Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

    ৭৬ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা বিভিন্নজনৰ

    Special tribute to Zubeen Garg:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ ‘জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি

    Zubeen khetra:বিভিন্ন ধৰ্মালম্বী লোকৰ উপস্থিতিৰে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে জীপাল হ’ল সোণাপুৰৰ জুবিনক্ষেত্র

    উধমপুৰৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, নিহত দুজন সন্ত্ৰাসবাদী

    মুকলিৰ পূৰ্বে ভাগি-ছিগি শোচনীয় ৰূপ বৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

India-Bangladesh : সিপাৰৰ প্রতিবাদত ইপাৰৰ মহিলাৰ ছবি

publisher by publisher
October 26, 2021
in International, News
Reading Time: 1 min read
0
India-Bangladesh : সিপাৰৰ প্রতিবাদত ইপাৰৰ মহিলাৰ ছবি
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Special tribute to Zubeen Garg:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ ‘জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

বহিৰ পাতত ৰঙীন হৈ উঠিছিল এজনী ছোৱালী । কপালত তাইৰ তৃতীয় নয়ন । দুচকু বৈ যায় পানীত । এগৰাকী কন্যাই অঁকা সেই ছবি বাংলাদেশৰ বিক্ষোভৰ প্রতীক হৈ উঠিল । পুনৰ একজোঁট হ’ল দুই বাংলা ।

ADVERTISEMENT

নিউ বেৰাকপুৰৰ বাসিন্দা ২০ বছৰীয়া ছায়নী দত্ত ইঞ্জিনিয়াৰিং পঢ়ি আছে । পঢ়া-শোনাৰ লগতে ছবি আঁকি ভাল পায়। ছবিটো দুবছৰ আগতে আঁকিছিল । ইন্টাৰনেটত আপলোডো কৰিছিল আগতে । ‘‘অত্যাচাৰিত সকলো মহিলাৰ ভিতৰতেই লুকাই আছে দুর্গা । যি জাগি উঠিবই,’’ তেনেদৰে ছবিটো আঁকিছিল ছায়নীয়ে । সময় সাপেক্ষে ই পুনৰ প্রাসংগিক হৈ উঠিছে । সেয়ে হয়তো চুবুৰীয়া দেশৰ দুর্দিনত ‘প্রতিবাদ’ হৈ উঠিছে এই ছবি । দুর্গোৎসৱক কেন্দ্র কৰি মৌলবাদী দুষ্কৃতীসকলৰ ইটোৰ পাছত সিটো আক্ৰমণৰ ঘটনাত প্রতিবাদমুখী হৈ পৰিছে বাংলাদেশীসকল । ৰাজধানী ঢাকা তথা চট্টগ্রাম, বিক্ষোভ আৰম্ভ হৈছে দেশৰ বিভিন্ন প্রান্তত । প্ৰতিবাদত যোগ দিছে শিক্ষক, শিক্ষাৰ্থী, সংস্কৃতিকর্মীৰ পৰা আদি কৰি সাধাৰণ লোক ।

ক্ষোভ-বিক্ষোভত দুই বাংলাৰ এইদৰে একত্ৰিত হোৱা অৱশ্যে নতুন নহয় । ২০১৪ৰ ছেপ্টেম্বৰত এনেদৰেই যাদৱপুৰ বিশ্ববিদ্যালয়ত ছাত্রী নিগ্রহৰ ঘটনাত বিক্ষোভৰ শ্ল’গান হৈ উঠিছিল ‘হোক কলৰব’ । পৰৱর্তী সময়ত প্রতিবাদৰ ভাষা হৈ উঠিছে বাংলাদেশৰ গায়ক অর্ণবৰ গান ‘হোক কলৰব ফুলগুলো সব লাল না হয়ে নীল হলো কেন ?…’

শনিবাৰে বাংলাদেশৰ চট্টগ্রামত সম্প্রীতি সমাবেশত যোগ দিছিল স্থানীয় বাসিন্দা মিঠুন ধৰে । তেওঁ সোনাৰ কাম কৰে । ছবিটো তেওঁ প্রতিবাদ হিচাপে লৈ যায় । মিঠুনে জনায়, তেওঁ ইন্টাৰনেটত ছবিটো পাইছিল । কোনে অঁকা নাজানে । ছবিৰ অশ্রুসজল মুখখনি দেখি তেওঁ ভাবিছিল, এইটোৱে প্রতিবাদৰ যোগ্য উত্তৰ হ’ব পাৰে । স্থানীয় চাইবাৰ কেফেৰ পৰা ছবিটো ডাঙৰকৈ প্রিন্ট কৰি সমাবেশত যায় । হেজাৰ হেজাৰ মানুহৰ ভিৰৰ মাজত প্রতিবাদৰ মুখ হৈ উঠে সেইটো ।

ছায়নীও নাজানিছিল যে তেওঁ অঁকা ছবি এইদৰে বাংলাদেশৰ সম্প্রীতিৰ মুখ হৈ উঠিব । সংবাদপত্রত সমাবেশৰ ছবি দেখি গ’ম পায় । তেওঁ জনায়, বন্ধুবৰ্গৰ অভিনন্দনৰ সোঁত বৈছে ফোনৰ ইনবক্সত । সামাজিক মাধ্যমতো শ শ শুভেচ্ছাবার্তা । ছায়নীয়ে কয়, ‘‘সপোনতো ভবা নাছিলো । সম্পূৰ্ণ আচৰ্যকৰ । ম‌ই অংকন কৰা ছবি যে এনেদৰে বাংলাদেশত প্রতিবাদৰ প্রতীক হৈ উঠিছে, সেইটো ভাবিয়ে ভাল লাগিছে ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BANGLADESHCommunal ViolencePainting
publisher

publisher

Related Posts

এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ
India

September 17, 2026
৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!
International

৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

September 17, 2026
সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা
International

সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা

September 17, 2026
Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ
Assam

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

September 17, 2026
৭৬ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা বিভিন্নজনৰ
India

৭৬ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা বিভিন্নজনৰ

September 17, 2026
Special tribute to Zubeen Garg:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ ‘জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি
Assam

Special tribute to Zubeen Garg:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ ‘জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d