● আজিৰ পৰা এক মে’ পৰ্যন্ত সন্ধিয়া আঠ বজাৰ পৰা পুৱা পাঁচ বজালৈ সমগ্ৰ অসমত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে ।
● বৰ্ধিত ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ।
ADVERTISEMENT
Click here
● জৰুৰীকালীন সেৱা সমূহত এই আইন কাৰ্যকৰী নহ’ব ।
● অন্তৰ্ৱৰ্তী আৰু বহিঃৱৰ্তী পৰিবহণ ব্যৱস্থা অব্যাহত থাকিব । অৱশ্যে ইয়াৰ বাবে ই-পাছৰ প্ৰয়োজন হ’ব ।