Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দৰৱ কিনিবলৈ যােৱা যুৱকক চৰ শােধােৱা বিষয়ক নিলম্বন

publisher by publisher
May 24, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
দৰৱ কিনিবলৈ যােৱা যুৱকক চৰ শােধােৱা বিষয়ক নিলম্বন
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

যান্ত্ৰিক ত্ৰুটি ! আধাঘণ্টা ধৰি বিমানত আবদ্ধ চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাঘেল আৰু অন্যান্য যাত্ৰীসকল 

Bhupesh Baghel : চত্তীশগঢ়ৰ মুখ্যমন্ত্ৰীক লখনৌ বিমানবন্দৰত বাধা প্ৰদান

Chhattisgarh Congress : পঞ্জাৱৰ পাছত এইবাৰ ছত্তীছগঢ়, ডজনৰো অধিক ক্ষুব্ধ কংগ্ৰেছ বিধায়ক উপস্থিত দিল্লীত

চত্তিছগড়ৰ চৰগুজা সংভাগৰ সুৰপুৰ জিলাৰ দণ্ডাধীশ ৰণবীৰ শৰ্মাক তৎকালীনভাৱে বলৱৎ হােৱাকৈ পদৰ পৰা অব্যাহতি দিলে ৰাজ্য চৰকাৰে।

ADVERTISEMENT

উল্লেখ্য যে জিলা দণ্ডাধীশজনে তলাবন্ধত দৰৱ কিনিবলৈ যােৱা এজন যুৱকক ৰাজপথত প্ৰহাৰ কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল।

সামাজিক মাধ্যমৰ জৰিয়তে বিষয়াজনে চলােৱা এই গুণ্ডামিৰ তথ্য ফাদিল হােৱাত চত্তিছগড়ৰ মুখ্যমন্ত্রী ভূপেশ বঘেলে তেওঁক পদৰ পৰা আঁতৰাবলৈ নির্দেশ দিয়ে। এক টুইটত মুখ্যমন্ত্রীজনে কয়, সামাজিক মাধ্যমৰ জৰিয়তে সুৰপুৰৰ দণ্ডাধীশ ৰণবীৰ শৰ্মাৰ দ্বাৰা এজন যুৱকক দুর্ব্যৱহাৰ কৰা ঘটনা মােৰ অৱগত গৈছে।

এয়া অত্যন্ত দুখজনক আৰু নিন্দনীয় ঘটনা। চত্তিছগড়ত এই ধৰণৰ ঘটনা সহ্য কৰা নহ’ব। বিষয়া ৰণবীৰ শৰ্মাক তৎকালীনভাৱে পদৰ পৰাআঁতৰাবলৈ নির্দেশ দিলাে।

This brute is District Collector of @SurajpurDist, Chhattisgarh Ranbir Sharma. Has been suspended. Deserves far worse, of course. The IAS officer was reportedly transferred in 2015 on bribery charges. Should be made an example of and serve prison time. pic.twitter.com/qmV9YnVy6y

— Shiv Aroor (@ShivAroor) May 22, 2021

উল্লেখ্য যে শনিবাৰে দুপৰীয়া তলাবন্ধৰ সময়ত এজন যুৱকে নিদানপত্রসহ দৰৱ কিনিবলৈ ৰাজপথেৰে যােৱাৰ সময়তে দণ্ডাধীশ শর্মাই যুৱকজনক ৰখাই প্রচণ্ড চৰ সােধাইছিল আৰু তেওঁৰ স’তে দুর্ব্যৱহাৰ কৰিছিল।

তদুপৰি যুৱকজনে নিদানপত্র প্রদর্শন কৰাৰ পাছত বিষয়াজনে অভব্য আচৰণ কৰাৰ লগতে যুৱকজনৰ হাতত থকা ম’বাইল ফোনটো কাঢ়ি লৈ থেকেচি ভাঙিছিল। সামাজিক মাধ্যমত এই ঘটনা ভাইৰেল হােৱাত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

আইন-শৃংখলা তথা ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত একাংশ বিষয়াই এইদৰে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযােগ দেশৰ বিভিন্ন অঞ্চলত উত্থাপিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhupesh BaghelRanbir Sharma
publisher

publisher

Related Posts

ছেকেন্দ্ৰাবাদ সেনা ছাউনিৰ পৰা চুৰি হোৱা আগ্নেয়াস্ত্ৰ উদ্ধাৰ, গ্ৰেপ্তাৰ কেবাজনো সেনা বিষয়া
India

September 11, 2026
নাবালকৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিয়ন্ত্ৰণৰ ইংগিত?

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী
International

ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্টৰ প্ৰতিবেদনত দাবী

September 11, 2026
গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!
India

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!

September 11, 2026
ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d