Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

উফিৰ সমস্যাত ভুগিছে নেকি ? কেনেকৈ পৰিত্ৰাণ পাব ইয়াৰ পৰা ?

publisher by publisher
June 3, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
উফিৰ সমস্যাত ভুগিছে নেকি ? কেনেকৈ পৰিত্ৰাণ পাব ইয়াৰ পৰা ?
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

সাধাৰণতে হোৱা কম পৰিমাণৰ উফি ঘৰতে সহজে উপলব্ধ প্ৰাকৃতিক দ্ৰব্য ব্যৱহাৰ কৰি নাইকিয়া কৰিব পৰা যায়। ঘৰতে উপলব্ধ বস্তুৰে সহজতে তৈয়াৰ কৰিব পৰা উফিৰ কেইটামান সমাধান

১) ভাৰ্জিন নাৰিকল তেল আৰু নেমুৰ ৰস

ভাৰ্জিন নাৰিকল তেলে ছালত ইনফেক্টচন হোৱাত বাধা দিয়াৰ লগতে উফিৰ ফলত হোৱা খজুৱতি, চিৎচিতনি উপশম কৰে।ই ছালত পানীৰ পৰিমাণ বৃদ্ধি কৰি ছাল সজীৱ কৰাটো সহায় কৰে। ইয়াক সহজে ঘৰতে তৈয়াৰ কৰিব পাৰি।

★তিনি চামুচ ভাৰ্জিন নাৰিকল তেল গৰম কৰি এক চামুচ নেমুৰ ৰসৰ লগত ভালকৈ মিহলাই ল’ব।

★এতিয়া মিশ্রণটো মূৰৰ তালুত আৰু চুলিত মালিচ কৰি লগাই এটা পলিথিনেৰে চুলিখিনি ভালকৈ ঢাকি পিন্ধি থাকিব।

★ আধা ঘন্টা পাছত ছালফেট নথকা শ্বেম্পুৰে ধুই দিব। উফিৰ সমস্যাৰ বাবে ছালফেট থকা শ্বেম্পু একেবাৰে বেয়া। এনে শ্বেম্পু এৰাই চলিব।

২) তুলসী, জেতুকা, কমলাৰ বাকলি আৰু গ্লিচাৰিন

★কমলাৰ বাকলিৰ গুৰি তিনি চামুচ। শুকান বাকলিৰ গুৰি নাথাকিলে ,এটা কমলাৰ বাকলি গুচাই ল’ব।

★এতিয়া তাত এক কাপ তুলসীৰ পাত আৰু এক কাপ জেতুকাৰ পাত দি মিক্সিত ভালকৈ গুৰি কৰি পেষ্ট বনাই ল’ব।

★ এতিয়া তাত এক চামুচ গ্লিচাৰিন ভালকৈ মিহলাই মূৰৰ তালু আৰু চুলিত লগাই আধা ঘন্টা ৰাখি ধুই দিব।ভাল ফলাফলৰ বাবে নিয়মিত ব্যৱহাৰ কৰিব।তেলেটীয়া চুলিৰ অধিকাৰী সকলে গ্লিচাৰিনৰ পৰিবৰ্তে এমচামুচ নেমুৰ ৰস ব্যৱহাৰ কৰিব৷

৩)ভিনেগাৰ আৰু ৰ’জমেৰী তেল / টি ট্ৰী তেল

ADVERTISEMENT

★ আধা কাপ ভিনেগাৰত এক কাপ পানী মিহলাই লৈ অলপ গৰম কৰিব।

★কুহুমীয়া গৰম হ’লে জুইৰ পৰা নমাই তাত ৯-১০ টুপাল ৰ’জমেৰী তেল / টি ট্ৰী তেল দি ভালকৈ মিহলাই ল’ব।

★ এতিয়া মিশ্রণ খিনি মূৰত ঢালি তালুত ভালকৈ লগাই ১০ মিনিট ৰাখি শ্বেম্পু কৰি ধুই দিব।

৪) ঔ টেঙাৰ বীজ আৰু মেথি গুটি:

★আধা কাপ মেথিগুটি আগদিনা পানীত ভিজাই ৰাখিব।

★ এটা ঔ টেঙা গুচাই ভিতৰৰ বীজটো উলিয়াই আগদিনা ভিজাই ৰখা মেথি খিনিৰ লগত মিক্সিত অথবা পতাত বটি পেষ্ট বনাই ল’ব।

★ এতিয়া তাত এক চামুচ নাৰিকল অথবা অলিভ তেল অলপ গৰম কৰি ভালকৈ মিহলাই লৈ মিশ্রণ খিনি মূৰৰ তালুত আৰু চুলিত ভালকৈ লগাব।

★ লগাই হ’লে এটা পলিথিনেৰে চুলি খিনি ভালকৈ ঢাকি পিন্ধি থাকিব।

★ ৩০-৪০ মিনিট পিছত শ্বেম্পু কৰি ধুই দিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DandruffHealth
publisher

publisher

Related Posts

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

May 7, 2026
ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়
Lifestyle

ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

May 7, 2026
গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়
Lifestyle

গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

May 6, 2026
ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d