Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰৰ শপতনামা : ব্যৱহাৰকাৰীসকলক নীতি মানি চলিবলৈ হেঁচা দিছে হােৱাটছএপে, এয়া আইনবিৰােধী কার্য

publisher by publisher
June 4, 2021
in Apps, India, News, Tech
Reading Time: 1 min read
0
দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰৰ শপতনামা : ব্যৱহাৰকাৰীসকলক নীতি মানি চলিবলৈ হেঁচা দিছে হােৱাটছএপে, এয়া আইনবিৰােধী কার্য
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

ইণ্ডিগ’ৰ সংকটৰ মাজতে বৃদ্ধি বিমান ভাড়া !

Delhi HC summons SRK Red Chillies, Netflix in Sameer Wankhede defamation suit: কিংখান শ্বাহৰুখ খান আৰু পত্নী গৌৰী খানলৈ চমন দিল্লী উচ্চ ন্যায়ালয়ৰ

চৰকাৰী কাৰ্যালয়ত Pen drive-WhatsApp নিষিদ্ধ, চাইবাৰ ষড়যন্ত্ৰ ৰোধৰ বাবে কাশ্মীৰত ডাঙৰ সিদ্ধান্ত

হােৱাটছএপৰ নতুন গােপনীয়তা নীতিৰ সন্দৰ্ভত আদালতত উত্থাপিত গােচৰত বৃহস্পতিবাৰে কেন্দ্রীয় চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিলে।

ADVERTISEMENT

কেন্দ্রই এই শপতনামাত উচ্চ ন্যায়ালয়ক স্পষ্টভাৱে অৱগত কৰি কয় যে হােৱাটছএপে নিজৰ ক্ষমতাৰ ভুল ব্যৱহাৰ কৰিছে। হােৱাটছএপে ব্যৱহাৰকাৰীসকলক কোম্পানীটোৰ গােপনীয়তা নীতি মানি চলিবলৈ হেঁচা দিয়া বুলিও শপতনামাত কেন্দ্ৰৰ চৰকাৰে অভিযােগ কৰিছে।

গােপনীয়তা নীতি মানি চলিবলৈ হােৱাটছএপে ব্যৱহাৰকাৰীসকললৈ বাৰে বাৰে জাননী জাৰি কৰিছে। এয়া ভাৰতীয় আইনৰ পৰিপন্থী কার্য বুলি অভিহিত কৰি কেন্দ্ৰই নতুন গােপনীয়তা নীতিৰ সন্দৰ্ভত জাৰি কৰা জাননীৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ত অন্তৱর্তী নির্দেশ জাৰি কৰিবলৈ দাবী জনায়।

উল্লেখ্য যে হােৱাটছএপৰ নতুন গােপনীয়তা নীতি ভাৰতসহ কে’বাখনাে দেশত যােৱা ১৫ মে’ৰ পৰা প্ৰৱৰ্তন কৰা হৈছিল। হােৱাটছএপৰ নতুন নীতিৰ বিৰুদ্ধে কেন্দ্ৰৰ চৰকাৰে বিৰােধিতা কৰি আহিছে যদিও মেছেজিং প্রতিষ্ঠানটোৱে এই নীতিৰ কোনাে সালসলনি ঘটোৱা নাই।

এই গােচৰত বৃহস্পতিবাৰে কেন্দ্রই স্পষ্টভাৱে আদালতক কয় যে হােৱাটছএপে নতুন গােপনীয়তা নীতি ব্যৱহাৰকাৰীসকলৰ ওপৰত জাপি দিছে আৰু এই নীতি স্বীকাৰ কৰােৱাৰ ক্ষেত্ৰত নানা কৌশল অৱলম্বন কৰিছে।

হােৱাটছএপে নতুন গােপনীয়তা নীতিৰ জৰিয়তে হােৱাটছএপ ব্যৱহাৰকাৰীৰ বিভিন্ন কনটেন্ট, তথ্যপাতি আদি কোম্পানীটোৱে নিজে ব্যৱহাৰ কৰাৰ অধিকাৰ অৰ্জন কৰিছে। ইয়াৰ বাবে কোম্পানীটোৱে ব্যৱহাৰকাৰীসকললৈ বার্তা প্রেৰণ কৰি হােৱাটছএপৰ চৰ্ত মানি ল’বলৈ নির্দেশ দি আহিছে।

হােৱাটছএপ বন্ধ হােৱাৰ শংকাত বহু ব্যৱহাৰকাৰীয়ে মেছেজিং এপটোৰ দ্বাৰা আৰােপিত এনে গােপনীয়তা নীতি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। প্রথমে হােৱাটছএপে আৰােপিত নীতি মানি নল’লে ব্যৱহাৰকাৰীয়ে হােৱাটছএপৰ সেৱা লাভ নকৰিব বুলি ঘােষণা কৰিছিল যদিও পাছত কোম্পানীটোৱে ইয়াক এক বিকল্প ব্যৱস্থা হিচাপে অভিহিত কৰি কৈছিল যে গােপনীয়তা নীতি স্বীকাৰ নকৰিলেও হােৱাটছএপ যিকোনাে লােকে ব্যৱহাৰ অব্যাহত ৰাখিব পাৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Delhi High CourtWhatsapp
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d