Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

ৰােগ প্ৰতিৰােধ ক্ষমতা বঢ়াবলৈ মানি চলক বিশ্ব স্বাস্থ্য সংস্থাৰ এইসমূহ নতুন দিহা-পৰামর্শ

কৰ’না সংক্ৰমণৰ পৰা সাৰিবলৈ কি খাব, কি নাখাব

publisher by publisher
April 26, 2021
in COVID-19, News
Reading Time: 1 min read
0
ৰােগ প্ৰতিৰােধ ক্ষমতা বঢ়াবলৈ মানি চলক বিশ্ব স্বাস্থ্য সংস্থাৰ এইসমূহ নতুন দিহা-পৰামর্শ
6
SHARES
63
VIEWS
ShareShareShareShare

দেশত কৰ’না ভাইৰাছৰ সংক্রমণে অধিক ভয়াৱহৰূপ ধাৰণ কৰাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই ক’ভিডৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ কিছু দিহা-পৰামৰ্শ আগবঢ়ালে।

ADVERTISEMENT

হুৰ বিশেষজ্ঞৰ মতে, এই মাৰণ ৰােগৰ পৰা নিজক ৰক্ষা কৰিবলৈ হ’লে ৰোগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰাই একমাত্র উপায়। সুষম খাদ্য গ্রহণ কৰিলে ৰােগ প্ৰতিৰােধ ক্ষমতা বাঢ়ে আৰু ক’ভিডৰ দৰে সংক্রামক ৰােগত আক্রান্ত হােৱাৰ শংকা সীমিত হয়।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

হুৰ মতে খাদ্যপ্রাণ, খনিজ খাদ্য, আঁহযুক্ত খাদ্য, প্র’টিন আৰু এন্টিঅক্সিডেন্টযুক্ত খাদ্য পর্যাপ্ত পৰিমাণত গ্ৰহণ কৰিলে ক’ভিড প্রতিৰােধত সহায়ক হয়। এই সময়ছােৱাত শৰীৰৰ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰিবলৈ এজন ব্যক্তিয়ে দৈনিক পাঁচ গ্রামৰ অধিক নিমখ খােৱা অনুচিত।

খাদ্যৰ তালিকাত মাছ, এভ’কাডাে, জলফাইতেল, মাংস, নাৰিকল, পনীৰ, ঘিঁউ ৰখা উচিত। হু নির্দেশনা অনুসৰি দৈনিক আঠ-১০ গিলাচ পানী পান কৰিব লাগিব, যাতে শৰীৰত পানীৰ অভাব ঘটে। তদুপৰি ক’ভিড সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হলে এই সময়ছােৱাত চেনি কম পৰিমাণত গ্ৰহণ কৰক।

হুৰ পৰামর্শ অনুসৰি আমিষ আহাৰ গ্রহণ কৰিলে ৰােগ প্ৰতিৰােধ ক্ষমতা বাঢ়ে। সপ্তাহত দুবাৰকৈ মাংস, মাছ, কণী, গাখীৰ, মটৰ মাহ আদি খাদ্যৰ তালিকাত অন্তর্ভুক্ত কৰক। বাদাম, গােমধান, পেস্তা আপােনাৰ আহাৰ তালিকাত ৰাখক। তদুপৰি ক’ভিড কালত পর্যাপ্ত পৰিমাণত সেউজীয়া শাক-পাচলি, সতেজ ফলমূল খােৱা জৰুৰী।

সংক্রমণ প্ৰতিৰােধৰ ক্ষেত্ৰত আমলখি,মধুৰীআম, আপেল, কল, আঙুৰ, আনাৰস, অমিতা, কমলা, মৌচুমী, নেমু আদি ফল খােৱা উচিত। তদুপৰি নহৰু, আদা, ধনীয়া, জলকীয়া আদিও শৰীৰৰ প্ৰতিৰােধ ক্ষমতা বৃদ্ধিৰ বাবে কার্যকৰী। ব্রকলী, পালেং, লেটুছ আদিও খাদ্যৰ তালিকাত ৰাখক। বিশ্ব স্বাস্থ্য সংস্থাই সকলাে শাক-পাচলি, ফলমূল আদি ভালদৰে পানীৰে ধূই পৰিষ্কাৰ কৰিহে খাদ্য হিচাপে গ্রহণৰ পৰামর্শ দিছে।

তদুপৰি ক’ভিডৰ সংক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ হলে প্রতিজন ব্যক্তিয় দৈনিক শাৰীৰিক ব্যায়াম, যােগাসন, ধ্যানৰ অনুশীলনৰ লগতে পর্যাপ্ত নিদ্রাগ্ৰহণ কৰিব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19Health
publisher

publisher

Related Posts

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা
News

May 1, 2026
উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d