Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

গেলিলিওৰ আঙুলি, আইনষ্টাইনৰ মস্তিষ্ক, নেপোলিয়নৰ গুপ্তাংগ ক’ত সংৰক্ষণ কৰা হৈছে ?

publisher by publisher
March 30, 2021
in News, science, world
Reading Time: 1 min read
0
গেলিলিওৰ আঙুলি, আইনষ্টাইনৰ মস্তিষ্ক, নেপোলিয়নৰ গুপ্তাংগ ক’ত সংৰক্ষণ কৰা হৈছে ?
19
SHARES
194
VIEWS
ShareShareShareShare

মৃত্যুৰ পাছত দেহ সংৰক্ষণ কৰা ৰীতি বহু প্ৰাচীন । ইজিপ্তৰ মমী ইয়াৰেই উদাহৰণ । কিন্তু আপুনি জানে নে বিশ্ববিখ্যাত লোকসকলৰ দেহাংশও বছৰৰ পাছত বছৰ ধৰি সংৰক্ষণ কৰা হয় ?

ADVERTISEMENT

galileogalilei

RelatedPosts

Albert Einstein : এলবাৰ্ট আইনষ্টাইনৰ কাহিনীয়ে আপোনাকো যোগাব উৎসাহ :-

১৬৪২ৰ চাৰি জানুৱাৰীত মৃত্যু হৈছিল জ্যোতিৰ্বিজ্ঞানী গেলিলিও গেলিলিৰ । তেওঁৰ বুঢ়া আঙুলি আৰু মধ্যমা আঙুলি আজিও সংৰক্ষণ কৰি ৰখা হৈছে ইতালিৰ ‘মিউজিয়াছ অৱ দ্য হিষ্ট্ৰি অৱ ছাইন্স’ সংগ্ৰহালয়ত ।

galileofinger 1528017cgalileos fifth lumbar vertebra in his showcase with the original scroll and sigillum on

লগতে তেওঁৰ কিছু দাঁত আৰু মেৰুদণ্ডও সংৰক্ষণ কৰি ৰখা হৈছে । তেওঁৰ শৰীৰৰ এই অংশসমূহ ১৭৩৭ৰ পৰা সংগ্ৰহালয়ত ৰখা হৈছে । এটা স্মাৰকৰ আন এটা স্মাৰকলৈ স্থানান্তৰ কৰোঁতে তেওঁৰ দেহৰ পৰা এই অংশসমূহ ওলাই পৰে ।

AlbertEinsteinPlaceholderyswFotor 1583923792506

চাৰি মাৰ্চ ১৮৭৯ত জাৰ্মানীৰ ওলমা চহৰত আলবাৰ্ট আইনষ্টাইনে জন্মগ্ৰহণ কৰে । ১৯০৫ আছিল আইনষ্টাইনৰ জীৱনৰ অন্যতম বিস্ময়কৰ বৰ্ষ । এই বৰ্ষটোতে তেওঁৰ তিনিখন গৱেষণা পত্ৰ প্ৰকাশ পায় । যিয়ে বিজ্ঞান জগতৰ বাবে নতুন দিশ মুকলি কৰি দিছিল । নতুন আৱিস্কাৰৰ এটা সূত্ৰৰ বাবেই আইনষ্টাইনে নোবেল বঁটা লাভ কৰে ।

1 LT78bNO8Gata21 2J2wYaQ

১৯৫৫ত বৈজ্ঞানিকগৰাকীৰ মৃত্যু হয় । তেওঁৰ দেহৰ মৰণোত্তৰ পৰীক্ষণ কৰিছিল থমাছ হাৰ্ভে নামে এজন চিকিৎসকে । গৱেষণাৰ বাবে তেওঁ আইনষ্টাইনৰ মস্তিষ্কৰ ২৪০টা টুকুৰা কৰে । এই টুকুৰাৰ কিছু অংশ সংৰক্ষণ কৰা হৈছে ওৱাছিংটনৰ নেছনেল মিউজিয়াম অৱ হেল্থ এণ্ড মেডিচিনত । বাকী অংশ ফিলাডেলফিয়াৰ এখন সংগ্ৰহালয়ত সংৰক্ষিত কৰা হৈছে ।

hqdefault 2

আইনষ্টাইনৰ চকুও পৰীক্ষণৰ বাবে ওলিয়াইছিল চিকিৎসকজনে । তেওঁৰ চকু দুযোৰী সংৰক্ষণ কৰা হৈছে নিউয়ৰ্ক চিটিৰ এখন সংগ্ৰহালয়ত ।

Napoleon I of France by Andrea Appiani2 1160x768 1

ফৰাচী সম্ৰাট নেপোলিয়নৰ মৃত্যু হয় ১৮২১ত । তেওঁৰ যৌনাংগ সংৰক্ষণ কৰি ৰখা হৈছে । সম্ৰাটৰ মৃত্যুৰ পাছত এজন ব্ৰিটিছ চিকিৎসকে তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষণ কৰিছিল । তেতিয়াই তেওঁ নেপোলিয়নৰ গুপ্তাংগ দেহৰ পৰা পৃথক কৰি ৰাখে । ১৯৬৯ত আমেৰিকাৰ এজন ইউৰ’লজিষ্টে ২৯০০ ডলাৰৰ বিনিময়ত গুপ্তাংগটো ক্ৰয় কৰে ।

xERyHl

২০০৭লৈকে তেওঁ গুপ্তাংগটো এটা বাকচৰ ভিতৰত সোমোৱাই নিজৰ বিছনাৰ তলত ৰাখি থৈছিল । ২০০৭ত তেওঁৰ মৃত্যুৰ পাছত ২০১৬ত পুনৰ নিলামৰ বাবে ৰখা হয় নেপোলিয়নৰ গুপ্তাংগ ।

d573e7c6fd0dc79ad30bdc8c8ad77545

১৯৩১ত বৈজ্ঞানিক থমাছ এডিছনৰ মৃত্যু হয় । শুনিবলৈ আচৰিত লাগিলেও তেওঁৰ শেষ নিশ্বাস সংৰক্ষণ কৰি ৰখা হৈছে । জীৱনৰ অন্তিম সময়ত চিকিৎসালয়ত সৰ্বক্ষণ তেওঁৰ স’তে আছিল তেওঁৰ পুত্ৰ চাৰ্লছ । অটোমোবাইল ব্যৱসায়ী হেনৰী ফ’ৰ্ডে চাৰ্লছক এটা টেষ্ট টিউব দিছিল । ফ’ৰ্ড বৈজ্ঞানিক থমাছৰ ব্যৱসায়ৰ অংশীদাৰ আছিল ।

3937882847 83da4c233d b

পিতৃৰ শেষ নিশ্বাস সংৰক্ষণ কৰিবলৈ টেষ্ট টিউবটো তেওঁৰ মুখত ভৰাই ৰাখিছিল চাৰ্লছে । সেই টেষ্ট টিউবতে আজিও বন্দী হৈ আছে বৈজ্ঞানিকগৰাকীৰ শেষ নিশ্বাস । সম্প্ৰতি টেষ্ট টিউবটো মিছিগানৰ হেনৰী ফ’ৰ্ড সংগ্ৰাহলয়ত ৰখা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Albert EinsteinGalileo GalileiNapoleonThomas Edison
publisher

publisher

Related Posts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d