Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জৈৱিক চাহৰ সেউজ বিপ্লৱৰ ফচল ‘উলাহ’

বিদেশৰ বজাৰত সফল অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চমকপ্ৰদ উদ্ভাৱন 'বেগলেছ টি ডিপ'

publisher by publisher
August 11, 2021
in Assam, India, News
Reading Time: 1 min read
0
জৈৱিক চাহৰ সেউজ বিপ্লৱৰ ফচল ‘উলাহ’
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ডিব্ৰুগড় জিলাৰ টিংখাঙত নিৰৱে গঢ় লৈ উঠিছে জৈৱিক (প্ৰাকৃতিক) চাহপাত উৎপাদনৰ এক সেউজ বিপ্লৱ । এই সেউজ বিপ্লৱৰ শেহতীয়া ফচল ‘উলাহ’ । উলাহ আন একো নহয়, এক বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা দুই গ্ৰাম অৰ্থডক্স চাহৰ এটা একক অথবা সমষ্টি । সততে দেখা চাহৰ পিয়লাত জুবুৰিয়াই খোৱা টি বেগৰ অনুৰূপ, কিন্তু ই বেগ নহয় । বিশেষ আকৃতিৰ এডোখৰ চাহ । বেগলেছ টি বেগ অথবা বেগলেছ টি ডিপ বুলিও ক’ব পাৰি । ইয়াত চাহখিনি বেগত ভৰাই থোৱাৰ পৰিৱৰ্তে এক বিশেষ পদ্ধতিৰে চেপি (কমপ্ৰেছড্) চাহৰ এটা একক প্ৰস্তুত কৰা হয় ।

ADVERTISEMENT

এই গোটা আকৃতিৰ চাহখিনিক এডাল জৈৱিক সূতাৰে বন্ধা হয় আৰু ওপৰত বিশেষ কায়দাৰে এখন কাগজ মেৰিওৱা হয়, যাতে খাবৰ সময়ত সেই কাগজৰ আৱৰণটো সহজে এৰুৱাই চাহৰ এককটো পিয়লাত জুবুৰিয়াই দি কাগজৰ আৱৰণটো সূতা ডালৰ ইটো মূৰত পিয়লাৰ বাহিৰত যাতে ওলমাই ৰাখিব পাৰি । গ্ৰীণ আৰু ব্লেক টিৰ এই বিশেষ উদ্ভাৱনটোৱে হ’ল উলাহ । যি সম্প্ৰতি দেশে-বিদেশে বিয়পি পৰিছে ।

অৱশ্যে বৰ্তমানলৈকে কেৱল অনলাইনযোগেহে ইয়াৰ মাৰ্কেটিং চলি আছে । প্ৰাকৃতিক চাহৰ ৰাজধানী স্বৰূপ টিংখাঙৰ এয়া শেহতীয়া অগ্ৰগতি । এয়া কোনো বিখ্যাত চাহ বিশেষজ্ঞ অথবা মূধাফুটা বিজ্ঞানীৰ উদ্ভাৱন নহয় । এজন সাধাৰণ জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কৰ চমকপ্ৰদ উদ্ভাৱন । তেওঁ হ’ল টিংখাঙৰ নিকটৱৰ্তী ফেটেঙিবৰ লাটুমণিৰ যুৱক শৈলেন ফুকন । ২০১২ৰ পৰা জৈৱিক চাহৰ খেতি কৰি অহা শৈলেন ফুকনৰ লগত হোৱা এক আছুতীয়া সাক্ষাতত তেওঁ এই উদ্ভাৱনৰ বহু কথা সদৰী কৰে ।

তেওঁ কয়, ‘ম‌ই যদিও এই ক্ষেত্ৰত কাম কৰি আছো ইয়াৰ মূল ব্যক্তি দুজন হ’ল শিৱসাগৰৰ অংশুমান বৰকাকতি আৰু উপমান্যু ভৰালী । বেগলেছ টি বেগৰ এই ধাৰণা প্ৰথম দিল্লী বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ এই দুই উদ্যমী যুৱকৰ । ম‌ই মাত্ৰ তাৰ কাৰিকৰী দিশটো ৰূপায়ণহে কৰিছো । অংশুমান বৰকাকতি আৰু উপমান্যু ভৰালী মালিকানাধীন ‘দ্য টি লীফ থিয়ৰী’ নামৰ বিদেশলৈ জৈৱিক চাহ ৰপ্তানি কৰা কোম্পানীটোক মই ২০১৮ৰ পৰাই মোৰ বাগিচাত উৎপাদন হোৱা প্ৰাকৃতিক অৰ্থডক্স চাহ বিক্ৰী কৰি আহিছো । তেওঁলোক মোৰ নিজা ব্ৰেণ্ড ‘লাটুমণি’ৰ নামতে মোৰ গ্ৰীণ টি আৰু ব্লেক টি আন্তৰ্জাতিক বজাৰত বিক্ৰী কৰে । তেওঁলোকৰ লগত গঢ়ি উঠা সুসম্পৰ্কৰ মাজতে এদিন এই ‘বেগলেছ টি ডিপ’ ধাৰণাটো দিলে । তেওঁলোকে দিয়া আইডিয়া মতে ম‌ই নিজাকৈ এই কামত আগবাঢ়ো আৰু এদিন সফল হ‌ওঁ । যোৱা বছৰৰ অক্টোবৰৰ পৰা আৰম্ভ কৰা এই কাম প্ৰথমে হাতেৰে কৰিছিলো যদিও মই এটা মেচিন যোগাৰ কৰি ল’বলৈ সক্ষম হৈছো । অসমত এতিয়ালৈকে ময়েই একমাত্ৰ এই কাম কৰি আছো ।’

উল্লেখ্য যে উলাহ হ’ল ‘দ্য টি লীফ থিয়ৰী’ৰ এটা ব্ৰেণ্ড । ফুকনৰ বেগলেছ টি বিষয়সমূহ উলাহ ব্ৰেণ্ডত আৰু আন চাহসমূহ লাটুমণি ব্ৰেণ্ডত বিক্ৰী হয় । দুই গ্ৰামৰ এটা বেগলেছ টি ডিপৰ মূল্য (এম‌আৰপি) ২৬ টকা । এই ২৬ টকীয়া টি ডিপ এটা এজন লোকে চাৰিবাৰ খাব পাৰে অথবা একেবাৰতে চাৰি কাপ চাহৰ বাবে ব্যৱহাৰ কৰিব পাৰে । সেইদৰে গ্ৰীণ টিৰ ক্ষেত্ৰত তিনি মিনিট আৰু ব্লেক টিৰ ক্ষেত্ৰত পাঁচ মিনিট গৰম পানীত জুবুৰিয়াই ৰাখিব লাগে । এই বেগলেছ টি ডিপৰ বিশেষত্ব এটাই ই এশ শতাংশ‌ই ৰাসায়নিকমুক্ত : আনকি সচৰাচৰ আন টি বেগত ব্যৱহাৰ হোৱা প্লাষ্টিকৰ মলিউকুল ইয়াত মিহলি হোৱাৰ সম্ভাৱনাও নাই ।

‘দ্য টি লীফ থিয়ৰী’ৰ আনবোৰ চাহৰ লগতে অসম গৌৰৱ এই চাহৰ মাৰ্কেটিং www.woollah.com আৰু www.tealeaftheory.com যোগে হৈ আছে । ফুকনৰ উৎপাদিত দুয়োবিধ চাহেই ইতিমধ্যে বিদেশৰ বজাৰ দখল কৰিছে । ফুকনে ‘দৈনিক অগ্ৰদূত’ক জনোৱা মতে, তেওঁৰ ব্ৰেণ্ড ‘লাটুমণি’ ইতিমধ্যে ইউৰোপ মহাদেশৰ প্ৰায়কেইখন দেশৰ উপৰি উত্তৰ আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, জাপান আদি দেশলৈ ৰপ্তানি হৈছে । তদুপৰি যোৱা বছৰ কানাডা, অষ্ট্ৰেলিয়া, বেলজিয়াম আৰু জাপানৰ পৰা কে’বাজনো পৰ্যটক ফুকনৰ বাগিচা চাবলৈ আহিছিল । তেওঁলোকে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও কৰ’না উদ্ভুট পৰিৱেশৰ বাবে সেয়া হৈ উঠা নাই বুলি আক্ষেপ প্ৰকাশ কৰে উদ্যোগী যুৱকজনে ।

এখন সৰু ঠাইত সৰু এখন চাহ বাগিচা পাতি নিজে হাতে-কামে লাগি উৎপাদন কৰা চাহ বিদেশলৈ ৰপ্তানি কৰি খুবেই সুখী ফুকন । তেওঁৰ নিজা গাঁও ‘লাটুমণি’ক বিশ্বত প্ৰতিষ্ঠা কৰাৰ মন, সেয়ে তেওঁৰ চাহৰ ব্ৰেণ্ডৰ নাম লাটুমণি ৰখা বুলি ফুকনে উল্লেখ কৰে । এই ক্ষেত্ৰত ‘দ্য টি লীফ থিয়ৰী’ৰ দুই স্বত্বাধিকাৰ বৰকাকতি আৰু ভৰালী সমানে আগ্ৰহী বুলি উল্লেখ কৰি দুয়োজনলৈ কৃতজ্ঞতা জনায় ফুকনে ।

জৈৱিক চাহৰ আন্তৰ্জাতিক মানচিত্ৰ টিংখাঙক স্থান দিবলৈ সক্ষম হোৱা উদ্যোগী যুৱকজনে আজিৰ এই অৱস্থা এদিনতে পোৱা নাই । বহু ঘাত-প্ৰতিঘাত আৰু দুৰ্যোগপূৰ্ণ সময় অতিক্ৰমিহে আজিৰ এই দিনটোত উপস্থিত হৈছেহি । জৈৱিক চাহৰ খেতি কৰিবলৈ গৈ এদিন তেওঁ ঋণত পোত যাব লগা হৈছিল আৰু চাৰিওদিশে তেওঁ অন্ধকাৰ দেখিছিল । সেই সময়ত বহু লোকে জৈৱিক চাহ বাগিচা পাতি পাছত এৰি দিবলৈ বাধ্য হৈছিল, একমাত্ৰ উপযুক্ত বজাৰৰ অভাৱত । কিন্তু ফুকনে নিজৰ লক্ষ্যৰ পৰা বিচলিত নহৈ জৈৱিক চাহ উৎপাদন কৰিয়ে কিদৰে প্ৰতিষ্ঠা লাভ কৰিব পাৰি তাৰ উপায়ৰ সন্ধানত ব্যস্ত হৈ থাকে ।

তেনে সময়তে ফেচবুকযোগে শিৱসাগৰৰ এই দুই যুৱকৰ সন্ধান পালে ফুকনে । সেয়া ২০১৮ৰ কথা । তেওঁলোকৰ লগত যোগাযোগ কৰি নিজৰ ইচ্ছাৰ কথা ব্যক্ত কৰে আৰু তেওঁলোকেও সঁহাৰি জনাই ফুকনৰ বাগিচাৰ উৎপাদিত জৈৱিক চাহ বিক্ৰী কৰি দিয়াৰ দায়িত্ব লয় । সেয়াই আৰম্ভণি । তেতিয়াৰ পৰা তেওঁৰ নিজৰ ১৩ বিঘাৰ জৈৱিক চাহ বাগিচাৰ পৰা উৎপাদিত ৭০ শতাংশ চাহ ‘দ্য টি লীফ থিয়ৰী’যোগে বিদেশলৈ ৰপ্তানি কৰি আহিছে । বাকী ৩০ শতাংশ চাহ স্থানীয়ভাৱে বিক্ৰী হয় ।

যোৱা বছৰ তেওঁ আঠশ কেজি গ্ৰীণ আৰু ব্লেক টি ‘দ্য টি লীফ থিয়ৰী’ক বিক্ৰী কৰা বুলি ‘দৈনিক অগ্ৰদূত’ক সদৰী কৰে । এই বছৰ আৰু অধিক পৰিমাণৰ চাহ বিক্ৰী কৰাৰ আশা বহুত বান্ধি ৰখা ফুকন সম্প্ৰতি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে আৰু পূৰ্বে ঋণত পোত যোৱা অৱস্থাৰ পৰা লাহে লাহে মুক্ত হৈ আহিছে বুলি তেওঁ অকপটে ব্যক্ত কৰে । তেওঁ বিশ্বাস কৰে উৎপাদন আৰু বজাৰ একেখন হাতে একে সময়তে কৰা সম্ভৱ নহয় । গুণগত উৎপাদনত বিশ্বাসী ফুকনে কনটেক্ট ফাৰ্মিং হিচাপে থকাতহে বেছি আগ্ৰহী ।

কেৱল উৎপাদনত গুৰুত্ব দি ব্যৱসায়ৰ দিশটো ‘দ্য টি লীফ থিয়ৰী’ৰ ওপৰত নিৰ্ভৰশীল হৈ কাম চলাই আছে ফুকনে । উল্লেখ্য যে বৰ্তমানলৈকে কোনো চৰকাৰী সাহায্য লাভ কৰা নাই ফুকনে অৱশ্যে তাৰ প্ৰতি আক্ষেপো নাই; কিন্তু ঘৰৰ পদূলিৰে পাৰ হৈ যোৱা পাইপ গেছৰ সংযোগ নোপোৱাতহে তেওঁ আশ্চৰ্য প্ৰকাশ কৰে । ফুকনে জনোৱা মতে, সম্প্ৰতি তেওঁ খৰি অথবা এলপিজি গেছ ব্যৱহাৰ কৰি চাহ উৎপাদন কৰি আছে । এলপিজি গেছত উৎপাদন ব্যয় যথেষ্ট বৃদ্ধি পায়, সেয়ে পাইপ গেছৰ সংযোগ পালে বহুত সুবিধা হ’লহেঁতেন বুলি মন্তব্য কৰে উদ্যোগী যুৱকজনে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anshuman BharaliBagless Tea DipShailen PhukanThe Tea Leaf TheoryUpamanyu Borkakoty
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d