Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জিএমচিএইচত নতুন সংযোজন মঙ্গলবাৰে ২০০খন বিচনাৰ অত্যাধুনিক সা-সুবিধাৰ আইচিইউ মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

উদ্বোধনৰ পূৰ্বে সোমবাৰে পৰিদৰ্শন কৰি আশ্বস্ত স্বাস্থ্যমন্ত্ৰী

publisher by publisher
July 5, 2021
in Assam, India, News
Reading Time: 1 min read
0
জিএমচিএইচত নতুন সংযোজন মঙ্গলবাৰে ২০০খন বিচনাৰ অত্যাধুনিক সা-সুবিধাৰ আইচিইউ মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে
5
SHARES
51
VIEWS
ShareShareShareShare

RelatedPosts

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

Amit Shah Election Rally in Missa:কলিয়াবৰৰ মিছাত ৰাহুল গান্ধীক তীব্ৰ কটাক্ষগৃহমন্ত্ৰী অমিত শ্বাহৰ 

GMCH Principal:জিএমচিএইচৰ অধ্যক্ষ ডা:অচ্যুত বৈশ্যক নিলম্বনৰ নিৰ্দেশনা পত্ৰ ৰাজ্যৰ স্বাস্থ্য সচিবলৈ

ৰাজ্যৰ চিকিৎসা আন্তঃগাঠনিৰ সংবৰ্ধনেৰে কাইলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত সংযোজন ঘটিব অত্যাধুনি সা-সুবিধা সম্বলিত ২০০খন বিচনাযুক্ত এটি নতুন আইচিইউ ব্লক।

ADVERTISEMENT

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে বিয়লি তিনি বজাত আনুষ্ঠানিকভাৱে জিএমচিএইচৰ এই নৱনিৰ্মিত আইচিইউ ব্লক উদ্ধোধন কৰি ৰাইজৰ সেৱাত উচৰ্গা কৰিব।

এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ স’তে অংগ্ৰহণ কৰিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো। জিএমচিএইচৰ পূৰ্বৰ পাৰ্কিং এলেকাত ২০ কোটি টকা প্ৰকল্প ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা দুমহলীয়া আইচিইউ ব্লকটোৰ প্ৰতিখন বিচনাৰ স’তেই ভেণ্টিলেটৰ, মণিটৰকে ধৰি প্ৰয়োজনীয় সকলো অত্যাধুনিক সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে।

এনে অত্যাধুনিক চিকিৎসা সা-সৰঞ্জাম তথা উপকৰণ সংযোজনৰ বাবদ ১৩.৭১ কোটি টকা ব্যয় হৈছে। ইফালে, উদ্বোধনৰ প্ৰাককালত আজি এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য আৰু জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাক লগত লৈ স্বাস্থ্যমন্ত্ৰী মহন্তই জিএমচিএইচৰ নৱনিৰ্মিত আইচিইউ ব্লকৰ প্ৰতিটো কক্ষ পৰিদৰ্শন কৰি আন্তঃগাঠনিগত দিশসমূহ পৰ্যবেক্ষণ কৰে।

পৰিদৰ্শনৰ অন্তত স্বাস্থ্যমন্ত্ৰী মহন্তই সাংবাদিকৰ আগত প্ৰকাশ কৰে, ‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী সিদ্ধান্তৰ আধাৰত আমাৰ স্বাস্থ্য বিভাগে যথেষ্ট কম দিনৰ ভিতৰতে জিএমচিএইচ চৌহদত এই নতুন আইচিইউ ব্লক নিৰ্মাণ কৰি উলিয়াইছে।

কাইলৈ ২০০খন বিচনাৰ অত্যাধুনিক আইচিইউটো মুকলিৰ লগে লগে জিএমচিএইচৰ চিকিৎসা আন্তঃগাঠনি আৰু অধিক মজবুত হৈ পৰিব। সদ্যহতে ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবেহে এই আইচিইউ ব্লকত ভৰ্তি কৰা হ’ব যদিও ভৱিষ্যতে ক’ভিডৰ পৰিস্থিতি নোহোৱা হ’লে ইয়াক আন ৰোগত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে আমি ব্যৱহাৰ কৰিব পাৰিম।

ইয়াৰ প্ৰতিখন বিচনাৰ স’তেই অত্যাধুনিক সা-সুবিধা উপলব্ধ কৰা হৈছে। পুৰুষ আৰু মহিলা চিকিৎসক-স্বাস্থ্য কৰ্মীসকলৰ বাবে পৃথক ‘ড’নিং এণ্ড ড’ফিং’ এলেকা থকাৰ লগতে নিশাৰ দায়িত্বত থাকিব লগা চিকিৎসক-চিকিৎসাকৰ্মীৰ বাবে জিৰণী কক্ষৰো ব্যৱস্থা ৰখা হৈছে।

তদুপৰি, এই আইচিইউ চিকিৎসালয়খনৰ স’তে এটা ৮০ হেজাৰ লিটাৰ তৰল চিকিৎসা অক্সিজেন মজুত ৰাখিব পৰাকৈ এটা বৃহৎ অক্সিজেন টেংকিও স্থাপন কৰা হৈছে। ই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ অক্সিজেন টেংকি।’

মন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে নতুন আইচিইউ ব্লক চিকিৎসালয়খন আৰম্ভ কৰাৰ পাছত সদ্যহতে ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হৈ থকা জিএমচিএইচৰ মূল চৌহদৰ আইচিইউ ব্লককেইটা পুণৰ আগৰ দৰে আন ৰোগীৰ চিকিৎসাৰ বাবে মুকলি কৰি দিয়া হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GMCHKeshab Mahanta
publisher

publisher

Related Posts

বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি
Assam

বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

September 11, 2026
যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা
International

যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

September 11, 2026
টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d