Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

দুৰ্নীতিৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ড সমাপ্ত, মুক্তি পালে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌটালাই

publisher by publisher
July 2, 2021
in India, News, Politics
Reading Time: 1 min read
0
দুৰ্নীতিৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ড সমাপ্ত, মুক্তি পালে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌটালাই
8
SHARES
76
VIEWS
ShareShareShareShare

RelatedPosts

কৰিব নালাগে কোনো কাম,থাকিব চোৱাচিতা কৰা লোক ! কাৰাগাৰত কি কি সুবিধা পাব ওম প্ৰকাশ চৌটালাই

টিকৰি সীমান্তত প্ৰতিবাদকাৰীসকলৰ বাবে ৪০খন বিছনাযুক্ত চিকিৎসালয় মুকলি

হাৰিয়ানাত শিক্ষক নিয়োগ দুৰ্নীতি গোচৰত দোষী সাব্যস্ত প্ৰাক্তন মুখ্যমন্ত্ৰী ওমপ্ৰকাশ চৌটালাই মুক্তি লাভ কৰিলে । ১০ বছৰৰ কাৰাদণ্ডৰ ম্যাদ শুকুৰবাৰে সমাপ্ত হৈছে । ইণ্ডিয়ান নেচনেল লোকদল (আইএন‌এলডি)ৰ প্ৰধান চৌটালাক আগতেই বয়স আৰু স্বাস্থ্যৰ বাবে পেৰোলত মুক্তি দিয়া হৈছিল । মুক্তিৰ সময়ত দিল্লী-হাৰিয়ানা সীমান্তত চৌটালাই কৈছিল, ‘দুখীয়া আৰু কৃষকসকলৰ স্বাৰ্থত মোৰ যুঁজ অব্যাহত থাকিব ।’

ADVERTISEMENT

শুকুৰবাৰে তিহাৰ কাৰাগাৰত গৈ আইনী অনুষ্ঠানিকতাৰ সামৰণি মাৰে ৮৬ বছৰীয়া জাট নেতা আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ তথা সহ-শাস্তিপ্ৰাপ্ত অজয়ে । ইয়াৰ পাছত কাৰাগাৰৰ কৰ্তৃপক্ষই জনায়, দিল্লী চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি তেওঁলোকক মুক্তি দিয়া হৈছে ।

২০০০ত হাৰিয়ানাত জুনিয়ৰ বেছিক শিক্ষক পদত নিয়ম বহিৰ্ভূতভাৱে তিনি হেজাৰ ২১৬জনক নিয়োগ কৰা হৈছিল । ২০০৮ত এই গোচৰত দোষী সাব্যস্ত হৈছিল চৌটালা । চিবিআই-য়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি আছিল । ২০১৩ত দিল্লী ন্যায়ালয়ে চৌটালা আৰু তেওঁৰ পুত্ৰ অজয় সিঙ চৌটালাক ১০ বছৰৰ কাৰাদণ্ড দিয়ে । লগতে আৰু ৫৩ জনক শাস্তি বিহা হৈছিল ।

পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়েও প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী দেৱীলালৰ পুত্ৰ চৌটালা আৰু নাতি অজয়ক এই গোচৰত দোষী সাব্যস্ত কৰে । ২০১৭ত কাৰাগাৰৰ পৰাই তেওঁ ‘নেছনেল ইনষ্টিটিউট অৱ অ’পেন স্কুলিং’ (এন‌আইঅ’এছ)ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয় । ২০১৪ৰ লোকসভা ভোটৰ সময়ত অভিযোগ উত্থাপিত হৈছিল যে, স্বাস্থ্যজনিত কাৰণত পেৰোলত মুক্তি লাভ কৰি লোকসভা ভোটত প্ৰচাৰ কৰিছে চৌটালাই ।

বিগত কিছু বছৰত হাৰিয়ানা ৰাজনীতিত প্ৰাসংগিকতা হেৰুৱাইছে আইএন‌এলডি-য়ে । চৌটালাই তেওঁৰ অনুপস্থিতিত দল পৰিচালনাৰ দায়িত্ব দিছিল তেওঁৰ কনিষ্ঠ পুত্ৰ অভয়ক । কিন্তু অজয়ৰ পুত্ৰ দুষ্মন্ত‌ই পৃথক দল ‘জননায়ক জনতা পাৰ্টী’ (জেজেপি) গঠন কৰি বিজেপিৰ স’তে জোঁটবন্ধন কৰি হাৰিয়ানাৰ উপমুখ্যমন্ত্ৰী হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ajay ChautalaINLDOm Prakash Chautala
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d