Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Raj Kundra : পর্ন-কাণ্ডৰ পাছত এইবাৰ বেআইনী অর্থ লেনদেনত অভিযুক্ত শিল্পাৰ স্বামী ৰাজ

publisher by publisher
May 19, 2022
in Entertainment, India, News
Reading Time: 1 min read
0
Raj Kundra : পর্ন-কাণ্ডৰ পাছত এইবাৰ বেআইনী অর্থ লেনদেনত অভিযুক্ত শিল্পাৰ স্বামী ৰাজ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লী বিস্ফোৰণ তদন্তত আল ফালাহ বিশ্ববিদ্যালয়ৰ নাম!

APW Case Field:মীন বিভাগত সংঘটিত বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে ইডিত গোচৰ ৰজু এপিডব্লিউৰ

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

অশ্লীল ছবি বনোৱাৰ গোচৰৰ সূত্রত এইবাৰ অভিনেত্রী শিল্পা শেট্টিৰ স্বামী ৰাজ কুন্দ্রাৰ বিৰুদ্ধে এইবাৰ বেআইনী অর্থ লেনদেনৰ অভিযোগ তুলিলে এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটে (ইডি) । সংবাদ সংস্থা এএনআই-য়ে জনাইছে, ব্যৱসায়ী ৰাজৰ বিৰুদ্ধে বৃহস্পতিবাৰে গোচৰ ৰুজু কৰিছে আর্থিক অপৰাধ সংক্রান্ত বিষয়ত তদন্তৰ ভাৰপ্রাপ্ত কেন্দ্রীয় সংস্থাই ।

ADVERTISEMENT

বিগত বৰ্ষৰ জুলাইত অশ্লীল ছবি বনোৱাৰ অভিযোগত ৰাজক গ্রেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে । কে’বা মাহ কাৰাগাৰত থকাৰ পাছত তেওঁ জামিনত মুক্তি পাইছিল । ৰাজৰ বিৰুদ্ধে অভিযোগ, অশ্লীল ছবি বনোৱাৰ লগতে তেওঁ সেয়া বিশেষ এপৰ মাধ্যমত প্ৰকাশ কৰিছিল । সেই ব্যৱসায় আইন বহির্ভূতভাৱে বহু টকা লেনদেনৰ স’তে তেওঁ প্রত্যক্ষভাৱে জড়িত আছিল বুলি অভিযোগ ইডি-ৰ । প্রসংগত, পর্ন-কাণ্ডত ইতিমধ্যে আদালতত ৰাজৰ বিৰুদ্ধে ১৫০০ পৃষ্ঠাৰ এটা চার্জশ্বিট প্ৰকাশ কৰিছে মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাই ।

বিগত নৱেম্বৰত ৰাজ আৰু শিল্পাৰ বিৰুদ্ধে নিতিন গড়াই নামে এজন ব্যৱসায়ীক প্রতাৰণাৰ অভিযোগো দাখিল কৰিছিল । আৰক্ষীক নিতিনে জনায়, কাছিফ খান নামে এজন ব্যক্তিয়ে তেওঁৰ জিম ‘এছএফএল ফিটনেছ’-ৰ সংস্থাত নিতিনক ডেৰ কোটি টকা বিনিয়োগ কৰিবলৈ কয় । কাছিফৰ স’তেই আছিল শিল্পা আৰু ৰাজ । নিতিনক সংস্থাৰ ফ্রেঞ্চাইজি দিয়াৰ প্রতিশ্রুতি দিছিল তেওঁলোকে । কিন্তু কোনো প্রতিশ্রুতিয়ে পূৰণ কৰা নাই ৰাজ, শিল্পা বা তেওঁৰ সহকাৰী কাছিফে । নিতিনে বিনিয়োগৰ টকা ঘূৰাই বিচৰাত তেওঁক নানা ধৰণে ভয় দেখুৱাই ৰাজে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODEDMumbai PolicePornRaj KundraShilpa Shetty
publisher

publisher

Related Posts

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

September 2, 2026
২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d