Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্রয়ােজনীয় পৰামৰ্শৰে কেন্দ্ৰ-ৰাজ্যলৈ পত্র মনােচিকিৎসক সংস্থাৰ ,মানসিকভাৱে অৱসাদগ্রস্ত হৈছে ছাত্র-ছাত্রী

ক’ভিড পৰিস্থিতিত কেনেকৈ পুনৰ খুলিব বিদ্যালয় ?

publisher by publisher
August 7, 2021
in India, News
Reading Time: 1 min read
0
প্রয়ােজনীয় পৰামৰ্শৰে কেন্দ্ৰ-ৰাজ্যলৈ পত্র মনােচিকিৎসক সংস্থাৰ ,মানসিকভাৱে অৱসাদগ্রস্ত হৈছে ছাত্র-ছাত্রী
1
SHARES
13
VIEWS
ShareShareShareShare

দেশজুৰি সকলাে বিদ্যালয়-মহাবিদ্যালয় ছাত্র-ছাত্রীৰ বাবে পুনৰ মুকলি কৰিবলৈ আহ্বান জনাই এইবাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহলৈ পত্র প্ৰেৰণ কৰিলে মনােচিকিৎসক সংগঠন ‘ইণ্ডিয়ান ছাইকিয়াট্রিক ছ’চাইটি’য়ে। অতিমাৰীৰ পৰিস্থিতিত বিগত এবছৰৰ অধিক সময় ধৰি দেশৰ প্ৰায়বােৰ শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ ফলত মানসিকভাৱে অৱসাদগ্রস্ত হৈছে ছাত্র- ছাত্রীসকল। বিশেষকৈ বিদ্যালয়ত অধ্যয়নৰত কম বয়সীয়া ছাত্র-ছাত্রীসকল মানসিকভাৱে ভাগি পৰিছে।

ADVERTISEMENT

ছাত্র-ছাত্রীৰ এনে মানসিক দিশৰ প্রতি লক্ষ্য ৰাখি ক’ভিড পৰিস্থিতিৰ মাজতে শিক্ষানুষ্ঠানৰ দুৱাৰ শিক্ষার্থীৰ বাবে পুনৰ মুকলি কৰাৰ পােষকতা কৰিলে দেশৰ শীর্ষ মনােচিকিৎসকৰ সংগঠনটোৱে। প্রাক-প্রাথমিক শিক্ষার্থীৰ বাবে সপ্তাহত দুদিন, প্রথম শ্রেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষার্থীৰ বাবে তিনিদিন আৰু নৱম-দশম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সপ্তাহত পাঁচদিন (সােমবাৰৰ পৰা শুকুৰবাৰলৈ) শিক্ষানুষ্ঠানসমূহ খােলা ৰখাৰ পৰামর্শ দিলে ইণ্ডিয়ান ছাইকিয়াট্রিক ছ’চাইটিয়ে।

RelatedPosts

No Content Available

কেন্দ্রীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রী স্মৃতি ইৰানী, কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান আৰু কেন্দ্রীয় স্বাস্থ্য-পৰিয়াল কল্যাণ মন্ত্রী মনসুখ মাণ্ডভিয়ালৈ পত্র লিখি এই পৰামর্শ দিলে মনােৰােগ বিশেষজ্ঞৰ সংস্থাটোৱে। লগতে দেশৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈকো সংস্থাটোৱে পত্ৰ প্ৰেৰণ কৰিলে। ক’ভিডৰ দ্বিতীয় টৌ ক্রমে স্তিমিত হলেও দেশত সম্ভাৱ্য তৃতীয় টৌক লৈ শংকা অব্যাহত আছে।

তদুপৰি দেশৰ একাংশ ৰাজ্যত কৰনাৰ সংক্রমণ এতিয়াও যথেষ্ট উদ্বেগজনক হৈ আছে। এই পৰিস্থিতিত ক’ভিড বিধি পালন কৰি সকলাে সতর্কতা অৱলম্বনৰে কেনেকৈ আৰু কিদৰে দেশৰ বিদ্যালয়, মহাবিদ্যালয়সমূহ পুনৰ শিক্ষার্থীৰ বাবে মুকলি কৰিব পাৰি, এই বিষয়ত প্রয়ােজনীয় কিছু পৰামর্শ মনােচিকিৎসকৰ সংস্থাটোৱে চৰকাৰক আগবঢ়ায়। বিশেষজ্ঞ মহলৰ পৰামর্শ অনুসৰি, ৫০ শতাংশ শিক্ষার্থীক লৈ বিদ্যালয়ত বৰ্তমানৰ পৰিস্থিতিত পাঠদান আৰম্ভ কৰিব পাৰি।

যিসকলৰ ৰােল নম্বৰ যুগ্ম সংখ্যা, তেওঁলােকে এদিন বিদ্যালয়লৈ আহিব আৰু অন্যান্য অর্থাৎ অযুগ্ম ৰােল নম্বৰৰ শিক্ষার্থীসকলে ঘৰতে থাকি অনলাইনত পাঠগ্রহণ কৰিব। আকৌ পিছদিনা অযুগ্ম ৰােল নম্বৰৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ আহিব আৰু যুগ্ম ৰােল নম্বৰৰ শিক্ষার্থীয়ে ঘৰত থাকি অনলাইনত পাঠগ্ৰহণ কৰিব। বিদ্যালয়ৰ শিক্ষাদানৰ ক্ষেত্ৰত এই পৰামৰ্শ আগবঢ়ায় বিশেষজ্ঞ সংস্থাটোৱে।

বিদ্যালয়-মহাবিদ্যালয় মুকলি কৰিলে সেই ক্ষেত্ৰত নিয়মমাফিক ছাত্র-ছাত্রী আৰু শিক্ষক-কর্মীৰ শৰীৰৰ তাপমাত্রা মাপ কৰাটো জৰুৰী হ’ব। কোনাে শিক্ষার্থী বা কৰ্মীৰ শৰীৰত উপসর্গ ধৰা পৰিলে লগে লগে উক্ত ব্যক্তিৰ ক’ভিড পৰীক্ষণৰ বাবে শিক্ষানুষ্ঠানত ৰেপিড এন্টিজেন টেষ্ট কিট মজুত ৰাখিব লাগিব। ক’ভিড উপসর্গ চিহ্নিতকৰণৰ বাবে শিক্ষানুষ্ঠানৰ কর্মীক প্রশিক্ষণ প্রদানাে জৰুৰী হ’ব। শ্ৰেণীকোঠাৰ খিৰিকী, দুৱাৰ খােলা ৰখাৰ লগতে চকী, মেজ, বেঞ্চসহ সকলাে সামগ্রী সঘনাই ‘ছেনিটাইজ’ (বীজাণুনাশ) কৰিবলৈকো সংস্থাটোৱে পত্ৰত পৰামর্শ দিছে।

এই পত্ৰত ইণ্ডিয়ান ছাইকিয়াট্রিক ছ’চাইটিয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উদ্দেশি এইদৰে কয়, ‘অতিমাৰীৰ পৰিস্থিতিত অনলাইনত অধ্যয়ন কৰা আৰু খেলা- ধূলা বন্ধ হৈ থকাত শিশুসকলৰ শৰীৰ আৰু মনত যথেষ্ট প্রভাৱ পৰিছে। একেৰাহে ম’বাইল ফোন আৰু কম্পিউটাৰৰ স্ক্রীণলৈ চাই থকাৰ ফলত বহু শিক্ষার্থীৰ দৃষ্টিশক্তিৰ সমস্যাই দেখা দিছে। মূৰৰ বিষৰ দৰে উপসর্গয়াে অনেকৰ মাজত দেখা দিছে।

ঘৰৰ বাহিৰলৈ সংক্ৰমণৰ ভয়ত নােলােৱাৰ ফলত বহু শিশুৰ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱাে ঘটিছে। ম’বাইলত গেম খেলা আৰু পর্ণ আসক্ত হােৱাৰ প্ৰৱণতাও দেশৰ শিশুৰ মাজত ক’ভিড পৰিস্থিতিত যথেষ্ট বৃদ্ধি পাইছে। অনলাইন। পাঠগ্রহণৰ পৰিণতিত ছাত্র-ছাত্রীয়ে স্মার্টফোন ব্যৱহাৰ কৰিবলৈ সুযােগ পাইছে আৰু একাংশ শিক্ষার্থীয়ে হাতত থকা স্মার্টফোনৰ অপব্যৱহাৰ কৰিছে। এই বিষয়সমূহৰ প্রতি লক্ষ্য ৰাখি প্রয়ােজনীয় সতর্কতা অৱলম্বন আৰু বিধি পালনৰে শিক্ষানুষ্ঠানৰ দুৱাৰ শিক্ষার্থীৰ বাবে পুনৰ মুকলি কৰাটো জৰুৰী হৈছে।

ইণ্ডিয়ান ছাইকিয়াট্রিক ছ’চাইটিয়ে বর্তমান পৰিস্থিতিত শিক্ষানুষ্ঠানৰ পাঠদানৰ বাদেও শিক্ষার্থীৰ মাজত পাঠ্যক্রম বহিভূর্ত বিভিন্ন অনুষ্ঠানৰ আয়ােজন কৰিবলৈ পত্রযােগে চৰকাৰক পৰামর্শ দিছে। তদুপৰি দীর্ঘদিন ধৰি ঘৰতে আবদ্ধ হৈ থকা শিক্ষার্থীসকলৰ মানসিক স্বাস্থ্যৰ প্রতি লক্ষ ৰাখি মাজে সময়ে বিদ্যালয়ৰ জৰিয়তে ‘কাউন্সেলিং’ৰ ব্যৱস্থা কৰিবলৈকো সংগঠনটোৱে পত্ৰত দিহা দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Remove term: Indian Psychiatric Society 4 Indian Psychiatric Society
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d