Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য

    তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

    তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

যৌৱন ধৰি ৰাখিবলৈ হ’লে যিবােৰ বিষয়ত গুৰুত্ব দিয়া উচিত

publisher by publisher
September 26, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
যৌৱন ধৰি ৰাখিবলৈ হ’লে যিবােৰ বিষয়ত গুৰুত্ব দিয়া উচিত
4
SHARES
39
VIEWS
ShareShareShareShare

প্ৰতিগৰাকী ব্যক্তিয়ে চিৰ তৰুণ-তৰুণী হৈ থাকিব বিচৰাটো প্রবৃত্তি বুলি কলেও অত্যুক্তি কৰা নহ’ব। সেইবাবে বার্ধক্য কাৰাে কাম্য নহয়। সাধাৰণতে বয়সৰ চাপ নপৰিবলৈ সেইবাবে প্ৰায়ভাগ লােকেই প্রসাধনী সামগ্রী ব্যৱহাৰ কৰা দেখা যায়। ইতিহাসে ঢুকি নােপােৱা দিনৰে পৰা মানুহে প্রসাধনী সামগ্ৰীৰ ওপৰত গুৰুত্ব প্রদান কৰি আহিছে। পিছে প্রসাধনী সামগ্ৰীৰে কোনাে এগৰাকী মহিলা বা এজন পুৰুষে এক নির্দিষ্ট সময়ৰ বাবেহে বয়সৰ চাপ আনৰ দৃষ্টিৰ পৰা লুকুৱাই ৰাখিব পাৰে।

ADVERTISEMENT

দীর্ঘদিন ধৰি এনেদৰে যৌৱন ধৰি ৰখাটো কাৰাে বাবে সম্ভৱ নহয়। প্রসাধন নকৰিলে তেওঁলােকৰ শৰীৰৰ প্রকৃত ৰূপ ওলাই পৰে। পিছে। যদিহে কম বয়সৰ পৰাই কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰা হয় তেতিয়াহ’লে যৌৱন ধৰি ৰখাটো সম্ভৱ বুলি গৱেষকসকলে মন্তব্য কৰিছে। কিছুমান বিষয়ত সৰুৰে পৰা গুৰুত্বপূৰ্ণ প্ৰদান কৰিলে দীর্ঘদিন ধৰি যৌৱন ধৰি ৰখাটো সম্ভৱ হয়।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

★ গৱেষকসকলে শেহতীয়াভাৱে এই বুলি মন্তব্য কৰিছে যে সামুদ্রিক মাছ নিয়মীয়াভাৱে গ্ৰহণ কৰিলে শৰীৰত বার্ধক্যৰ চাপ সােনকালে নপৰে। ৰেড মীট বা মাংসৰ পৰিৱর্তে সামুদ্রিক মাছ খালে শৰীৰে প্রয়ােজনীয় প্রটিন লাভ কৰিব। অৱশ্যে এনেধৰণৰ মাছ নিয়মীয়াকৈ গ্রহণৰ সময়ত পুষ্টি বিশেষজ্ঞৰ পৰামর্শ গ্রহণ কৰা উচিত।

★ সাধাৰণতে আমাৰ খাদ্য সম্ভাৰ প্রস্তুত কৰােতে সৰিয়হৰ তেল ব্যৱহাৰ কৰা হয়। পিছে গৱেষকসকলে এনে তেলৰ পৰিৱর্তে ‘অলিভ অইল’ বা জলফাইৰ পৰা প্ৰস্তুত কৰা তেল ব্যৱহাৰ কৰিবলৈ পৰামর্শ আগবঢ়াইছে। কিয়নাে খাদ্য প্রস্তুত কৰােতে ব্যৱহাৰ কৰিলে শৰীৰত কলেষ্টেৰলৰ পৰিমাণ হ্রাস বা নিয়ন্ত্রিত হ’ব। তদুপৰি চর্বি আদি জমা হ’বলৈ সুযােগ নাপায়। আন তেলৰ তুলনাত অলিভ অইল উপকাৰী বুলি গৱেষকসকলে মন্তব্য কৰিছে।

★ দৈনন্দিন খাদ্য তালিকাত সতেজ শাক-পাচলি অন্তর্ভুক্ত কৰা উচিত। এই শাক-পাচলিৰ ভিতৰত গাজৰ আৰু বিলাহী অন্তর্ভুক্ত কৰিলে অধিক সুফল পােৱা যায়। ছাল আৰু স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰয়ােজনীয় উপাদনসমূহ এই দুবিধ পাচলিত পােৱা যায়। দুয়ােবিধ পাচলিৰে ফাইটোনিউল্টিয়েণ্ট আৰু এন্টিঅক্সিডেন্ট থাকে। তদুপৰি বিটাকেৰােটিন আৰু লুটেইন আদিয়ে বার্ধক্যৰ চাপ প্রতিহত কৰে।

★ চকলেট খালেও উপকাৰ লাভ কৰাটো সম্ভৱ। ডার্ক চকলেট বার্ধক্য প্রতিৰােধ কৰিব পৰা বহুতাে উপাদান থকা বুলি শেহতীয়াভাৱে গৱেষকসকলে মন্তব্য কৰিছে।

★ আঙুৰত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। সেইবাবে নিয়মীয়াকৈ আঙুৰ খােৱাৰ ফলত শৰীৰত উৎপন্ন হােৱা ফ্রিৰেডিকেল আদিয়ে সহজে গা কৰি উঠিব নােৱাৰে।

★ যিসকলে নিতৌ খাদ্য তালিকাত দৈ অন্তর্ভুক্ত কৰে তেওঁলােকৰ বার্ধক্য প্ৰতিৰােধ কৰাটো সম্ভৱ। ইয়াত প্ৰচুৰ পৰিমাণে প্র’টিন আৰু কেলছিয়াম থাকে বাবে শৰীৰৰ গঠন আৰু হাড় শক্তিশালী কৰে। হাড়ৰ ক্ষয় ৰােধতে সহায় কৰে। দৈ খালে চর্বি আৰু কলেষ্টেৰল নিয়ন্ত্রণত থাকে।

★ শৰীৰত বার্ধক্যৰ চাপ নপৰিবলৈ আৰু তেজৰ প্রৱাহ স্বাভাৱিক হৈ থাকিব লাগিব। সাধাৰণতে খাদ্য তালিকাত ব্যৱহাৰ কৰা কিছুমান মচলায়াে যৌৱন ধৰি ৰখাত সহায় কৰে। বিশেষকৈ নহৰুত থকা এলিচিন নামৰ উপাদান বিধে শৰীৰৰ বিভিন্ন অংগ-প্রত্যংগলৈ তেজৰ প্রবাহ স্বাভাৱিক কৰি ৰাখে। সেইবাবে সােনকালে বয়সৰ চাপ নপৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Health
publisher

publisher

Related Posts

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d