Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

সুস্বাস্থ্যৰ বাবে কি কৰা উচিত

publisher by publisher
July 13, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
সুস্বাস্থ্যৰ বাবে কি কৰা উচিত
25
SHARES
249
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

প্ৰতিগৰাকী ব্যক্তিয়ে সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ বিচাৰে। পিছে স্বাস্থ্য সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত কেনে ধৰণৰ সতর্কতা অৱলম্বন কৰিব লাগে সেই বিষয়ে প্রায়ভাগ লােকেই গুৰুত্ব নিদিয়ে। সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ ধন ব্যয়ৰ প্রয়ােজন নাই। মাথোঁ সৰুৰে পৰাই কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰিব লাগিব। ৰােগ হলে চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ যাব লাগে। চিকিৎসক পৰামর্শ অনুসৰি ঔষধ সেৱন কৰিব লাগে।

তদুপৰি কিছু কিছু ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষাৰাে প্রয়ােজন হয়। এনে চিকিৎসাৰ বাবে অর্থ ব্যয় কৰিব লাগে। পিছে সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ অর্থ ব্যয় কৰিবলগীয়া নহয়। তদুপৰি স্বাস্থ্যবান লােকক ৰােগৰ বীজাণুৱে সহজে আক্রমণ কৰি নােৱাৰে। স্বাস্থ্য ৰক্ষাৰ বাবে যদি কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰা হয় তেতিয়া শৰীৰত ৰােগ-প্ৰতিৰােধী ক্ষমতাও বৃদ্ধি পায়। কোনবােৰ বিষয়ত সৰুৰে পৰাই গুৰুত্ব প্রদানৰ লগতে সতর্কতা অৱলম্বন কৰা উচিত।

সঠিক সময়ত খাওক খাদ্য

সঠিক সময়ত উপযুক্ত খাদ্য খাব লাগে। পুৱা, দুপৰীয়া আৰু নিশাৰ আহাৰ নির্দিষ্ট সময়ত গ্রহণ কৰিলে শৰীৰে প্রয়ােজনীয় পুষ্টি লাভ কৰিব পাৰে। শৰীৰটোৱে সময়মতে খাদ্য লাভ কৰাৰ লগে লগে অংগ-প্রত্যংগসমূহে উপযুক্তভাৱে পুষ্টি লাভ কৰাৰ ফলত নিজ নিজ কার্য সম্পাদন কৰিব পাৰে। শৰীৰক নির্দিষ্ট সময়ৰ ব্যৱধানত খাদ্যৰ প্রয়ােজন। সুষম খাদ্যই শৰীৰত বিভিন্ন উপাদানৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। কার্বহাইড্রেট, প্র’টিন, ভিটামিন,খনিজ পদার্থ আৰু ফাইবাৰ সমৃদ্ধ খাদ্য নিয়মীয়াকৈ খাব লাগে। দৈনন্দিন খাদ্য তালিকাত এই পাঁচবিধ উপাদানসমৃদ্ধ খাদ্যসম্ভাৰ অন্তর্ভুক্ত কৰা উচিত।

প্র’টিন বা মাংসসাৰৰ বাবে নিজে খাদ্য তালিকাত মাছ, চিকেন, কণী, গাখীৰ আদি খাব লাগে। কার্বহাইড্রেটৰ বাবে খাওক,পাউৰুটী, ক্রীম, গাখীৰ, আলু, পপকর্ণ, শর্কা, আদি। তদুপৰি ভিটামিন, খনিজ পদার্থৰ বাবে সতেজ শাক-পাচলিৰ উপৰি বতৰৰ ফল খাব লাগে। প্রতি সাঁজত মাছ, মাংস, কণী আদি খােৱাটোৱে সুষম আহাৰ সুস্বাস্থ্য। সকলােৱে এনে ধৰণৰ খাদ্য খাব নােৱাৰিবও পাৰে।

বাৰীত থকা শাক-পাচলি, ফল-মূলতেই থাকে শৰীৰৰ বাবে প্রয়ােজনীয় উপাদান। বহুতৰে মনত ভ্রান্ত ধাৰণা আছে যে বজাৰৰ পৰা বেছি দামত ক্ৰয় কৰি অনা খাদ্য খাদ্য সামগ্রীত বেছি-পুষ্টি পােৱা যায়। এনে মানসিকতাৰ বশৱৰ্তী হলে স্বাস্থ্য ৰক্ষাত সমস্যাৰ সৃষ্টি হ’ব। নিয়মীয়াকৈ শাক-পাচলি, ফলমূল, সপ্তাহতে এদিন-দুদিন মাছ-মাংস, কণী আদি খালেই যথেষ্ট।

নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰক

সকলােৱে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিলে বহুতাে ৰােগৰ পৰা হাত সাৰিব পাৰি। বিশেষকৈ যিসকলৰ পৰিয়ালত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰােগ আদিৰ ইতিহাস আছে তেওঁলােকে নিয়মীয়াকৈ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিলে ভৱিষ্যতে ৰােগে নিজৰ অজ্ঞাতেই জটিল ৰূপ ধাৰণ কৰাৰ পৰা হাত সৰাতাে সম্ভৱ।তদুপৰি কিছুমান ৰােগৰ লক্ষণ ফুটি উঠাৰ লগে লগে চিকিৎসা কৰিব পাৰি। প্ৰায়ভাগ লােকে এনে ৰােগৰ লক্ষণ ফুটি উঠাৰ পাছতাে চিকিৎসাৰ পৰামর্শ গ্রহণ কৰিব নােখােজে। এনে অৱহেলাৰ ফলত প্ৰায়ভাগ লােকে পৰৱর্তী সময়ত সমস্যাৰ সন্মুখীন হােৱা দেখা যায়।

চাপমুক্ত হৈ থাকক

চাপমুক্ত হৈ থাকিলে বহুতাে ৰােগৰ পৰা হাত সাৰিব পাৰি। উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰােগ,নিদ্রাহীনতা আদিৰ অন্যতম কাৰণ হ’ল অত্যধিক চাপ। যিসকল লােকে দিনটোৰ বেছিভাগ সময় চাপৰ মাজত থাকিবলগীয়া হয়, তেতিয়া তেওঁৰ এনেবােৰ ৰােগ হােৱাৰ আশংকা বেছি। দৈনন্দিন জীৱনত প্রত্যেকৰে কিবা নহয় কিবা সমস্যা থাকেই। এইবােৰক লৈ বেছি ভাবি থকাতকৈ সমাধানৰ বাবে চেষ্টা কৰা উচিত।

পােৱাখিনিক লৈ সন্তুষ্ট থাকিব লাগে। আনহাতে, যিমানেই আনৰ স’তে নিজকে তুলনা কৰিব সিমানেই চাপ আদি বৃদ্ধি পায়। প্রতিগৰাকী ব্যক্তিয়ে আশা লৈ জীয়াই থাকে। পিছে এই আশা সপােনৰ অগােচৰ হ’ব নালাগে। চাপমুক্ত হৈ থাকিবলৈ পুৱাই ঘৰৰ কাম বা সম্পাদন কৰিবলগীয়া কাৰ্যৰ গুৰুত্ব অনুসৰি একাদিক্রমে কৰিবলৈ তালিকা প্রস্তুত কৰিব লাগে। সময়মতে সকলাে কাম সম্পাদন কৰিলেও চাপ হ্রাস পায়।

ওজন নিয়ন্ত্রণ কৰক

বয়সত লিংগ আৰু দৈৰ্ঘ্যৰ স’তে সামঞ্জস্য ৰাখি শৰীৰ ওজন সঠিক হলে সুস্বাস্থ্যৰ অধিকাৰী হােৱাত সহায়ক হয়। যেতিয়া শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি পায়, তেতিয়া বিভিন্ন ৰােগে গা কৰি উঠিবলৈ এখন উপযুক্ত ক্ষেত্র লাভ কৰে। ওজন সঠিকভাৱে আছে নে নাই ব’ডিমাক্স ইনডেস্ক (বিএমআই) বা শৰীৰৰ ওজন মাপক সংকেত দ্বাৰা নির্ণয় কৰিব পাৰি। দৰাচলতে যেতিয়া শৰীৰত অতিৰিক্ত মেদ বা চর্বি জমা হয় তেতিয়াই মেদৱহুলতাৰ সমস্যাই গা কৰি উঠে। আজি-কালি বিশ্বৰ আন দেশৰ লগতে ভাৰততাে মেদবহুল লােকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল এনে সমস্যাত শিশুসকল আক্রান্ত হােৱাটো। কাৰণ যিমানেই কম বয়সতে মেদবহুলতাই গা কৰি উঠে সিমানেই ডায়েবেটিছ, হৃদৰােগ,উচ্চ ৰক্তচাপ আদিয়ে সােনকালে আক্রমণ কৰিব পাৰে। এই ক্ষেত্ৰত সকলােৱে সতর্কতা অৱলম্বন কৰা উচিত। সন্তানৰ শৰীৰৰ ওজন সঠিক আছে নে নাই সেই ক্ষেত্ৰত পিতৃ-মাতৃ তথা অভিভাৱকে গুৰুত্ব প্রদান কৰা উচিত। প্রয়ােজনতকৈ বেছি খাদ্য গ্রহণ নকৰা, নিয়মীয়াকৈ ব্যায়াম কৰা,খাদ্য গ্রহণ অনুপাতে শাৰীৰিক পৰিশ্ৰম কৰিলে ওজন সহজে বৃদ্ধি হ’ব নােৱাৰে।

প্রাণ খুলি হাঁহিব লাগে

মানুহে যিমানেই হাঁহে সিমানেই মানসিক চাপ হ্রাস পায়। মনস্তত্ত্ববিদ আৰু সমস্তত্ত্বকেন্দ্রিক গৱেসকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে মানুহে বেছিকৈ হাঁহিলে সহ্য শক্তি বৃদ্ধি কৰে। শাৰীৰিক বৌদ্ধিক বিকাশৰ ক্ষেত্ৰতাে হাঁহিৰ ভূমিকা অপৰিসীম। স্মৃতিশক্তি সজীৱ কৰি ৰখাতাে হাঁহিয়ে সহায় কৰে বুলি গৱেষকসকলে মন্তব্য কৰিছে। হাঁহিক হৃদৰােগৰ মহৌষধ বুলি কোৱা হয়। হাস্যকৰ পৰিৱেশে ধমনীৰ কার্যক্ষমতা বৃদ্ধিত সহায় কৰে।

প্ৰাণখুলি পাঁচমিনিট সময় হাঁহিলে দীর্ঘ সময় ধৰি শৰীৰে সতেজ অনুভৱ কৰে। শৰীৰ-মন যেতিয়া সতেজ হৈ থাকে তেতিয়া কাম কৰাৰ বাবেও উৎসাহ লাভ কৰে। যেতিয়া মনত আনন্দ লাগে তেতিয়া হাঁহিলে ধমনী প্ৰসাৰিত হয়। ইয়াৰ বিপৰীতে হতাশাত ভুগিলে অথবা মনটো ভাৰাক্ৰান্ত হৈ থাকিলে ধমনী সংকুচিত হয়। হাঁহিলে হৃদযন্ত্র কার্যক্ষমতা বৃদ্ধি পায় বুলি গৱেষকসকলে মন্তব্য আগবঢ়াইছে।

হতাশাক প্রশ্রয় দিব নালাগে

ADVERTISEMENT

হতাশাই মানুহক দুর্বল কৰে।শাৰীৰিক-মানসিকভাৱে হতাশাই ইমান দুর্বল কৰে যে ইয়াৰ পৰা পৰিত্ৰাণ নাপালে পৰিস্থিতি ইমানেই জটিল কৰে যে কেতিয়াবা জীৱনৰ প্রতি সংশয় আহি পৰে। হতাশাগ্রস্ত হলে সঠিকভাৱে খােৱা নহয়। খাবলৈ মন নাযায়। খালেও ভালদৰে হজম নহয় টোপনিতাে ব্যাঘাত জন্মে। অর্থাৎ নিদ্রাহীনতাই গা কৰি উঠে। এনে সমস্যাৰ সৃষ্টি হলে কাউন্সেলিং কৰিব লাগে। কাৰণ কাউন্সেলিং কৰিলে সমস্যা সমাধানৰ পথ ওলায়। বহুতে কাউন্সেলিং কৰাটো কেৱল মানসিকভাৱে ভাৰসাম্যহীন লােকৰ বাবেই প্রয়ােজন বুলি ভাবে। দৰাচলতে যিকোনাে সমস্যা সমাধানৰ বাবে কাউন্সেলিঙৰ সহায় ল’ব পাৰে। ইয়াৰ বাবে কোনােৱে ইতঃস্ততাবােধ কৰিব নালাগে।

নিচাৰ পৰা আতৰি থাকক

নিচাজাতীয় দ্রব্যৰ পৰা নিজকে আঁতৰাই ৰখাটোৱে মংগলজনক। কাৰণ নিচাই মানুহক যিদৰে মানসিকভাৱে ভাৰাক্রান্ত কৰে, তেনেদৰে শাৰীৰিকভাৱেও ক্ষতিসাধন। কৰাৰাে আশংকা থাকে। যেতিয়া নিচাজাতীয় দ্রব্য সেৱনৰ অভ্যাস গঢ়ি উঠে তেতিয়া সেৱনকাৰীৰ টোপনিৰ পৰা আৰম্ভ কৰি সকলাে ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰা দেখা যায়। কিছুমানৰ শাৰীৰিক প্রতিবন্ধকতায়াে গা কৰিব পাৰে।

বহুতাে লােকে নিচা খালে টেনচন আদিৰ পৰা হাত সাৰিব পাৰে বুলি কয়। পিছে এনে ভ্রান্ত ধাৰণাই শৰীৰ-মনৰ অপকাৰহে কৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত অশান্তিৰ সৃষ্টি কৰে। এনে অশান্তিৰ বাবে হাই-কাজিয়া হ’লে ৰক্তচাপ বৃদ্ধি পাব পাৰে।ৰক্তচাপ বৃদ্ধি মানে ইয়াৰ প্ৰভাৱ হৃদ্যন্ত্রৰ ওপৰত পৰাৰ আশংকা। তদুপৰি বেছিকৈ নিচা কৰাৰ ফলত নিদ্রাহীনতাৰ সমস্যাৰাে সৃষ্টি হ’ব পাৰে। সেইবাবে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত প্রতিবন্ধক হৈ পৰে নিচা।

ব্যায়াম কৰিলে সুফল পােৱা যায়

ব্যায়াম কৰিলে শৰীৰটো সতেজ অনুভৱ হয়। তদুপৰি নিয়মীয়াকৈ ব্যায়াম কৰাৰ ফলত বহুতাে ৰােগ-প্রতিৰােধ কৰাটো সম্ভৱ। তদুপৰি যিসকল লােকৰ কায়িক শ্রম কম হয় তেওঁলােকে নিয়মীয়াকৈ ব্যায়াম কৰাটো অতিকৈ প্ৰয়ােজনীয়। কাৰণ কায়িক শ্রম নকৰিলে কেলৰি বা শক্তি ব্যয় কম পৰিমাণে হােৱাৰ ফলত পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ ৰােগে গা কৰি উঠিবলৈ এখন উপযুক্ত ক্ষেত্র লাভ কৰে।

শৰীৰত চর্বি আদি জমা হােৱা মানেই বিপদ। আজি-কালি চহৰাঞ্চলত বৃহৎ বৃহৎ অট্টালিকা,কাৰখানা গঢ়ি উঠাত মুকলি ঠাইৰ অভাৱ হৈছে। ফ্লেট আদিত মুকলি ঠাইৰ কথাতাে বাদেই ভালদৰে উশাহ ল’বলৈকে এডােখৰ ঠাই বিচাৰি পােৱা নাযায়। এনে পৰিস্থিতিত ফ্লেট আদিৰ বাসিন্দাসকলে দিনটোৰ ভিতৰত যেতিয়াই সুবিধা হয় তেতিয়াই ব্যায়াম কৰিব লাগে। সপ্তাহত সাতদিন নােৱাৰিলেও চাৰি-পাঁচদিনমান ব্যায়াম কৰিলেও সুফল লাভ কৰাটো সম্ভৱ। সৰুৰে পৰাই এনে অভ্যাস গঢ়ি তুলিব পাৰিলে বয়স বৃদ্ধিৰ লগে লগে সমস্যাই গা কৰি উঠিব নােৱাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Health
publisher

publisher

Related Posts

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি
Lifestyle

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

August 22, 2026
গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?
Lifestyle

গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

August 20, 2026
সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

May 7, 2026
ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়
Lifestyle

ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

May 7, 2026
গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়
Lifestyle

গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

May 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d