Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

মহিলাৰ থায়ৰইড দেহৰ ভিতৰৰ নিঃশব্দ যুদ্ধ

publisher by publisher
February 12, 2026
in Lifestyle
Reading Time: 1 min read
0
মহিলাৰ থায়ৰইড দেহৰ ভিতৰৰ নিঃশব্দ যুদ্ধ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

থাইৰয়ডৰ পৰা হাত সাৰিবলৈ কি কৰিব ?

আপুনিও ভুগিছে নেকি থাইৰয়ডৰ সমস্যাত ? কি ৰাখিব খাদ্য তালিকাত

Thyroid:✒️প্রতিদিনে পুৱাই উঠি এগৰাকী মহিলাই বহু দায়িত্ব কান্ধত তুলি ল’ব লগা হয়। ঘৰৰ কাম, সন্তানৰ যত্ন, চাকৰি, পৰিয়ালৰ চিন্তা এই সকলোবোৰৰ মাজতে নিজৰ দেহৰ সৰু সৰু সংকেতবোৰ আমি আওকাণ কৰো।

ADVERTISEMENT

‘অলপ ভাগৰুৱা লাগিছে, ‘মনটো আজিকালি ভাল নালাগে’, ‘চুলি অলপ বেছি সৰিছে’ এইবোৰক আমি সাধাৰণ কথা বুলি এৰি দিওঁ। কিন্তু বহু সময়ত এইবোৰেই থায়ৰইডৰ সমস্যা।

থায়ৰইড কি?

থায়বইড হৈছে আমাৰ ডিঙিব সন্মুখত থকা এক সৰু গ্রন্থি। সৰু যদিও এই গ্রন্থিব প্রভাব আমাৰ দেহত ডাঙৰ। ই নিঃসৃত কৰা হৰমনে দেহৰ ভিতৰৰ বিপাক প্রক্রিয়া নিয়ন্ত্রণ কৰে। আমাৰ শক্তি, হহৃদস্পন্দন, উষ্ণতা, মনৰ অৱস্থা, ওজন, মাহেকীয়া ঋতুস্রার এই সকলোবোৰ থায়ৰইড হৰমনৰ স’তে সম্পর্কিত। যেতিয়া এই হৰমনৰ সমতুল্যতাত সমস্যাৰ সৃষ্টি হয়, তেতিয়াই দেহ আৰু মন দুয়োটাই লাহে লাহে প্রভাৱিত হ’বলৈ ধৰে।

মহিলাসকলৰ থায়ৰইড বেছি কিয় দেখা যায়?

মহিলাৰ দেহৰ হৰমন অধিক সংবেদনশীল। কৈশোৰ, গৰ্ভধাৰণ, সন্তান জন্মৰ পাছৰ সময়, মেন’প’জ এই প্রতিটো পর্যায়ত হৰমনৰ ডাঙৰ পৰিৱর্তন ঘটে। তদুপৰি মানসিক চাপ, অপুষ্টি, অনিয়মিত জীবনশৈলী, বংশগত প্রবণতা এই সকলোবোৰে থায়ৰইড সমস্যাৰ সম্ভাবনা বঢ়াই তোলে। বহু মহিলাই নিজৰ লক্ষণক গুৰুত্ব নিদিয়ে।

থায়ৰইডৰ লক্ষণ

থায়ৰইড বেছি হ’লে বা কম হ’লে লক্ষণবোৰ বেলেগ বেলেগ হ’ব পাৰে। কিন্তু সাধাৰণতে দেখা পোৱা কিছুমান লক্ষণ হ’ল-সদায় ভাগৰুৱা লাগি থকা। অলপ কামতেই ফোপনি উঠা। হঠাৎ ওজন বাঢ়ি যোরা বা কমি যোরা।

চুলি সৰা বা পকা।ছাল শুকান হৈ যোৱা।মন উদাসীন, বিষণ্ণতা, অস্থিৰতা। স্মৃতি আৰু মনোযোগ কমি যোবা। মাহেকীয়া অনিয়মিত হোৱা বা অত্যধিক কষ্টদায়ক হোবা। সন্তান ধাৰণত সমস্যা বা বাবে বাবে গর্ভপাত।

এই লক্ষণসমূহ একে দিনতে নাহে। লাহে লাহে আহে। সেইবাবে বহু সময়ত সমস্যাটো গভীৰ হোৱাৰ পাছতহে ধৰা পৰে। চিকিৎসা: ভয় নহয়,সচেতনতা জৰুৰী: থায়ৰইড এটা নিয়ন্ত্রণযোগ্য সমস্যা। সময়মতে ধৰা পৰিলে সাধাৰণ ঔষধেৰে সুন্দৰকৈ নিয়ন্ত্রণত ৰাখিব পাৰি।

নিয়মিত ৰক্ত পৰীক্ষা (TSH, T3, T4)চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ লোৱা।নিজে নিজে ঔষধ বন্ধ নকৰা। গৰ্ভধাৰণৰ আগত আৰু গৰ্ভধাৰণৰ সময়ত থায়ৰইড পৰীক্ষা কৰা। লক্ষণ কমিলেও ফ’ল’আপ পৰীক্ষা অব্যাহত ৰখা।

থায়ৰইড মানে জীৱনভব ভুগিব লগা অসুখ নহয়। কিন্তু অবহেলা কৰিলে ই সমস্যা আনিব পাৰে খাদ্যাভ্যাস আৰু জীৱনশৈলী: ঔষধৰ লগতে নিজৰ জীৱনশৈলীত অলপ সজাগতা আনিলেই বহু পৰিমাণে উপকাৰ পোৱা যায়-সুষম আহাৰ গ্ৰহণ কৰক ‘শাক-পাচলি, ফল-মূল, প্র’টিন’।

আয় ‘ডিনযুক্ত নিমখ ব্যৱহাৰ কৰক। জাংক ফুড পৰিহাৰ কৰক নিয়মিত ব্যায়াম বা খোজ কাঢ়ক মানসিক চাপ কমাবলৈ নিজৰ বাবে অলপ সময় ৰাখক।

পর্যাপ্ত টোপনি যাওক:দেহ আৰু মন দুইটা ভালে ৰাখিবলৈ টোপনি বহুত জৰুৰী।

নিজৰ যত্ন:আমাৰ সমাজত মহিলাক সদায় ত্যাগী হোৱাই দেখা যায়। নিজৰ কষ্টকো লুকুৱাই হাঁহি থকা দেখা যায়। কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন লোবাটো অতিকৈ জৰুৰী। নিজে সুস্থ থাকিলেহে আনৰ যত্ন ল’ব পাৰি। এই লক্ষণবোৰ নিজৰ দেহত দেখা পালে আওকাণ নকৰিব। আজিয়েই পৰীক্ষা কৰক। সুস্থ থাকক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Thyroid
publisher

publisher

Related Posts

শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d