Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰাজ্যজুৰি শ শ শিশুৰ সংক্রমণে বৃদ্ধি কৰিছে উদ্বেগ, উদ্বেগজনক তথ্য প্রকাশ স্বাস্থ্যমন্ত্রীৰ

দ্বিতীয় টৌত ২৪,৩৪৩ শিশু-কিশােৰ আক্রান্ত

publisher by publisher
June 29, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
ৰাজ্যজুৰি শ শ শিশুৰ সংক্রমণে বৃদ্ধি কৰিছে উদ্বেগ, উদ্বেগজনক তথ্য প্রকাশ স্বাস্থ্যমন্ত্রীৰ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ৰাজ্যজুৰি শ শ শিশুৰ শৰীৰত শেহতীয়াকৈ দেখা দিছে ক’ভিড-১৯ৰ সংক্রমণে। এই বিষয়টোৱে চৰকাৰক চিন্তিত কৰি তােলাৰ সমান্তৰালকৈ শংকিত কৰি তুলিছে অভিভাৱকসকলক। সম্প্রতি শিশুৰ স্বাস্থ্যৰ বিষয়টো অতিশয় উদ্বেগৰ কাৰণ হৈ দেখা দিছে।

ADVERTISEMENT

ইয়াৰ পৰিপ্ৰেক্ষিতত কৰ’না ভাইৰাছৰ তৃতীয় লহৰে অসমক স্পর্শ কৰাৰ আশংকাও ঘনীভূত হৈ পৰিছে। স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ৰাজ্যত এতিয়াও ক’ভিডৰ তৃতীয় লহৰ আহি পৰা নাই বুলি দাবী কৰিছে। তৎসত্ত্বেও স্বয়ং স্বাস্থ্যমন্ত্রীয়ে সদৰী কৰা এক ভয়ংকৰ তথ্যই এতিয়া গভীৰ চিন্তাৰ কাৰক হৈ পৰিছে।

ক’ভিডৰ দ্বিতীয় লহৰতে ৰাজ্যখনত ২৪ হেজাৰৰ অধিক শিশু আৰু কিশােৰ আক্রান্ত হােৱা বুলি সোমাবাৰে নগাঁৱত সদৰী কৰিলে স্বাস্থ্যমন্ত্রী মহন্তই। সোমাবাৰে নগাঁও ভ্ৰমণ কৰা স্বাস্থ্যমন্ত্রী মহন্তই ৰাজ্যত ক’ভিড পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্রণলৈ অহা বুলি কয়।

অৱশ্যে শিশুৰ সংক্ৰমণৰ সন্দৰ্ভত মন্ত্রীজনে কয় যে সমগ্ৰ ৰাজ্যত বিগত এপ্রিলৰ পৰা বৰ্তমানলৈকে ২৪ হেজাৰ ৩৪৩জন শিশু আৰু কিশােৰ ক’ভিডত আক্রান্ত হৈছে। মন্ত্রী মহন্তই কয়,‘এপ্রিলৰ পৰা নগাঁও জিলাত এহেজাৰ ৯৬১জন শিশু ক’ভিডত আক্ৰান্ত হৈছে। সোমাবাৰে জিলাখনত সক্রিয় শিশু ৰােগীৰ সংখ্যা ২৮৪জন।

ইয়াৰ ভিতৰত ৬১জন ছবছৰ বয়সৰ তলৰ আৰু এক বছৰৰ তলৰ আঠজন শিশু আছে। বাকীখিনি ছবছৰৰ ওপৰৰ শিশু। স্বাস্থ্যমন্ত্রীয়ে লগতে কয় যে ৰাজ্যত আক্রান্ত সকলাে শিশুৱেই ১৮ বছৰৰ তলৰ। অৱশ্যে অধিক সংখ্যক শিশু ইতিমধ্যে ঘৰলৈ উভতি যােৱাটো ভাল খবৰ বুলিও মন্ত্রীজনে কয়।

স্বাস্থ্যমন্ত্রীয়ে লগতে কয়, ক’ভিডৰ প্ৰথম লহৰত ১২ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত শিশু-কিশােৰ আক্ৰান্তৰ হাৰ আঠ শতাংশ আছিল আৰু দ্বিতীয় লহৰত এই বয়সৰ ১২ শতাংশ শিশু আক্রান্ত হৈছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্রীয়ে জনায় যে ক’ভিডত আক্রান্ত শিশুৰ চিকিৎসাৰ বাবে প্রয়ােজনীয় ব্যৱস্থা কৰা গ্রহণ হৈছে।

প্ৰতিখন মেডিকেল কলেজতে পেডিয়েট্রিক আইচিইউৰ ব্যৱস্থা কৰা হৈছে। শিশুৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তিনিশ ৱাৰ্ডৰ ব্যৱস্থা কৰা হৈছে, যত শিশুৰ বাবে সকলাে চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব। প্রতিখন অসামৰিক চিকিৎসালয়ত ক’ভিড আক্রান্ত শিশুৰ চিকিৎসাৰ বাবে অক্সিজেনকে ধৰি সকলাে সুবিধা গ্রহণৰ ব্যৱস্থা লােৱা হ’ব মহন্তই কয়।

উল্লেখ্য যে শিশুৰ শৰীৰত ক’ভিডৰ সংক্ৰমণৰ বিষয়টোৱে সম্প্রতি যােৰহাট জিলাতাে উদ্বেগৰ সৃষ্টি কৰিছে। প্রাপ্ত তথ্য অনুসৰি, বিগত ১৬ দিনত যােৰহাট জিলাত ১১০জন শিশু ক’ভিডত আক্রান্ত হৈছে। এই তথ্যৰ ভিত্তিতে ক’ভিডৰ তৃতীয় লহৰ আৰম্ভ হােৱাৰ আশংকাত ত্রস্তমান হৈ পৰিছে যােৰহাটবাসী। জিলা স্বাস্থ্য বিভাগৰ সূত্রই জনােৱা মতে, সম্প্রতি পাঁচ শিশু ৰােগী যােৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড কক্ষত চিকিৎসাধীন হৈ আছে।

আন আক্রান্ত শিশুসকলৰ একাংশ ইতিমধ্যে সুস্থ হােৱাৰ বিপৰীতে কিছুসংখ্যক সম্প্রতি নিজগৃহত স্বাস্থ্য বিভাগৰ পর্যবেক্ষণত থকা বুলি সূত্রই জনাইছে। সূত্রই লগতে জনাইছে যে একৰ পৰা ১০ বছৰ বয়সৰ আঠজন শিশু, ১১ৰ পৰা ১৪ বছৰৰ ভিতৰৰ ৫৬জন শিশু আৰু ১৫ৰ পৰা ১৮ বছৰৰ ২৯জন কিশােৰ-কিশােৰী আক্রান্ত হৈছে। উল্লেখ্য যে এই আক্রান্তসকলৰ মাতৃ বা পিতৃও ক’ভিডত আক্রান্ত হৈ আছে।

অৱশ্যে যােৰহাট জিলাত এই পর্যন্ত কোনাে শিশুৰ ক’ভিডত মৃত্যু হােৱা নাই। শিশুৰ শৰীৰত সংক্ৰমণৰ সন্দৰ্ভত যােৰহাটৰ উপায়ুক্ত অশােক কুমাৰ বৰ্মনে কয়, বিভিন্ন ঠাইৰ দৰে যােৰহাটতত ক’ভিডৰ দ্বিতীয় লহৰত আন আন বয়সৰ লগতে শিশুসকলাে ক’ভিডত আক্রান্ত হৈছে। তেওঁলােকৰ পিতৃ-মাতৃও আক্রান্ত হৈছে আৰু আৰােগ্য হৈ সুকলমে ঘৰলৈ গুছি গৈছে বা নিজ ঘৰতে থাকি নিগেটিভ হৈছে।

বর্তমানে মাত্র পাঁচটি শিশুহে যােৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড সেৱা কেন্দ্ৰত চিকিৎসাধীন হৈ আছে।বর্তমানে চিকিৎসাধীন হৈ থকা শিশুসকলাে সুস্থ হৈ ঘূৰি যাবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰি উপায়ুক্ত বর্মনে লগতে এই মাৰাত্মক ব্যাধিৰ পৰা আঁতৰি থাকিবলৈ সকলােকে ক’ভিড বিধি সম্পূৰ্ণৰূপে মানি চলিবলৈ আহ্বান জনায়।

ইফালে, শােণিতপুৰ জিলাতাে শিশুৰ শৰীৰত ক’ভিডৰ সংক্রমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বিগত কিছু দিনৰ পৰাই জিলাখনত শিশুৰ শৰীৰত এই মাৰাত্মক সংক্রামক ৰােগৰ সংক্রমণ দেখা দিয়াত স্বাভাৱিকতে আতংকৰ সৃষ্টি হৈছে জিলাখনত। শােণিতপুৰত সোমাবাৰে ২২৮জন লােকৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ভিতৰত আছে ৪০জন শিশু আৰু কিশােৰ।

শােণিতপুৰৰ উপায়ুক্ত ড° ভূপেশ চন্দ্র দাসে জনায় যে সোমাবাৰে আক্রান্তসকলৰ ভিতৰত এটি পাঁচমহীয়া শিশুও আছে। উপায়ুক্তই কয়, মাতৃদুগ্ধ পান কৰা শিশু কৰ’নাত আক্রান্ত হােৱাৰ বিপৰীতে সেই মাতৃৰ দেহত আকৌ কৰ’নাৰ সংক্রমণ ঘটা নাই। উল্লেখ্য যে ক’ভিডৰ দ্বিতীয় লহৰত জিলাখনত এই পর্যন্ত ২৯৯জন শিশু আৰু কিশােৰ আক্রান্ত হৈছে।

উপায়ুক্ত ড° দাসে সোমাবাৰে সংবাদ মাধ্যমৰ আগত কয়, ‘আতংক নহয়, সজাগতাইহে কৰ’নাৰ সংক্ৰমণৰ পৰা সৰ্বসাধাৰণক ৰক্ষা কৰিব। গতিকে প্ৰতিটো পৰিয়ালৰ যিজন সদস্য প্রয়ােজনত বাহিৰলৈ যাবলগীয়া হয়, সেইজন অতি সাৱধান হােৱাটো উচিত। তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰিব তেওঁৰ পৰিয়ালৰ কৰ’নাৰ পৰা সুৰক্ষাৰ বিষয়টো। সেয়েহে স্বাস্থ্য বিভাগে কৰ’না সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ আগবঢ়োৱা উপদেশ আৰু চৰকাৰী নির্দেশনা মানি চলাটো অতি প্রয়ােজন।

জিলাখনত শিশুৰ শৰীৰত সংক্রমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি শিশুসকলৰ বাবে প্রয়ােজনীয় আইচিইউকে ধৰি সকলাে সুবিধা আৰু চিকিৎসকৰ ব্যৱস্থাৰে এক পৃথক কৰ’না চিকিৎসা কেন্দ্র মুকলিৰ সিদ্ধান্ত লােৱা হৈছে বুলিও উপায়ুক্তই সদৰী কৰে। তেওঁ কয় যে ইতিমধ্যে ঘোঁৰামাৰীত থকা স্বাস্থ্য কেন্দ্রক উপযুক্তভাৱে গঢ়ি তােলাৰ কাম আৰম্ভ হৈছে।

অসমত ক’ভিডৰ তৃতীয় লহৰৰ খবৰ নাই চৰকাৰৰ : স্বাস্থ্যমন্ত্রী

‘সমগ্ৰ ৰাজ্যখনত ক’ভিড জনিত পৰিস্থিতি ক্রমশঃ নিয়ন্ত্রণলৈ আহিছে। বর্তমান সময়ত ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ দুই শতাংশৰ তললৈ হ্রাস পাইছে। ৰাজ্য চৰকাৰে ক’ভিড প্ৰতিৰােধৰ বাবে গ্ৰহণ কৰা কঠোৰ পদক্ষেপ বাবেই এয়া সম্ভৱ হৈছে। নগাঁৱত সোমাবাৰে এইদৰে কয় স্বাস্থ্যমন্ত্রী মহন্তই।

নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ স’তে ক’ভিড পৰিস্থিতি সম্পৰ্কীয় বৈঠকত অংশ লােৱাৰ পাছত সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রীজনে কয় যে ক’ভিড প্ৰতিৰােধৰ বাবে ল’ব লগা সকলাে ধৰণৰ পদক্ষেপ গ্রহণ কৰা হৈছে। অসমত ক’ভিডৰ তৃতীয় লহৰৰ প্ৰভাৱ পৰাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্রীয়ে কয়, আমি বর্তমান তেনে খবৰ পােৱা নাই।

বিগত বৰ্ষৰ মাৰ্চৰ পৰা ক’ভিডৰ প্ৰথম লহৰ হৈছিল আৰু এতিয়া এপ্রিলৰ পৰা দ্বিতীয় লহৰ আৰম্ভ হৈছে। আমি পর্যবেক্ষণ কৰি দেখিছাে। আমি বেলেগ লক্ষণ দেখা নাই। চিন্তিত হােৱাৰ কোনাে কাৰণ নাই বুলি মন্তব্য কৰি মন্ত্ৰী মহন্তই লগতে কয়, ‘মুখ্যমন্ত্ৰীয়ে ক’ভিড প্রতিৰােধৰ বাবে সকলাে ব্যৱস্থা গ্ৰহণ কৰিছে।

আমি ক’ভিডৰ মুখামুখি হ’বলৈ সাজু আছাে। ক’ভিডৰ মােকাবিলা কৰাৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখন দেশৰ ভিতৰত আগস্থানত আছে। স্বাস্থ্যমন্ত্রীয়ে লগতে সদৰী কৰে যে নগাঁৱত আৰটিপিচিআৰ পৰীক্ষাগাৰৰ কাম আৰম্ভ হৈছে আৰু পৰৱর্তী ১০-১৫ দিনৰ ভিতৰতে ইয়াত কাম আৰম্ভ কৰিব পৰা যাব।

ধুবুৰীতাে এটা আৰটিপিচিআৰ পৰীক্ষাগাৰ স্থাপনৰ কাম আৰম্ভ হােৱা বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখ্য যে স্বাস্থ্যমন্ত্রীজনে নগাঁও চহৰৰ ম’হখুলিত নির্মীয়মান নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰাে সোমাবাৰে বুজ লয়। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘চিকিৎসা মহাবিদ্যালয়খনৰ ৬৮ শতাংশ কাম সম্পূর্ণ হৈছে।

ইতিমধ্যে আমি ঠিকাদাৰক ৬৩ শতাংশ ধন মােকলাই দিছাে। মেডিকেল কলেজখনৰ নির্মাণ কার্য ডিচেম্বৰৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। নিশ্চিতভাৱে আমি এই লক্ষ্যত উপনীত হ’ব পাৰিম। অহা শিক্ষা বৰ্ষৰ পৰাই মেডিকেল কলেজখনত পাঠ্যক্ৰম আৰম্ভ হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19Harsh Vardhan
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d