Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

শিশুৰ স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ সন্তানক খুৱাওক এই সমূহ খাদ্য

publisher by publisher
May 21, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
শিশুৰ স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ সন্তানক খুৱাওক এই সমূহ খাদ্য
5
SHARES
52
VIEWS
ShareShareShareShare

RelatedPosts

মুম্বাইত ৩৬ দিনত ৮২ শিশু ১৩৪ নাবালিকা সন্ধানহীন

দেশত ২০ বছৰত শিশুৰ বিৰুদ্ধে ১০ গুণ বৃদ্ধি অপৰাধ

এইবাৰ ফ্ৰান্সত ১৫ অনূর্ধ্ব বয়সৰ বাবে সামাজিক মাধ্যম নিষিদ্ধকৰণৰ দাবী

সকলো অভিভাৱকেই নিজৰ সন্তানৰ বৃদ্ধি আৰু বিকাশৰ বাবে চিন্তাশীল। অভিভাৱকসকলে বহুতো সময়ত ভাবে যে বয়স অনুসৰি তেওঁলোকৰ সন্তানটিৰ সুস্থ শাৰীৰিক বিকাশ হোৱা নাই। সুস্থ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্যও খুবেই প্ৰয়োজন।

ADVERTISEMENT

কণী

কণীত যথেষ্ট ভিটামিন থাকে যি শিশুৰ স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে। ই মগজুৰ চেলসমূহ বৃদ্ধি কৰাত সহায় কৰে। যিমান বেছি চেল সিমানেই বেছি বুদ্ধি। প্ৰতি পূৱা শিশুক কণী খাবলৈ দিব পাৰে।

দৈ

ফেট থকা দৈ য়ে মগজুৰ চেলসমূহক মজবুত কৰাত যথেষ্ট সহায় কৰে। ই মগজুক চিগনেল গ্ৰহণ কৰা আৰু তাক কাৰ্যত পৰিণত কৰাত সহায় কৰে।

ওটমিল

ওটমিলত যথেষ্ট পৰিমানৰ ফাইবাৰ পোৱা যায় যাক খোৱাৰ পাছত লাহে লাহে হজম হৈ থাকে। ই শিশুক লাহে লাহে শক্তি প্ৰদান কৰাত সহায় কৰে।

মাছ

চৰ্বীৰে পৰিপূৰ্ণ মাছত প্ৰচুৰ পৰিমাণে ভিটামিন ডি আৰু ওমেগা তিনি পোৱা যায় যি মগজুৰ পাহৰা সমস্যাক ঠিক কৰাত সহায় কৰে।

ষ্ট্ৰবেৰী আৰু কলা আঙুৰ

এই দুয়োবিধ ফলতেই এণ্টিঅক্সিডেন্ট পোৱা যায় যি শিশুৰ সংজ্ঞানাত্মক কাৰ্যসমূহ বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰোপৰি ইয়াত থকা এণ্টিঅক্সিডেণ্টে মগজুৰ কাম কৰা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

গাখীৰ

গাখীৰ হৈছে ভিটামিন, প্ৰটিন আৰু ফছফৰাচৰ এক প্ৰধান উৎস। যদি আপোনাৰ সন্তানে গাখীৰ সহজতে হজম কৰিব পাৰে তেন্তে তাক নিতৌ গৰম কৰা গাখীৰ নিশ্চয়কৈ খাবলৈ দিয়ক।

আপেল আৰু আহোম বগৰী

এনে খাদ্যসমূহ আপুনি সন্তানৰ টিফিন বাকচত দিব পাৰে। বিদ্যালয়ত আহাৰ গ্ৰহণ কৰাৰ সময়ত এনে ধৰণৰ ফলে শিশুৰ স্মৃতি শক্তি বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChildMemory
publisher

publisher

Related Posts

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d