Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

    আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

    Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

    তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

    কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

তৃতীয় পৰ্যায়ৰ পৰীক্ষণত সাফল্যতা জাইক’ভ ডি-ৰ

publisher by publisher
May 11, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
তৃতীয় পৰ্যায়ৰ পৰীক্ষণত সাফল্যতা জাইক’ভ ডি-ৰ
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

প্ৰতিকূলতা অতিক্ৰম কৰি সমগ্ৰ দেশৰ দৰে পশ্চিম বংগটো তৃতীয় পৰ্যায়ৰ পৰীক্ষামূলক গৱেষণাৰ অন্ত পৰিল ভাৰতত তৈৰি প্ৰতিষেধক জাইক’ভ ডি-ৰ ।

ADVERTISEMENT

ডিএন‌এ-ৰ জৰিয়তে প্ৰস্তুত কৰা এই প্ৰতিষেধকৰ পৰীক্ষামূলক গৱেষণাৰ প্ৰথম দুটা পৰ্যায় দেশৰ বিভিন্ন প্ৰান্তৰ এহেজাৰৰো অধিক স্বেচ্ছাসেৱকৰ ওপৰত প্ৰয়োগ কৰা হয় । এই দুই পৰ্যায়ৰ পৰীক্ষামূলক গৱেষণাৰ ফলাফল পৰ্যৱেক্ষণ কৰি কেন্দ্ৰীয় বিশেষজ্ঞ কমিটিয়ে তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি প্ৰদান কৰে । এই পৰীক্ষামূলক গৱেষণাত ক্লিনিকেল ছাইটত পশ্চিম বংগৰ চৰকাৰী আৰু বেচৰকাৰী ছখন হাস্পতালৰ নাম উল্লেখ আছিল । অৱশ্যে এথিক্স কমিটিৰ অনুমোদন পত্ৰ লাভ কৰাৰ পাছতো মাত্ৰ দুখন বেচৰকাৰী হাস্পতালত এই প্ৰতিষেধকৰ পৰীক্ষণ কৰা হয় ।

পশ্চিমবংগৰ প্ৰতিষেধক গৱেষণাৰ সংযোগকাৰী প্ৰতিষ্ঠানৰ এজন কৰ্তা স্নেহেন্দু কোনাৰে কয়, ‘ছটা ছাইটত প্ৰায় ১০ হেজাৰ জনৰ ওপৰত এই প্ৰতিষেধক পৰীক্ষামূলকভাৱে প্ৰয়োগৰ লক্ষ্য কৰা হৈছিল । কিন্তু প্ৰয়োজনীয় স্বেচ্ছাসেৱক পোৱা নাযায় । সেয়ে আমি মাত্ৰ দুখন হাস্পতালত ১২০০ জনৰ ওপৰত পৰীক্ষণ কৰিবলগীয়া হয় ।’

সূত্ৰ অনুসৰি, আহমেদাবাদৰ জাইডাছ কেডিলা সংস্থাৰ ‘জাইক’ভ ডি’ প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষামূলক গৱেষণাত সমগ্ৰ দেশত ২৮ হেজাৰ ২১৬ জনৰ ওপৰত প্ৰয়োগ কৰা হয় । ক’ভিশ্বিল্ড, ক’ভেক্সিন আৰু স্পুটনিক ভি এই প্ৰতিষেধকসমূহ চিৰিঞ্জৰ জৰিয়তে মাংসপেশীত দিয়া হয়, কিন্তু জাইক’ভ ডি প্ৰতিষেধক প্ৰদান কৰিবৰ বাবে শৰীৰত কোনো হানা খোচাৰ প্ৰয়োজন নাই । ‘ফাৰ্মাজেট’ নামৰ এটা বিশেষ ডিভাইচৰ জৰিয়তে প্ৰতিষেধক শৰীৰৰ ছালৰ ওপৰত দিয়া হয় । পূৰ্বে বিচিজি প্ৰতিষেধক প্ৰদান কৰাৰ দৰে ।

প্ৰতিষেধক বিশেষজ্ঞ আৰু জাইক’ভ ডি প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েলৰ স’তে জড়িত চিকিৎসকসকলে জনায় যে, এম‌আৰ‌এন‌এ প্ৰতিষেধকবিধে শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে প্ৰ’টিন প্ৰস্তুত কৰে । এই ক্ষেত্ৰত অধিক সক্ৰিয় হৈ পৰে ডিএন‌এ প্ৰতিষেধক । এই প্ৰতিষেধকবিধে শৰীৰত প্ৰৱেশ কৰিয়ে প্ৰথমে এম‌আৰ‌এন‌এ প্ৰস্তুত কৰে । ইয়াৰ পাছত ই ট্ৰান্সমিছন হৈ প্ৰ’টিন প্ৰস্তুত কৰে । যিয়ে ভাইৰাছৰ স্পাইক প্ৰ’টিনক নিষ্ক্ৰিয় কৰে ।

ডিএন‌এ-ৰ জৰিয়তে প্ৰস্তুত কৰা জাইক’ভ ডি প্ৰতিষেধকবিধ সৰ্ব্বোচ্চ ৩০ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত ৰাখিব পাৰি । মে’ৰ মাজভাগত এই প্ৰতিষেধকবিধ জৰুৰী ভিত্তিত প্ৰয়োগৰ অনুমোদন পত্ৰৰ বাবে আবেদন জনাব পাৰে সংস্থাই । জাইক’ভ ডি-ৰ প্ৰথম পালি লোৱাৰ ২৮ দিন পাছত দ্বিতীয়টো পালি ল’ব লাগে । ইয়াৰ ৫৬ দিনৰ পাছত তৃতীয়টো পালি ল’ব লাগে ।

স্নেহেন্দুয়ে দাবী কৰে যে, ‘ইয়াৰ দ্বাৰা ইমিউনিটী বুষ্টিং সৱল হ’ব । প্ৰতিষেধকৰ শেষৰ পালিয়ে বুষ্টাৰ হিচাপে কাম কৰিব । ই শৰীৰত প্ৰস্তুত হোৱা ৰোগ প্ৰতিৰোধ ক্ষমতা দীৰ্ঘস্থায়ী কৰিব ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Snehendu KonarZydus Biologics
publisher

publisher

Related Posts

সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত
News

October 5, 2026
পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ
Assam

নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

October 5, 2026
আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা
Assam

আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

October 5, 2026
Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত
Assam

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

October 5, 2026
তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ
Assam

তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d