Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

জনপ্ৰিয় অভিনেত্ৰী ছাই পল্লৱীৰ বিষয়ে জানক কিছু নজনা কথা

publisher by publisher
July 10, 2021
in Entertainment, India, News
Reading Time: 2 mins read
0
জনপ্ৰিয় অভিনেত্ৰী ছাই পল্লৱীৰ বিষয়ে জানক কিছু নজনা কথা
13
SHARES
127
VIEWS
ShareShareShareShare

RelatedPosts

ইতিহাস সৃষ্টি কৰিলে দক্ষিণ ভাৰতৰ Maari ২ৰ গীতে

বিনোদন জগত আৰু গ্লেমাৰ যেন ইটো সিটোৰ পৰিপূৰক । পৰ্দাতেই হ‌ওক বা পৰ্দাৰ বাহিৰত, মেক‌আপ অবিহনে আমি অভিনেতা-অভিনেত্ৰীসকলক কল্পনাই কৰিব নোৱাৰো । বিনোদন আৰু গ্লেমাৰৰ এই সমীকৰণৰ সম্পূৰ্ণ বিপৰীতে গৈ নজিৰ গঢ়িছে দক্ষিণৰ এগৰাকী তাৰকাই । তেওঁ কেতিয়াও মেক‌আপ নকৰে ।

ADVERTISEMENT

এই অভিনেত্ৰীগৰাকী হৈছে ছাই পল্লৱী ছেন্ঠামাৰাই । ১৯৯২ৰ ন মে’ত তামিলনাডুৰ নীলগিৰি জিলাত তেওঁৰ জন্ম । সৰুকাল কাটে কোয়ম্বত্তুৰত । সম্প্ৰতি তেওঁ পিতৃ-মাতৃ আৰু ভগ্নীৰ স’তে কোচিত থাকে ।

তেওঁৰ পিতৃ আবকাৰী বিভাগত কৰ্মৰত । মাতৃ নৃত্যশিল্পী । মাতৃক দেখিয়ে সৰুৰ পৰা নৃত্যৰ প্ৰতি আগ্ৰহ জন্মে তেওঁৰ । ছাই পল্লৱীয়ে কেতিয়াও নৃত্যৰ প্ৰশিক্ষণ লোৱা নাই । কিন্তু প্ৰশিক্ষিত নহয় যদিও তেওঁৰ নৃত্য‌ই দৰ্শকক মুগ্ধ কৰে ।

কেৱল অভিনয়েই নহয়, তেওঁৰ ব্যক্তিত্ব আৰু সৰলতাই দৰ্শকসকলক তেওঁক ভাল পাবলৈ বাধ্য কৰে । বিনোদন জগতত জাকজমকতাৰ স’তে খোজত-খোজ মিলাই চলিবলৈ যিসময়ত সকলো অভিনেতা-অভিনেত্ৰীয়ে প্ৰসাধনৰ ব্যৱহাৰ কৰে, ইয়াতেই নজিৰ ছাই পল্লৱীৰ ।

গালৰ দাগ আৰু কেকোৰা চুলিৰেই অভিনয় কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে । তেওঁ গালৰ দাগো কেতিয়াও মেক‌আপৰ সহায়ত ঢাকিবলৈ চেষ্টা কৰা নাই । অৱশ্যে কেতিয়াবা স্ক্ৰিপ্তৰ চাহিদা অনুযায়ী মেক‌আপ কৰিবলগীয়া হ’লেও সামান্য মেক‌আপ কৰে ।

ছাই পল্লৱীয়ে এসময়ত নিজৰ চেহেৰাক লৈ হীনমান্যতাত ভুগিছিল । প্ৰথমাৱস্থাত অভিনয়ৰ সুযোগো লাভ কৰিছিল । কিন্তু তেওঁ চেষ্টা অব্যাহত ৰাখে । বাহিৰৰ ৰূপেই যে সকলো নহয়, সেই কথা প্ৰমাণ কৰাৰ অপ্ৰাণ চেষ্টাই আজি তেওঁক এই স্থানত উপনীত কৰিছে ।

ছাই পল্লৱী প্ৰথম চৰ্চাত আহে এটা গাৰ বৰণ উজ্বল কৰা ক্ৰিমৰ বিজ্ঞাপনক কেন্দ্ৰ কৰি । গাৰ বৰণ উজ্বল কৰা এটা ক্ৰিমৰ বিজ্ঞাপনৰ বাবে তেওঁ দুই কোটি টকাৰ প্ৰস্তাৱ লাভ কৰিছিল । কিন্তু এনে ধৰণৰ বিজ্ঞাপন ছোৱালীৰ বাবে অপমানজনক বুলি মন্তব্য কৰি তেওঁ এই কোটি টকাৰ প্ৰস্তাৱ নাকচ কৰে । ইয়াৰ পাছত ভাৰতৰ সংবাদ মাধ্যমৰ লগতে আন্তৰ্জাতিক মহলতো যথেষ্ট প্ৰশংসা হয় ।

২০০৩ৰ ‘কষ্টুৰিমান’ আৰু ২০০৮ৰ ‘ধাম ধুম’ ছবিত তেওঁ শিশু শীল্পীৰ অভিনয় কৰি নিজৰ আত্মপ্ৰকাশ কৰিছিল । পাছত পঢ়া-শুনাত ব্যস্ত থকাৰ বাবে দীৰ্ঘসময়ৰ বিৰতি লয় অভিনেত্ৰীগৰাকীয়ে ।

২০০৪ত জৰ্জিয়াত থকাকালীন পৰিচালক আলফোনছে পুঠাৰেনে তেওঁক ‘প্ৰেমাম’ ছবিৰ প্ৰস্তাৱ দিয়ে । ছাই পল্লৱী তেতিয়া জৰ্জিয়াতে পঢ়ি আছিল । ছুটিত ঘৰলৈ উভতি তেওঁ ছবিখনৰ শ্বুটিং কৰে । প্ৰথম ছবিৰ পৰাই তেওঁৰ অভিনয় ভাল পাবলৈ লয় দৰ্শকসকলে ।

প্ৰথম ছবিতেই ছাই পল্লৱীয়ে প্ৰমাণ কৰি দিছিল যে, মুখৰ খুঁত লুকাই ‘সুন্দৰী’ নহইয়ো দৰ্শকৰ মন জয় কৰিব পাৰি । ইয়াৰ পৰৱৰ্তী বছৰত পঢ়া-শুনাৰ পৰা এমাহৰ ছুটিত ঘৰলৈ আহি তেওঁ দ্বিতীয় ছবি ‘কালি’ৰ শ্বুটিং কৰে । ২০১৬ত ছবিখনে মুক্তি পায় । মালয়ালী ছবিত তেওঁৰ কাম ভাল পাইছিল দৰ্শকসকলে ।

সেয়ে কেৰিয়াৰৰ খুব কম সময়তে তেওঁ তেলেগু ছবিৰো সুযোগ লাভ কৰে । ২০১৭ত তেওঁৰ প্ৰথম তেলেগু ছবি ‘ফিদা’ মুক্তি পায় । ইয়াৰ পাছত ‘দিয়া’, ‘মাৰি-২’সহ একাধিক জনপ্ৰিয় ছবিত তেওঁ অভিনয় কৰে ।

২০২০ৰ ফ’ৰ্বছ ইণ্ডিয়া’জ ৩০ আণ্ডাৰ ৩০ত তালিকাভুক্ত হৈছিল তেওঁ । দক্ষিণৰ ইণ্ডাষ্ট্ৰীৰ তেঁৱেই একমাত্ৰ অভিনেত্ৰী যাৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে ।

কেৱল মেক‌আপৰ অবিহনেই যে তেওঁ পৰ্দাত আহে তেনে নহয়, ইয়াৰ উপৰি তেওঁ নিজৰ বাবে আৰু দুটা নিয়ম বান্ধি ৰাখিছে । পৰ্দাত ছুটি বস্ত্ৰ একেবাৰে পিন্ধিব নিবিচাৰে তেওঁ । স্ক্ৰিপ্তৰ চাহিদা অনুযায়ী অতি প্ৰয়োজন নহ’লে ছুটি পোছাক এৰাইয়ে চলে তেওঁ । শ্বুটিং আৰম্ভ কৰাৰ পূৰ্বে তেওঁ এই বিষয়ে পৰিচালকক স্পষ্টভাৱে জনাইও দিয়ে ।

নিজৰ বাবে বন্ধা আন এটা নিয়ম হৈছে, পৰ্দাত কোনো ঘনিষ্ঠ দৃশ্যত অভিনয় নকৰে । বিশেষকৈ পৰ্দাৰ অভিনেতাৰ স’তে চুম্বন একেবাৰেই পছন্দ নকৰে তেওঁ ।

ছাই পল্লৱীৰ এক বিশেষ গুণৰ বিষয়ে বহুতেই নাজানে । তেওঁ সুদক্ষ অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী চিকিৎসকো । ২০১৬ত তেওঁ জৰ্জিয়াৰ টিবিলিছি ষ্টেট মেডিকেল বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্ৰী অৰ্জন কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sai Pallavi
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d