Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ইথানল উৎপাদনত আগ্রহী থলুৱা উদ্যোগীলৈ অসম চৰকাৰৰ ৰাজসাহায্য ঘােষণা

পে'ট্রলজাত সামগ্রীত ২০ শতাংশ ইথানল

publisher by publisher
August 6, 2021
in India, News
Reading Time: 1 min read
0
ইথানল উৎপাদনত আগ্রহী থলুৱা উদ্যোগীলৈ অসম চৰকাৰৰ ৰাজসাহায্য ঘােষণা
2
SHARES
22
VIEWS
ShareShareShareShare

ৰাজ্যিক কেবিনেটে যােৱা চাৰি আগষ্টত ‘অসম ইথানল উৎপাদন উৎসাহন নীতি’ত অনুমােদন জনােৱাৰ পাছতে বৃহস্পতিবাৰে উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে ইথানল উৎপাদনত আগ্রহী থলুৱা উদ্যোগী সকলৰ বাবে ৰাজসাহায্য প্রদানৰ কথা প্রকাশ কৰে।

ADVERTISEMENT

কালি ইয়াত এখন সংবাদমেলত মন্ত্রী পাটোৱাৰীয়ে কয় যে মূলধনী সাহায্য উত্তৰ-পূব ঔদ্যোগিক বিকাশ আঁচনি-২০১৭ৰ অধীনত চি চি আই এ চিৰ সুবিধা অনুসৰি ৩০ শতাংশ ৰাজসাহায্যৰ উপৰি প্রকল্প আৰু যন্ত্ৰৰ বাবে ২০ শতাংশ মূলধন ৰাজসাহায্য লাভ কৰিব সর্বাধিক পাঁচ কোটি টকালৈ।

RelatedPosts

Assam Ministers lost his constituency: সমষ্টি হেৰুৱালে ৰাজ্যৰ ৰাজনীতিৰ ডেৰকুৰি ৰথী-মহাৰথীয়ে

Assam State Zoo:অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ৮০ টা জন্তু বিভিন্ন ৰাজ্যলৈ স্থানান্তৰ :বনমন্ত্ৰী

Lachit Barphukan Portal : লাচিত বৰফুকন প’ৰ্টেল-এপ মুকলি

মন্ত্রীজনে জনােৱা মতে, এই নীতিৰ ম্যাদ ২০২৬ৰ ৩১ মার্চলৈকে থাকিব। বিহাৰৰ পাছতে এনে নীতি গ্রহণ কৰা অসম দেশৰ ভিতৰতে দ্বিতীয় আৰু অগ্রণী ৰাজ্য বুলি উল্লেখ কৰি মন্ত্রী পাটোৱাৰীয়ে কয় যে উত্তৰ-পূব ভাৰতত দেশৰ ৬৬ শতাংশ বাঁহ উৎপাদন হয় আৰু ই অঞ্চলটোত ইথানল প্রকল্প স্থাপনৰ প্ৰচুৰ সম্ভাৱনীয়তা বহন কৰিছে।

মন্ত্রী পাটোৱাৰীয়ে কালি ঘােষণা কৰা অনুসৰি ঔদ্যোগিক উৎপাদন আৰম্ভ কৰা দিনৰ পৰা পাঁচ বছৰৰ বাবে প্রতি ইউনিট বিদ্যুতত এটকা ৰাজসাহায্যৰ লগতে অসমৰ ঔদ্যোগিক আৰু বিনিয়ােগ নীতি ২০১৯ৰ অধীনত অতিৰিক্তভাৱে প্রতি ইউনিট বিদ্যুতত ২.০০ টকা ৰাজসাহায্য, বছৰি সৰ্বাধিক ৭৫.০০ লাখ টকা পর্যন্ত।

পাঁচ বছৰৰ বাবে মূলধন ঋণৰ ওপৰত সুতত পাঁচ শতাংশ ৰাজসাহায্য, প্রতি বছৰে সৰ্বাধিক ৫০ লাখ টকা, ইয়াৰ উপৰি অসমৰ ঔদ্যোগিক আৰু বিনিয়ােগ নীতি ২০১৯ৰ অধীনত অতিৰিক্তভাৱে দুই শতাংশ সুতত ৰাজসাহায্য আৰু এনইআইডিএছ, ২০১৭ৰ অধীনত তিনি শতাংশ সুতৰ ৰাজসাহায্য।

পাঁচ বছৰৰ বাবে এছজিএছটি পৰিশােধত এশ শতাংশ সকাহ, স্থিৰ মূলধন বিনিয়ােগত ২৫০ শতাংশ উচ্চসীমা। পাঁচ বছৰৰ বাবে এন ই আই ডি এছ-২০১৭ৰ অধীনত অতিৰিক্তভাৱে আয়কৰৰ লগতে চি জি এছ টি, আই জি এছ টিৰ কেন্দ্রীয় অংশৰ ৰেহাই। ভূমিক ঔদ্যোগীক শ্ৰেণীৰ ভূমিলৈ ৰূপান্তৰৰ বাবে মাচুলত এশ শতাংশ ৰেহাই আৰু পাঁচ বছৰৰ বাবে স্থায়ী আৱাসীৰ কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ অনুদান ব্যয় পৰিশােধ কৰা হ’ব বুলিও মন্ত্রী পাটোৱাৰীয়ে উল্লেখ কৰে।

অসমৰ ঔদ্যোগিক আৰু বিনিয়ােগ নীতি-২০১৯ৰ অধীনত এই নীতিৰ সাহায্যসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দি পাটোৱাৰীয়ে কয়, এই নীতি ৰূপায়ণৰ বাবে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে নােডেল বিভাগ হিচাপে কাম কৰিব। পেট্ৰল আৰু ডিজেলৰ স’তে মিশ্ৰণৰ বাবে তেল উৎপাদনকাৰী কোম্পানীবােৰক উৎপাদিত ইথানলৰ এশ শতাংশ যােগান ধৰা জৈৱিক স্বতন্ত্র এশ শতাংশ ইন্ধন-গ্রেড ইথানল উৎপাদনকাৰী প্রকল্পসমূহে এই নীতিৰ অধীনত সাহায্যৰ বাবে যােগ্য হ’ব।

এই নীতিৰ অধীনত এনবিপি ২০১৮ৰ জৰিয়তে অনুমােদিত সকলাে কেঁচামালৰ পৰা ইথানল উৎপাদন কৰিবলৈ দিয়া হ’ব। এন আৰ এলে দুটা ইউৰােপীয় কোম্পানীৰ সহযােগিতাত ইয়াৰ নুমলীগড় শােধনাগাৰৰ কাষতে এটি জৈৱ শােধনাগাৰ স্থাপনৰ বাবে যুটীয়া উদ্যোগত এক প্রকল্প গ্রহণ কৰিছে বুলি লগতে উল্লেখ কৰি তেওঁ কয়, ২০২২-২৩ত আৰম্ভ হ’বলগীয়া এই
শােধনাগাৰে বছৰি তিনি লাখ টন শুকান বাঁহৰ পৰা জৈৱ ইথানল আৰু আন জৈৱ ইন্ধন প্রস্তুত কৰিব।

২৬০০ কোটিটকীয়া এই প্রকল্পত এন আৰ এলৰ অংশ হ’ব ৫০ শতাংশ। ২০১৯ত অভিলেখ পৰিমাণৰ ৭৫০ নিযুত লিটাৰ ইথানল আমদানি কৰা হৈছে আৰু ই হৈছে মুঠ চাহিদাৰ ৩০ শতাংশৰ বেছি। ঘৰুৱা ইথানল উৎপাদনে এনে আমদানি পৰিমাণ হ্রাস কৰিব আৰু অসমৰ ইথানল নীতিয়ে এই উদ্দেশ্য সাধনত গুৰুত্বপূর্ণ ভূমিকা ল’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chandra Mohan Patowary
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d