Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধুবুৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত লাখ লাখ টকাৰ কেলেংকাৰী, কাম নকৰাকৈ ১০ লাখ টকাৰ টকাৰ বিল আত্মসাৎ

ভেণ্ডৰসহ দুই অভিযন্তাৰ বিৰুদ্ধে গোচৰ ধুবুৰী জিলা প্ৰশাসনৰ

publisher by publisher
July 9, 2021
in Assam, India, News
Reading Time: 1 min read
0
ধুবুৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত লাখ লাখ টকাৰ কেলেংকাৰী, কাম নকৰাকৈ ১০ লাখ টকাৰ টকাৰ বিল আত্মসাৎ
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

ধুবুৰীত আধাৰ ভৰ্তিকৰণৰ কাম ত্বৰান্বিত কৰাৰ পদক্ষেপ

ধুবুৰীত ‘মিছন ৰামধেনু’

মজুত থকা সামগ্ৰীৰ পৰিমাণ, মূল্য দোকানৰ বাহিৰত লিখি ৰখাতো বাধ্যতামূলক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুগৰাকীকৈ বিভাগীয় স্বীকৃত অভিযন্তা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ এজন স্বত্বাধিকাৰী অৰ্থাৎ ভেণ্ডৰকে ধৰি মুঠ তিনিগৰাকী ব্যক্তিৰ বিৰূদ্ধে ধুবুৰী সদৰ থানাত আজি এক এজাহাৰ দাখিল কৰে জিলা প্ৰশাসনে।

ADVERTISEMENT

তথ্য অনুসৰি গৌৰীপুৰ উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এমজিএনৰেগা আঁচনিৰ অধীনৰ ৫২.৭২ লাখ টকীয়া আঁচনি ৰূপায়নত চৰম দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল।

তাৰ পাছতেই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শীৰ্ষ পৰ্য্যায়ৰ দুগৰাকী বিষয়াই ধুবুৰীত উপস্থিত হৈ চৰজমিন তদন্ত কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছিল জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেশ তালুকদাৰক।

সেইমতে প্ৰায় এক হেজাৰ কামৰ এক চৰজমিন তদন্ত চলাইছিল ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তালুকদাৰে। ধুবুৰী জিলা উপায়ুক্ত আন্বামুথন এম পিৰ নিৰ্দেশ মৰ্মে চলোৱা তদন্তৰ পাছতেই জিলা উপায়ুক্তক এখন লিখিত প্ৰতিবেদন দাখিল কৰে।

তদন্তৰ প্ৰতিবেদনত গৌৰীপুৰ উন্নয়ন খণ্ডটোৰ দুগৰাকী স্বীকৃত অভিযন্তা ক্ৰমে ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ অল মাছুদ মোল্লাহ আৰু গৌৰীপুৰৰ মধুশৌলমাৰীৰ ‘জাহিদূল এন্টাৰপ্ৰাইজ’’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ স্বত্বাধিকাৰী অৰ্থাৎ ভেণ্ডৰ জনৈক জাহিদূল হ’ক দূৰ্নীতিত লিপ্ত থকা বুলি উন্মোচিত হয়।

তাৰ পাছতেই আজি ধুুবুৰী সদৰ থানাত উক্ত তিনিওগৰাকী ব্যক্তিৰ বিৰূদ্ধে ধুবুৰী জিলা পৰিষদৰ কাৰ্যনিৰ্বাহক বিষয়াগৰাকীয়ে এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ১০৯৭/২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৪০৬/৪২০/৪৬৮/৪৭১ ধৰাত এখন গোচৰ পঞ্জীয়ন কৰে। শীঘ্ৰেই গ্ৰেপ্তাৰ হব পাৰে ভেণ্ডৰ সহ দুই অভিযন্তা। কিন্তু উল্লেখযোগ্য যে জিলা প্ৰশাসনে এজাহাৰ দাখিল কৰাৰ লগে লগে তিনিও অভিযন্তা, ভেণ্ডৰ পলাতক অৱস্থাত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anbamuthan M P
publisher

publisher

Related Posts

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d