Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তামুলপুৰৰ ভূটান সীমান্তত উন্নয়নৰ নগ্ন স্বৰূপ, মটঙা নৈৰ ওপৰত নহ’ল এখন দলং

বাৰিষাৰ ভৰা নৈৰ বুকুয়েদী ভয়ংকৰ যাতায়ত

publisher by publisher
June 9, 2021
in Assam, India, News
Reading Time: 1 min read
0
তামুলপুৰৰ ভূটান সীমান্তত উন্নয়নৰ নগ্ন স্বৰূপ, মটঙা নৈৰ ওপৰত নহ’ল এখন দলং
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

Wild Elephant Attack:তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাস

তামুলপুৰ মহকুমাৰ ভূটান সীমান্তত উন্ননয়ৰ এক নগ্ন স্বৰূপ। দেশ স্বাধীন হােৱাৰ ৭৪ বছৰ পাছতাে ভূটান সীমান্তৰ কুমাৰীকাটা- কাউলী গড়কাপ্তানী পথৰ মাজেৰে বৈ যােৱা মটঙা নৈৰ ওপৰত এখন পকী দলং নির্মান নকৰাত সম্প্রতি যাতায়তৰ ক্ষেত্ৰত দুর্ভোগ ভূগি আহিছে সীমান্তৰ হেজাৰ হেজাৰ লােকে।

ADVERTISEMENT

বাৰিষা আহিলেই অধিক দূর্বিসহ হৈ পৰে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা। ভৰ বাৰিষা নৈৰ পানী বঢ়াৰ পােৱাৰ লগে লগে বন্ধ হৈ পৰে যাতায়ত। সম্প্রতি দলং নথকাৰ বাবেই বাৰিষাৰ আৰম্ভনিতে ভূটান পাহাৰৰ পৰা বৈ অহা মটঙা নৈৰ কোবাল সোঁতৰ মাজেদি বিপদসংকুল ভাৱে যাতায়ত কৰিব লগা হৈছে স্থানীয় ৰাইজে। বাইকৰ ওপৰত মানুহ নহয় মানুহৰ কান্ধত বাইক উঠাই ভৰা নৈ পাৰ কৰিব লগা হৈছে দুচকীয়া বাহন,চাইকেল আদি।

Screenshot 2021 06 08 18 37 49 90 2

বাৰিষাৰ আগমনৰ লগে লগে তামুলপুৰ মহকুমাৰ ভূটান সীমান্তত সুলভ হৈ পৰে এনে ভয়াবহ দৃশ্য। আনহাতে এনে বিপদ সংকুল যাতায়তত অলপ ভুল মানেই হ’ব পাৰে ভয়ংকৰ অঘটন৷ স্থানীয় ৰাইজৰ অভিযােগ বিগত সময়ছােৱাত ৰাজ্যত বহু চৰকাৰ আহিল আৰু গ’ল। কিন্তু আজিলৈ কোনাে এখন চৰকাৰেই মটঙা নৈৰ ওপৰত এখন স্থায়ী পকী দলং নিৰ্মানৰ ব্যৱস্থা নকৰিলে।

কেৱল নির্বাচনৰ সময়ত ৰাইজক মুখ দেখুওৱা জনপ্ৰতিনিধি সকলেও নললে কোনাে পদক্ষেপ। কুমাৰীকাটা -কাউলী সংযােগী অতি গুৰুত্বপূৰ্ণ পথটোৰ মাজত থকা মটঙা নৈৰ ওপৰত আজিলৈ এখন পকী দলং নির্মান নােহােৱাত ফলত সীমান্তৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অতি বিপদসংকুল ভাৱে অব্যাহত ৰাখিছে যাতায়ত।

Screenshot 2021 06 08 18 36 05 84 2

স্থানীয় ৰাইজে জনােৱা মতে, ইতিমধ্যে ভৰ বাৰিষা মটঙা নৈ পাৰ হ’বলৈ যাওঁতে নৈৰ প্রবল সোঁতে উটুৱাই নিয়াত কেবাজনাে লােকৰ মৃত্যুও হৈছে। আনহাতে দলং নথকাৰ বাবে বাৰিষা কুমাৰীকাটা-কাউলী পথেৰে যাতায়ত ব্যৱস্থা ব্যাহত হৈ এম্বুলেন্স সেৱা বন্ধ হৈ গৰ্ভৱতী মহিলাৰ লগতে আন আন দুৰাৰােগ্য ৰােগত আক্রান্ত লােকৰ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু ঘটিছে বুলিও বুলিও একাংশ লােকে জানিবলৈ দিছে।

বিগত সময়ছােৱাত স্থানীয় ৰাইজে ৰাজ্য চৰকাৰ, বিটিচি চৰকাৰ, স্থানীয় বিধায়ক, সাংসদ, কাৰ্যবাহী সদস্য, এমচিএলক বাৰম্বাৰ অনুৰােধ কৰাৰ পাছতাে মটঙা নৈৰ ওপৰত এখন পকী দলং নির্মান নকৰাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ ৰাজ্যৰ মুখ্য মন্ত্রী ড: হিমন্ত বিশ্ব শর্মা তথা বিটিচি প্রধান প্রমােদ বড়ােলৈ বিনম্ৰ অনুৰােধ কৰে যে অঞ্চলটোত এখন পকী দলং নির্মান কৰি যাতায়ত ব্যৱস্থা সুচল কৰি দিয়ক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Motonga RiverTamulpur
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d