Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

১৮ বছৰৰ ঊৰ্ধ্বসকলক কৰা হ’ব টিকাকৰণ

ক'উইন এপ্‌, প'ৰ্টেলত হ'ব নথিভুক্তকৰণ

publisher by publisher
April 22, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
১৮ বছৰৰ ঊৰ্ধ্বসকলক কৰা হ’ব টিকাকৰণ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Health Minister keshab Mahanta: ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

Covid 19 India : ‘ চতুৰ্থ টিকাকৰণ আৰম্ভ কৰক ‘, ক’ভিডক লৈ স্বাস্থ্যমন্ত্ৰীক পৰামৰ্শ বিশেষজ্ঞ চিকিৎসকসকলৰ

COVID-19 : প্ৰতিষেধক ল’বলৈ কাকো বাধ্য কৰিব নোৱাৰিব !

নেছনেল হেল্থ অথৰিটিৰ মুখ্য কাৰ্যবাহী বিষয়া আৰ‌এছ শৰ্মাই আজি জনায় যে, ২৪ এপ্ৰিলৰ পৰা ১৮ বছৰৰ ঊৰ্ধ্বসকলক টিকাকৰণৰ বাবে নাম নথিভুক্তকৰণ আৰম্ভ হ’ব । কেন্দ্ৰীয় চৰকাৰৰ ‘ক’উইন’ এপ্ বা প’ৰ্কেলৰ জৰিয়তে নাম নথিভুক্ত কৰিব পাৰিব ।

ADVERTISEMENT

শৰ্মাই কয়, ‘১৮ বছৰৰ ঊৰ্ধ্বৰ সকলোৱে নাম নথিভুক্ত কৰিব পাৰিব ক’উইন এপ্লিকেচনৰ জৰিয়তে । ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব এই নথিভুক্তকৰণ । টিকাকৰণ প্ৰক্ৰিয়া আৰু প্ৰতিষেধক গ্ৰহণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ একেই থাকিব ।’

সোমবাৰে কেন্দ্ৰীয় চৰকাৰে কৰা ঘোষণা অনুযায়ী, ১৮ বছৰৰ অনুৰ্ধ্বসকলে প্ৰতিষেধক গ্ৰহণ কৰিব নোৱাৰিব । ১৬ জানুৱাৰীত আৰম্ভ হোৱা টিকাকৰণৰ প্ৰথম পৰ্যায়ত প্ৰতিষেধক লাভ কৰিছিল স্বাস্থ্যকৰ্মী আৰু প্ৰথম শাৰীৰ ক’ভিড যোদ্ধাসকলে । দ্বিতীয় পৰ্যায়ত ৪৫ বছৰৰ ঊৰ্ধ্বৰসকলে প্ৰতিষেধক লাভ কৰিছিল । এক মে’ৰ পৰা তৃতীয় পৰ্যায়ৰ টিকাকৰণত ১৮ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব । চৰকাৰী চিকিৎসালয়সমূহত বিনামূল্যে প্ৰতিষেধক প্ৰদান কৰা হ’ব । কিন্তু বেচৰকাৰী চিকিৎসালয়ত আৰু অন্য প্ৰতিষেধক কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিবৰ বাবে ব্যয় কৰিব লাগিব নিজৰ ধন ।

শৰ্মাই কয়, ‘বেচৰকাৰী সংস্থাবোৰক ক’উইন এপত টিকাকৰণৰ দিন আৰু সময় জনাবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে বেচৰকাৰী সংস্থাৰ কৰ্মচাৰীসকলৰ ফোন নম্বৰো ক’উইন এপত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।’

টিকাকৰণৰ পাছত প্ৰতিষেধকৰ কোনো প্ৰভাৱ পৰিছে নে নাই তাৰ প্ৰতিও লক্ষ্য ৰখা হ’ব বুলি জনায় শৰ্মাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: covid vaccinationCoWIN AppRS Sharma
publisher

publisher

Related Posts

শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও
India

October 2, 2026
অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d