হস্থ্য হিংসাও । দুই সন্তানৰ লালন-পালন কৰা, নিজকে স্বামীৰ নিৰ্যাতনৰ পৰা ৰক্ষা কৰা সকলো দিশৰ পৰাই দিশহাৰা হৈ পৰিছিল তেওঁ ।

1502425806950

অৱশেষত এটা কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয় তেওঁ । সংসাৰ ত্যাগ কৰি পিতৃ-মাতৃৰ কাষত উভতি আহে । কিন্তু তাতো সমস্যাৰ সন্মুখীন হয় তেওঁ । পিতৃৰ উপাৰ্জনেৰে সংসাৰ চলা অসম্ভৱ হৈ পৰে । সেয়ে তেওঁ উপাৰ্জনৰ বাবে সন্তান দুটিক পিতৃ-মাতৃৰ লগত থৈ ঋণ লৈ সুদূৰ অষ্ট্ৰেলিয়ালৈ পাখি মেলে ।

full IMG 0172

মনত আছিল উচ্চাকাংক্ষা । অষ্ট্ৰেলিয়াত একেবাৰে নিম্ন খাপৰ পৰা আৰম্ভ কৰে জীৱনৰ যুঁজ । সেই উচ্চাকাংক্ষাৰ ভিত্তিতেই ঘৰে ঘৰে গৈ সামগ্ৰী বিক্ৰী কৰা মহিলাগৰাকীয়ে এদিন হৈ পৰে নিউজিলেণ্ডৰ আৰক্ষী বিষয়া ।

download 2 1

নিউজিলেণ্ডৰ আৰক্ষীৰ উচ্চ পদত কৰ্মৰত তেঁৱেই প্ৰথম ভাৰতীয় মহিলা । এসময়ত নিজৰ সুখী জীৱনক অতীত ভাবিবলৈ লোৱা মহিলাগৰাকীয়ে আজি বিশ্ব ইতিহাসত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

1444768437069

মহিলাগৰাকীৰ নাম মনদ্বীপ কৌৰ । তেওঁ পঞ্জাৱৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰে । ১৮ বছৰ বয়সতে পিতৃ-মাতৃয়ে কৌৰক বিয়া দিয়ে । বিবাহৰ পাছতো জোৰ কৰি পঢ়া-শুনা অব্যাহত ৰাখিছিল মনদ্বীপে । কিন্তু দিনক দিনে বৃদ্ধি পোৱা স্বামীৰ অত্যাচাৰ আৰু তেওঁ সহ্য কৰিব নোৱাৰে ।

16x9 large

ইয়াৰ পাছত ১৯ বছৰ বয়সতে এটা সন্তানৰ মাতৃ হয় । জীৱন যেন আৰু দুৰ্বিষহ হৈ পৰে তেওঁৰ বাবে । তৎস্বত্তেও সংসাৰ চলাই গৈছিল । কিন্তু এদিন সেই সহ্যৰসীমা পাৰ হৈ যায় ।

full Image courtesy Mandeep Kaur

মনদ্বীপে স্বামীৰ গৃহ ত্যাগ কৰোঁতে সন্তান দুটিৰ বয়স আছিল ছয় আৰু আঠ বছৰ । এজন পৰিচিত লোকৰ উপদেশত তেওঁ জীৱিকাৰ সন্ধানত ওলাই পৰে অষ্ট্ৰেলিয়ালৈ ।

full Constable Mandeep Kaur left at Festival of Colours in Auckland

ক’ত থাকিব, কি কৰিব একো ঠিক নাছিল । ইমান সন্ধান কৰাৰ মানসিক পৰিস্থিতিও নাছিল তেওঁৰ । অষ্ট্ৰেলিয়াত ছেলছ গাৰ্লৰ কাম কৰিবলৈ লয় । ভালকৈ ইংৰাজীও ক’ব পৰা নাছিল । সেয়ে যি ক’ব বিচাৰে সকলোখিনি এখন কাগজত লিখি লৈ গৈছিল ।

download 1 1

১৯৯৯ত তেওঁ নিউজিলেণ্ডলৈ গুচি যায়। নিউজিলেণ্ডলত টেক্সি চলাবলৈ লয় । অকলেণ্ডৰ এখন লজত থাকিবলৈ লয় মনদ্বীপে । তাতেই তেওঁৰ জন পেগলাৰ নামে এজন লোকৰ স’তে পৰিচয় হয় । লজখনৰ ৰিচিপছ’নিষ্ট আছিল জন । তেওঁ নিউজিলেণ্ডৰ প্ৰাক্তন আৰক্ষী বিষয়াও আছিল । অৱসৰৰ পাছত লজত কাম কৰিবলৈ লয় ।

full Constable Mandeep Kaur at

মনদ্বীপৰ বাবে জন আছিল পিতৃৰ দৰে । মনদ্বীপৰ স’তে সময় অতিবাহিত কৰা, তেওঁৰ কষ্টৰ কাহিনী শুনাৰ পৰা আৰম্ভ কৰি কামৰ পৰা উভতিলে কফি দিয়া সকলোখিনি কৰিছিল জনে । জনক নিজৰ আৰক্ষী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল মনদ্বীপে আৰু সেইটোৱেই তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট হৈ পৰে ।

download 6

সাঁতোৰ, দৌৰ, নিজকে ফিট কৰি তোলা সকলো অনুশীলন আৰম্ভ হয় তেওঁৰ । এই সকলোখিনিত জন আৰু তেওঁৰ পৰিয়ালৰ লোকে সহায় কৰি গৈছিল মনদ্বীপক । ২০০২ত নিজৰ সন্তান দুটিকো নিউজিলেণ্ডলৈ লৈ আহে । ইয়াৰ দুবছৰ পাছত প্ৰথমবাৰৰ বাবে আৰক্ষীৰ পোছাক পৰিধান কৰে মনদ্বীপে । তেওঁৰ কনষ্টেবল হিচাপে নিযুক্তি হৈছিল ।

UEWXCBAMCPY4H4H5BOYFQU4N6M

কিন্তু উচ্চাকাংক্ষা আছিল আৰক্ষী বিষয়া হোৱাৰ । একাধিকবাৰ পদোন্নতিৰ চেষ্টা বিফল হয় । অৱশেষত এগৰাকী জ্যেষ্ঠ ছাৰ্জেণ্ট হিচাপে পদোন্নতি হয় তেওঁৰ । তেঁৱেই প্ৰথম ভাৰতীয় মহিলা যিয়ে নিউজিলেণ্ড আৰক্ষীৰ উচ্চপদত কৰ্মৰত ।

My Post 41 compressed

বৰ্তমান মনদ্বীপৰ বয়স ৫২ বছৰ । সম্প্ৰতি তেওঁ সন্তান দুটিৰ স’তে নিউজিলেণ্ডতে বাস কৰে ।

images 2

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mandeep KaurNew Zealand
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d