Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

থাইৰয়ডৰ পৰা হাত সাৰিবলৈ কি কৰিব ?

publisher by publisher
September 6, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
থাইৰয়ডৰ পৰা হাত সাৰিবলৈ কি কৰিব ?
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

মহিলাৰ থায়ৰইড দেহৰ ভিতৰৰ নিঃশব্দ যুদ্ধ

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

সমগ্র বিশ্বৰ কমেও ১২ শতাংশ লােক ভােগে থায়ৰয়ডজনিত সমস্যাত। এনে ৰােগত আক্রান্ত লােকৰ সংখ্যা এতিয়া বৃদ্ধি পাবলৈ ধৰিছে। বহুতাে লােকে প্রথমতে বিশেষ গুৰুত্ব প্রদান নকৰাৰ ফলত থায়ৰয়ডৰ সমস্যাই গা কৰি উঠে।

কেৱল সেয়াই নহয়, ই জটিল পর্যায়লৈ গতি নকৰালৈকে বহুতাে লােকে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব নােখােজে। সাধাৰণতে মহিলাসকলে এনে সমস্যাত বেছিকৈ আক্রান্ত হােৱা দেখা যায়। অৱশ্যে ইয়াৰ অর্থ এইটো নহয় যে পুৰুষসকলে এনে সমস্যাৰ সন্মুখীন নহয়।

পুৰুষ-মহিলা সকলােৱে আক্রান্ত হয় যদিও বাস্তৱ ক্ষেত্ৰত তুলনামূলকভাৱে মহিলাসকল বেছিকৈ স্বীকাৰ হােৱা দেখা যায়। সাধাৰণতে বিপাক আৰু শৰীৰৰ বিভিন্ন অংশ গঠন প্রক্রিয়াত এইবিধ হৰমনে সহায় কৰে। যেতিয়া এইবিধ হৰমনৰ কম-বেছি হয় তেতিয়াই বিভিন্ন ধৰণৰ লক্ষণ ফুটি উঠে।

সেইবাবে এনে বিশেষ লক্ষ্যণে ফুটি উঠাৰ লগে লগে চিকিৎসকৰ পৰামর্শ গ্রহণৰ বাবে যােৱা উচিত।

★থায়ৰয়ডৰ সমস্যাত আক্রান্ত হলে ৰােগীয়ে ক্লান্তি বােধ কৰে।

★যদিহে কোনাে কাৰণ নােহােৱাকৈ ঠাণ্ডা লাগে তেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে। কাৰণ ই থায়ৰয়ডৰ
লক্ষণ হ’ব পাৰে।

★কোনাে কাৰণ নােহােৱাকৈ যদি হঠাতে ওজন হ্রাস পায় তেতিয়াহ’লে ই থায়ৰডৰ সংকেট হ’ব পাৰে।

★টোপনিত ব্যাঘাত জন্মাটো এনেৰােগৰ লক্ষণ। কিছুমান লােকে এনেধৰণৰ সমস্যাৰ সম্মুখীন হলেও প্রথম অৱস্থাত গুৰুত্ব প্রদান নকৰাৰ ফলত থায়ৰডৰ সমস্যাই গা কৰি উঠে।

★পেশীৰ দুর্বলতা হ’ব পাৰে থায়ৰডৰ সমস্যাৰ আন এক লক্ষণ। কেতিয়াবা হঠাতে পেশী দুর্বল অনুভৱ কৰিবলৈ ধৰে। এনে দুর্বলতা অনুভৱ হােৱাৰ লগে লগে পৰীক্ষা কৰি নিশ্চিত হ’ব লাগে থায়ৰয়ডত আক্রান্ত হৈছে নে নাই।

★কেতিয়াবা যদি শৰীৰৰ ওজন হঠাতে বৃদ্ধি পায় তেতিয়াও চিন্তাৰ কাৰণ হ’ব পাৰে। কিয়নাে ই হ’ল থায়ৰয়ডৰ সমস্যাৰ এক লক্ষণ। যেতিয়া থায়ৰয়ডৰ পৰিমাণ হ্রাস পায় তেতিয়া শৰীৰে লাভ কৰা কেলৰি বা শক্তি ব্যয় হােৱাত ব্যাঘাত জন্মে। চুলি সৰাটো প্ৰায়ভাগ লােকেই সাধাৰণ ঘটনা বুলি ভাবে। যদিহে হঠাতে চুলি সৰিবলৈ আৰম্ভ কৰে তেতিয়া হলে।

★ছালখন শুষ্ক হৈছে যদি সেয়া কি কাৰণত হৈছে জানি লােৱা ভাল। কাৰণ থায়ৰয়ডৰ লক্ষণাে হ’ব পাৰে। তদুপৰি খজুৱতি হ’ব পাৰে। এনে লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰি নিশ্চিত হ’ব লাগে থায়ৰয়ডত আক্ৰান্ত হৈছে নে নাই।

★থায়ৰয়ডৰ ক্ষেত্ৰত ডিপ্রেচন বা হতাশা হ’ব পাৰে এক লক্ষণ। হতাশাৰ বিভিন্ন কাৰণ থাকিব পাৰে। পিছে হঠাতে যদি হতাশা আদিয়ে গা কৰি উঠে তেতিয়া হ’ব পাৰে থায়ৰয়ডজনিত ৰােগৰ লক্ষণ। স্মৃতি শক্তিৰ ক্ষেত্ৰতাে থায়ৰয়ড জড়িত। সেই বাবে যদি কেতিয়াবা পাহৰণিয়ে গা কৰি উঠে তেতিয়া থায়ৰয়ড পৰীক্ষা কৰিব লাগে।

পৰিত্ৰাণৰ উপায়

ADVERTISEMENT

★এনে সমস্যাৰ পৰা হাত সাৰিবলৈ ধূপায়ীসকলে ধূমপানৰ অভ্যাস ত্যাগ কৰিব লাগিব। কিয়নাে ইয়াত থকা বিষাক্ত ৰাসায়নিক পদার্থই থায়ৰয়ড গ্রন্থিৰ ওপৰত প্ৰভাৱ পেলায়।

★ হায়পাৰ থায়ৰয়ডৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ধূমপানৰ পৰা আঁতৰি থাকিবই লাগিব।

★যদিহে কেতিয়াবা শৰীৰৰ পৰীক্ষাৰ বাবে এক্স-ৰে কৰিবলগীয়া হয় তেতিয়াহ’লে থায়ৰয়ড কলাৰৰ দ্বাৰা থায়ৰয়ড গ্রন্থিক সুৰক্ষা দিবলৈ চিকিৎসকক ক’ব লাগিব।

★খাদ্য তালিকাত ছেলেনিয়ামযুক্ত আহাৰ অন্তর্ভুক্ত কৰা উচিত। থায়ৰয়ড গ্রন্থি সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত এইবিধ উপাদানৰ খুবেই প্রয়ােজন।

★যদিহে থায়ৰয়ডৰ সমস্যাত ভুগিছে তেতিয়াহ’লে নিয়মীয়াকৈ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত।

★সংসাধিত খাদ্য (প্রছেচেড ফুড)ৰ পৰা যিমান সম্ভৱ আতৰি থকাটো মংগলজনক। কাৰণ এইবােৰত থকা বিভিন্ন ধৰণৰ ৰাসায়নিকে থায়ৰয়ড হৰমন নিঃসৰণত ব্যাঘাত জন্মায়।

★শৰীৰত যাতে আয়’ডিনৰ অভাৱ নঘটে তাৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত। বিশেষকৈ হাইপােথায়ৰডৰ সমস্যা প্ৰতিৰােধ কৰিবলৈ আয়’ডিনযুক্ত আহাৰ গ্রহণ কৰিবই লাগিব।

★জিংকযুক্ত খাদ্য খালেও থায়ৰয়ড হৰমন কার্যক্ষম বা সক্রিয় হয়। শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য কৰিছে যে থায়ৰয়ড গ্রন্থি সুস্থ আৰু কার্যক্ষম কৰি ৰাখিবলৈ জিংক আৰু ছেলনিয়ামৰ খুবেই প্রয়ােজন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HealthThyroid
publisher

publisher

Related Posts

ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ
Lifestyle

September 13, 2026
আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?
Lifestyle

আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

September 12, 2026
সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d