Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

    অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

৩৩ বছৰ পূৰ্বে মৃত্যু হোৱা ফেৰেটক জীয়াই তুলিলে বৈজ্ঞানিকসকলে !

publisher by publisher
September 9, 2021
in International, News
Reading Time: 1 min read
0
৩৩ বছৰ পূৰ্বে মৃত্যু হোৱা ফেৰেটক জীয়াই তুলিলে বৈজ্ঞানিকসকলে !
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

জন্ম মানে মৃত্যু অনিবার্য । মৃত্যুৰ পাছত পুনৰ উভতি আহিব পাৰি জানো ? আমেৰিকাৰ এদল বৈজ্ঞানীকে সেই অসাধ্যই সাধন কৰি দেখুৱালে । ৩৩ বছৰ আগতে মৃত্যু হোৱা এটা প্রাণীক জীৱন্ত কৰি তুলিলে তেওঁলোকে ।

ADVERTISEMENT

ব্লেক ফুটেড ফেৰেট । বেজিৰ সদৃশ চাৰিঠেঙিয়া প্রাণী । ভৰিৰ একেবাৰে তলৰ অংশ ক’লা নোমেৰে ঢকা । সেয়ে ব্লেক ফুটেড অর্থাৎ ক’লা ভৰি বুলি নামাকৰণ কৰা হৈছে ।

উত্তৰ-মধ্য আমেৰিকাজুৰি এই প্রাণীৰ বাস । বৰ্ধিত জনবসতিৰ বাবে এই প্রাণীৰ মূল খাদ্য পেইৰি ডগ (বৃহৎ এন্দুৰ জাতীয় প্রাণী) ক্রমে লুপ্তপ্ৰায় হৈ পৰিছে । খাদ্য সংকটৰ ফলত এই প্রাণীৰ সংখ্যাও হ্রাস পাইছে ।

এই প্রজাতিটো ক্রমশঃ কমি আহিছে । ইহঁতক বচাবৰ বাবে আপ্রাণ চেষ্টা চলাইছে বৈজ্ঞানীকসকলে । এইবাৰ এটা মৃত ফেৰেটক জীৱন্ত কৰি তুলিলে তেওঁলোকে ।

বৈজ্ঞানীকসকলে জনায়, এই প্রাণীটোৰ ১৯৮৮ তে মৃত্যু হৈছিল । তাৰ পাছৰ পৰাই তাৰ দেহ সংৰক্ষণ কৰি ৰাখিছিল বৈজ্ঞানীকসকলে ।

ভৱিষ্যতৰ কথা ভাবি ১৯৮০ ত বৈজ্ঞানীকসকলে এই প্রাণীটোক জীৱিত অৱস্থাতেই নিজৰ সংগ্রহত ৰাখিছিল । তাৰ আঠ বছৰ পাছত প্রাণীটোৰ মৃত্যু হয় । আমেৰিকাৰ ফিছ এণ্ড ৱাইল্ডলাইফ ছাৰ্ভিচৰ বৈজ্ঞানীকসকলে সম্প্রতি সেই মৃত প্রাণীটোকেই জীৱিত কৰি তুলিছে ।

প্রকৃততে প্রাণীটোৰ ডিএনএ সংৰক্ষিত কৰি ৰাখিছিল বৈজ্ঞানীকসকলে । সেই ডিএনএ-ৰ ক্লোন বনাই হুবহু একেই দেখা প্রাণীৰ জন্ম দিছে তেওঁলোকে । প্রাণীটোৰ নাম এলিজাবেথ এন । এইটো এটা স্ত্রী ফেৰেট ।
চলতি বছৰ ফেব্রুৱাৰীত পুনর্জন্ম হয় ফেৰেটৰ । প্রাণীটোক সম্প্ৰতি গৱেষণাগাৰৰ উপযুক্ত পৰিৱেশত ৰখা হৈছে ।

কিছুদিন পর্যবেক্ষণৰ পাছত তাক বন্য পৰিৱেশত এৰি দিয়া হ’ব । বন্য পৰিৱেশত যদি ই বাচিবলৈ সক্ষম হয় তেনেহ’লে এই প্রজাতিৰ ক্রমহ্রাসমান সংখ্যাও নিয়ন্ত্রণত আনিব পৰা যাব, বিশ্বাস বৈজ্ঞানীকসকলৰ ।

১৯৮২ ত প্রথম এই প্রজাতি ‘বিপদগ্রস্ত’ হিচাপে তালিকাভুক্ত হয় । ১৯৯৬ ত ইয়াৰ সংখ্যা আৰু কমি গৈ লুপ্তপ্রায় পর্যায়ত পায় । তাৰ পাছত কেৱল সংৰক্ষণৰ ফলত ইয়াৰ কিছু সংখ্যা বৃদ্ধি পায় । ২০০৮ত পুনৰ এই প্রজাতিক ‘বিপদগ্রস্ত’ তালিকাভুক্ত কৰা হয় ।

সম্প্ৰতি মাত্র ৬৫০টা ফেৰেট জীৱিত আছে । ইহঁতৰ ভিতৰত স্ত্রীৰ সংখ্যা আৰু কম । নতুন ক্লোন প্রাণীটো যদি বংশবিস্তাৰত সক্ষম হয় তেনেহ’লে ক্রমহ্রাসমান প্রজাতিৰ সংখ্যা নিয়ন্ত্রণত বহু পৰিমাণে চিন্তামুক্ত হ’ব বৈজ্ঞানীকসকল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Black Footed Ferret
publisher

publisher

Related Posts

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ
Entertainment

এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

September 25, 2026
চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d