● সম্প্ৰতি ওদালগুৰি জিলা কাৰাগাৰত ক’ভিডৰ গণ সংক্ৰমণ হৈছে ।
● কাৰাগাৰখনৰ ৪৩ গৰাকী কয়দীৰ দেহত ক’ভিড-১৯ ভাইৰাছ ধৰা পৰিছে ।
● সোমবাৰে কাৰাগাৰখনৰ কয়দীসকলক ক’ভিড পৰীক্ষা কৰা হৈছিল ।
● ডেৰ শতাধিক কয়দী থকা জিলা কাৰাগাৰখনত আতংকতিত হৈ পৰিছে আন কয়দীসকল ।
● কেনেদৰে ক’ভিড সংক্ৰমণ হৈছে সেই বিষয়ে অজ্ঞাত জিলা কাৰাগাৰ কৰ্তৃপক্ষ ।
● ফলত আজি পুনৰ কাৰাগাৰখনৰ সকলো কয়দীকে ক’ভিড পৰীক্ষা কৰা হ’ব ।
ADVERTISEMENT





























