Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

    HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

    Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

খাদ্য সংকটত ভোগা বনৰীয়া হাতীৰ বাবে গোলাঘাটত ১৮০ বিঘা মাটিত ৰাইজে আৰম্ভ কৰিলে ধানখেতি

নামবৰৰ পৰা ওলাই আহি মুকলি মনেৰে নিবাৰণ কৰিব পাৰিব পেটৰ ক্ষোধা

publisher by publisher
June 6, 2021
in Assam, India, News
Reading Time: 1 min read
0
খাদ্য সংকটত ভোগা বনৰীয়া হাতীৰ বাবে গোলাঘাটত ১৮০ বিঘা মাটিত ৰাইজে আৰম্ভ কৰিলে ধানখেতি
5
SHARES
45
VIEWS
ShareShareShareShare

RelatedPosts

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

Golaghat:গোলাঘাটৰ বেঙেৰাখোৱা খেজুৰিতলত অঘটন

২০১৭ত পাঁচটা বন্যহস্তীৰ মৃত্যুৰ পাছত হস্তী দণ্ডীৰূপে চিহ্নিত কৰিছিল

গোলাঘাটত বনৰীয়া হাতীৰ বাবে ১৮০ মাটিত ধান খেতি আৰম্ভ কৰিছে গঁঞা ৰাইজে । যি সময়ত হাতী-মানুহৰ সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে,তেনে সময়তে খাদ্য সংকটত ভোগা বনৰীয়া হাতীৰ বাবে গোলাঘাটত ৰাইজে ১৮০ বিঘা বিস্তৃত কৃষি ভূমিত আৰম্ভ কৰিছে ধান খেতি ।

ADVERTISEMENT

এই ব্যতিক্ৰমী পদক্ষেপ গোলাঘাট জিলাৰ থুৰামুখ মিৰিপথাৰ গাঁৱৰ ৰাইজৰ । নামবৰ বনাঞ্চলৰ পৰা খাদ্যৰ অন্বেষণত ওলাই অহা বনৰীয়া হাতীৰ জাকে এই ১৮০ বিঘা মাটিত কৰা ধানখেতি মুকলি মনেৰে উদৰ পুৰাই খাই পেটৰ ক্ষোধা নিবাৰণ কৰিব ।

বন্যহস্তীৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰমৰ উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰি থুৰামুখ মিৰিপথাৰবাসী ৰাইজৰ এনে মহৎ পদক্ষেপে সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে । উল্লেখ্য যে, খাদ্যৰ অভাৱত বন্যহস্তীৰ দলে উপায়হীন হৈ পেটৰ ক্ষোধা নিবাৰণৰ বাবে বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিনৰ পৰা উপদ্ৰৱ চলাই আহিছে ।

অঞ্চলটোৰ ঘৰ-দুৱাৰ,সা-সম্পত্তি,শস্য আদি বনৰীয়া হাতীয়ে ধংস কৰাটো নিত্য নৈমত্তিক ঘটনাত পৰিণত হৈছে । হাতীৰ আক্ৰমণত বিভিন্ন সময়ত বহু লোকে কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে । তেনে পৰিস্থিতিত বনৰীয়া হাতীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি প্ৰায় ১০ বছৰ ধৰি অঞ্চলটোত পৰিত্যক্ত অৱস্থাত থকা প্ৰায় ১৮০ বিঘা কৃষিভূমিত বন্যহস্তীকুলৰ বাবে ৰাইজে আৰম্ভ কৰিবলৈ লৈছে ধান খেতি ৷

ৰাইজে অনুভৱ কৰে যে, গভীৰ খাদ্য সংকটত ভূগি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ দলে ৰাইজে কৰা এই ধান খাই পেটৰ ক্ষোধা নিবাৰণ কৰিব আৰু পেটৰ ক্ষোধা নিবাৰণ হ’লেই কাৰো অনিষ্ট নকৰে নাইবা অঞ্চলটোত উপদ্ৰুৱ নচলায় ।

গাঁওবাসীৰ এই মহৎ পদক্ষেপত সহায়ৰ হাত আগবঢ়াইছে নগাঁৱৰ বিনোদ বৰা নামৰ এজন যুৱকে ৷ স্মৰ্তব্য যে, বিভিন্ন সময়ত বন বিভাগে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে নানা ধৰণৰ পৰিকল্পনা হাতত লৈছে যদিও আজি পৰ্যন্ত বনৰীয়া হাতীৰ উপদ্ৰুৱৰ পৰা সৰ্বসাধাৰণ ৰাইজ পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

এনে প্ৰেক্ষাপটত গোলাঘাট জিলাৰ নামবৰ বনাঞ্চল সমিপৱৰ্তী থুৰামুখ মিৰিপথাৰবাসী ৰাইজে এনে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি বনৰীয়া হাতীৰ বাবে ১৮০ বিঘা মাটিত ধান খেতিৰ কঠীয়া সিঁচা পৰ্বও আজি ৰাজহুৱাভাৱে আৰম্ভ কৰে ৷

থুৰামুখ মিৰিপথাৰ গাঁৱৰ ৰাইজৰ এনে ব্যতিক্ৰমী তথা বন্যহস্তীকুলৰ প্ৰতি দেখুওৱা মৰম-আদৰক সকলোৱে একমুখে আদৰণি জনাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ELEPHANTGolaghat
publisher

publisher

Related Posts

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

September 8, 2026
Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

September 8, 2026
ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 
Assam

ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

September 8, 2026
HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ
Assam

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

September 8, 2026
Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন
Assam

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d