Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কোনে আনিছে ম্যানমাৰৰ নাগৰিকক

publisher by publisher
September 22, 2021
in Assam, India, News
Reading Time: 1 min read
0
কোনে আনিছে ম্যানমাৰৰ নাগৰিকক
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

China:চীনত ম্যানমাৰৰ মিং পৰিয়ালৰ ১১ সদস্যক একেলগে দিলে ফাঁচি

Myanmar:অৱশেষত ধূলিৰ লগত মিলিল বিশাল নিষিদ্ধ সাম্রাজ্য

Linkmen Arrested:তিনিচুকীয়াত আলফা স্বাধীনৰ ৭ গৰাকী লিংকমেন আটক

ৰহিংগীয়াৰ অনুপ্রবেশক লৈ অব্যাহত সতর্কতাৰ মাজতে গুৱাহাটীত যােৱা ১২ ছেপ্টেম্বৰত ম্যানমাৰৰ চিন উপ-জাতিৰ ২৬ জনীয়া এটা দল গ্রেপ্তাৰৰ ঘটনাই গৃহ মন্ত্রণালয়কো জোঁকাৰিছে।

ADVERTISEMENT

সেয়েহে সম্প্রতি কাৰাবন্দী হৈ থকা যুৱক-যুৱতীৰ এই দলটোক কেন্দ্রীয় তদন্তকাৰী একাধিক সংস্থাই ইতিমধ্যে জেৰা কৰিছে। সমান্তৰালভাৱে অসম আৰক্ষীৰ জেৰাও অব্যাহত আছে।

এনে জেৰাত নতুন এই অনুপ্ৰৱেশকাৰীসকলৰ ক্ষেত্ৰত পােহৰলৈ আহিছে ইয়াৰ অন্তৰালত থকা ষড়যন্ত্রৰ তথ্য। উল্লেখ্য যে ম্যানমাৰৰ চিন প্রদেশৰ ফালাম জিলাৰ বাসিন্দা বুলি ধৃত যুৱক-যুৱতীৰ দলটোৰ পৰিচয় শেহতীয়াকৈ উদ্ধাৰ হৈছে। দলটোত আছে ১৬ জন যুৱক আৰু ১০ গৰাকী যুৱতী।

মহানগৰীৰ ৰিহাবাৰীৰ এটা ল’জৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰা দলটোৰ পৰা উদ্ধাৰ কৰা ভাৰতীয় সকলাে জাল নথি মিজোৰামত এটা চক্রই তেওঁলােকৰ হাতত তুলি দিছিল। উক্ত চক্ৰটোৱে ভাৰতত চিন। উপজাতিৰ লােকক কৌশলেৰে নাগৰিকত্ব প্রদানৰ কাম কৰি আহিছে বুলি আৰক্ষী সূত্রত প্রকাশ।

সূত্ৰটোৱে লগতে সদৰী কৰে যে মিজোৰামৰ চাৰ্খাই জিলাৰে ম্যানমাৰৰ পৰা যােৱা আঠ আৰু ন ছেপ্টেম্বৰত এই দলটোৱে ভাৰতত প্ৰৱেশ কৰিছিল। অনুপ্রৱেশৰ পাছতে তেওঁলােকৰ হাতত তুলি দিয়া হৈছিল ভাৰতীয় টকা, জাল ভাৰতীয় ভােটাৰ কার্ড, আধাৰ কার্ড, শিক্ষানুষ্ঠানৰ প্রমাণপত্র।

মিজোৰামত এদিন কটোৱাৰ পাছত তেওঁলােকক দুখন বিলাসী বাহনেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল। এক্স ইউ ভি ছিৰিজৰ বাহন দুখনেৰে মহানগৰীত উপস্থিত হৈ দলটো দিল্লীলৈ যােৱাৰ কথা আছিল। দলটোৰ হাতৰ পৰা আইজলৰ ‘ফেইথথিয়’লজিকেল কলেজ এণ্ড মিছনৰ শিক্ষার্থীৰ প্রমাণপত্রও উদ্ধাৰ হয়।

পৰৱৰ্তী সময়ত সেয়াও জাল বুলি আৰক্ষীয়ে নিশ্চিত কৰে। ইপিনে, ধৃত যুৱক-যুৱতীসকলে আৰক্ষীৰ আগত সদৰী কৰে যে তেওঁলােক দিল্লীলৈ যােৱাৰ কথা আছিল। বাইবেলৰ ওপৰত ধর্মীয় শিক্ষা গ্রহণৰ উদ্দেশ্যেই দিল্লীলৈ যাব বিচাৰিছিল বুলিও কয়।

সেই শিক্ষা গ্রহণৰ পাছত কি কৰিলেহেঁতেন ? এই প্রশ্নৰ উত্তৰত আৰক্ষী সূত্ৰটোৱে জনায় যে ইয়াৰ উত্তৰ এই পর্যন্ত স্পষ্ট হােৱা নাই; কিন্তু ধৃত দলটোৰ একাংশই ইংগিত দিয়ে যে তেওঁলােকক ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰধানকৈ জনজাতীয় অধ্যুষিত অঞ্চলত ধর্ম প্রচাৰৰ কামত নিয়ােজিত কৰাৰ কথা আছিল।

উল্লেখ্য যে ম্যানমাৰত দেশখনৰ সেনাই চিন উপ-জাতিৰ লােকসকলক দীর্ঘদিনৰ পৰা নির্যাতন চলােৱাৰ অভিযােগ উত্থাপিত হৈ আহিছে। তেনে নির্যাতনৰ ফলতে স্বদেশৰ পৰা পলায়ন কৰি মিজোৰামত বহু চিন লােকে অনুপ্রৱেশ কৰি আহিছে।

খ্রীষ্টীয়ান ধৰ্মাৱলম্বী সেইসকল লােক মিজোৰামত শৰণার্থী হিচাপে বাস কৰি আহিছে। এনে অনুপ্ৰৱেশ ৰােধ কৰিবলৈ ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলেও সম্পূর্ণ সফল হ’ব পৰা নাই। ইপিনে, মিজোৰামেও অনুপ্রৱেশকাৰীৰ সংখ্যা বৃদ্ধি নহ’বলৈ সতর্কতা অৱলম্বন কৰি আহিছে।

তেনে ক্ষেত্ৰত নতুন অনুপ্রৱেশকাৰীক জাল নথিৰে সংগঠিত চক্রই ভাৰতৰ নাগৰিকত্ব প্রদানৰ চক্রান্ত অব্যাহত ৰাখিছে। তাৰ বাবে ধৰ্মক আলম কৰি লােৱা হৈছে। ইপিনে, মিজোৰামত দলটোৱে ভাৰতৰ নাগৰিকত্বৰ জাল নথি সংগ্রহ কৰাৰ তথ্য পােহৰলৈ অহাৰ পাছত অস্বস্তিত পৰিছে ৰাজ্যখনৰ চৰকাৰ আৰু আৰক্ষী।

সেয়েহে মিজোৰামৰ আৰক্ষীৰ মুখ্য কার্যালয়ৰ আৰক্ষী মহা পৰিদৰ্শক জন নেইলায়াই অসম আৰক্ষীলৈ শেহতীয়াভাৱে জৰুৰী এক পত্ৰ প্রেৰণ কৰিছে। উক্ত পত্ৰত উল্লেখ কৰা হৈছে যে মিজোৰামত ভাৰতৰ নাগৰিকত্বৰ জাল নথি প্ৰস্তুত কৰা চক্ৰৰ তথ্য তেওঁলােকৰ হাতত নাই।

চুবুৰীয়া ৰাজ্য মণিপুৰৰ লগতে দিল্লী, কর্ণাটকসহ কেইখনমান ৰাজ্যতহে এনে চক্র সক্রিয়তাৰ বিষয়ে তেওঁলােক অৱগত। সেয়েহে ২৬ জনীয়া দলটোৰ পৰা উদ্ধাৰ কৰা জাল নথিবােৰৰ উৎস মিজোৰাম বুলি পােহৰলৈ অহাত ৰাজ্যখনৰ আৰক্ষী উদ্বিগ্ন হােৱা বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।

ভাৰতীয় দণ্ড বিধি, বিদেশী আইন, পাছপাের্ট আইন আৰু পাছপাের্ট বিধিৰ অধীনত গ্রেপ্তাৰ কৰা দলটোক কোনে পৃষ্ঠপােষকতা কৰিছিল, বিলাসী বাহনেৰে কোনে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল, সেইবােৰৰ অনুসন্ধান অসম আৰক্ষীৰ লগতে কেন্দ্রীয় সংস্থায়াে অব্যাহত ৰাখিছে।

বিশেষকৈ ধর্মীয় শিক্ষা গ্রহণৰ পাছত তেওঁলােকক তাৰ প্ৰচাৰৰ বাবে নিয়ােগৰ আশ্বাস দিয়াৰ বিষয়টোক অত্যন্ত গুরুত্বসহকাৰে লৈছে তদন্তকাৰী সংস্থাবােৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MyanmarRohingya
publisher

publisher

Related Posts

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d