Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 দিপাৱলীত নলবাৰীৰ হীৰাপাৰাৰ চাকিৰে উজ্জ্বলিব মুখ্যমন্ত্ৰী উদ্যোগমন্ত্ৰীৰ বাসগৃহ

publisher by publisher
October 27, 2021
in Assam, India, News
Reading Time: 1 min read
0
 দিপাৱলীত নলবাৰীৰ হীৰাপাৰাৰ চাকিৰে উজ্জ্বলিব মুখ্যমন্ত্ৰী উদ্যোগমন্ত্ৰীৰ বাসগৃহ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত আৰু মাত্ৰ সপ্তাহদিন বাকী। ইয়াকে লক্ষ্য কৰি ইতিমধ্যে প্ৰায় সকলোৰে মাজত দিপাৱলীত ঘৰখন কেনেধৰনে পোহৰাই তুলিব, কৰ পৰা ফটকা আনিব তাকে লৈ একপ্ৰকাৰ প্ৰস্তুতি আৰম্ভ হৈছে।

ADVERTISEMENT

তদুপৰি ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ থলুৱা মৃৎশিল্পী সকল এতিয়া ব্যস্ত হৈ পৰিছে। পৈত্রিকসূত্ৰে মৃৎ কৰ্ম কৰি অহা নলবাৰীৰ কুলবিল হীৰাপাৰাতো চলিছে পুৰামাত্ৰাই ব্যস্ততা।

কিন্তু পূৰ্বৰ তুলনাত চুবুৰিটোৰ এনে ব্যস্ততা এইবাৰ যেন ব্যতিক্ৰম। লক্ষণীয় যে এইবাৰৰ পোহৰৰ উৎসৱ দিপাৱলীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ঘৰ পোহৰাই তুলিব নলবাৰীৰ কুলবিল হীৰাপাৰাৰ মাটিৰ চাকিয়ে।

ইয়াকে লক্ষ্য কৰি এতিয়া ব্যস্ত হৈ পৰিছে কুলবিল হীৰাপাৰাৰ মৃৎশিল্পী সকল। এটা বেচৰকাৰী সংস্থা লঘু উদ্যোগ ভাৰতীৰ উত্তৰ- পূৱৰ সচিব অৰূপ বৰপূজাৰীয়ে কুলবিল হীৰাপাৰালৈ আহি এই কথা প্ৰকাশ কৰাৰ পাছৰে পৰা বংশানুক্ৰমিক হীৰা চুবুৰিটোৰ পৰিয়াল সমূহত এনে ব্যস্ততা অধিক হৈ উঠা পৰিলক্ষিত হৈছে।

আনহাতে বাংশানুক্ৰমিক ভাৱে বছৰ বছৰ ধৰি এনে মৃৎ শিল্পৰ লগতে ব্যস্ত থাকি জীৱন নিৰ্বাহ কৰা চুবুৰীটোৰ লোকসকলে হীৰা পাৰাৰ মৃৎ শিল্পই অৱশেষত এক স্বীকৃতিৰ ৰেঙনি দেখা বুলিও চৰ্চিত হৈ পৰিছে।

চুবুৰীটোৰ কেইজনমান মৃৎশিল্পী নীলকান্ত দাস, কন্দৰ্প দাস, বিহুৰাম দাস আৰু জয়ৰাম দাসে দৈনিক আগ্ৰদূতক এইবুলি সদৰী কৰে,’আমাৰ ইয়াত কেতিয়া কেনেকৈ মাটিৰ সাজ- বাচন, চাকি আদিৰ কাম আৰম্ভ কৰিছিল সেয়া আমি নাজানো। পিৰিৰ পাছত পিৰি ধৰি এই কামকে কৰি আহিছোঁ। ভালকৈ খাবলৈ নোজৰে, তথাপি কৰি আহিছো। কেতিয়াবা যদি চাহিদা পালে অৰ্থৰ অভাৱত বেছিকৈ উৎপাদন কৰিব নোৱাৰো, কেতিয়াবা আকৌ উৎপাদন কৰিলে বজাৰ নাপাওঁ। ফলত আমাৰ দুখ; সমস্যাতে দিন পাৰ হৈ আহিছে। কিন্তু আমাৰ এনে কষ্টৰ হাতে গঢ়া চাকিয়ে যদি দিপাৱলীত মুখ্যমন্ত্ৰী বা উদ্যোগ মন্ত্ৰীৰ গৃহ পোহৰাই কৰাৰ সুযোগ লাভ কৰে তেনেহলে সেয়াই আমাৰ উৎপাদনৰ এক বিশেষ স্বীকৃতি হব।’

উল্লেখ্য যে কালি লঘু উদ্যোগ ভাৰতীৰ উত্তৰ পূৱৰ সচিব অৰূপ বৰপূজাৰী আহি কুলবিল হীৰাপাৰাৰ মৃৎশিল্পীসকলৰ লগত মিলিত হৈ সমস্যাৰ বুজ লোৱাৰ লগতে আগন্তুক দিপাৱলীৰ বাবে চুবুৰিটোৰ পৰা একলাখ চাকি ক্ৰয় কৰে।

লগতে চাকিৰ উপৰি ইয়াত উৎপাদিত মাটিৰ বিভিন্ন সাজ- বাচন বিক্ৰীৰ বজাৰদানৰ কথা সদৰী কৰে। বৰপূজাৰীয়ে কয় ,’এইবাৰ কুলবিল হীৰাপাৰৰ মাটি চাকিৰে মুখ্যমন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰীৰ গৃহ পোহৰাই তুলিব লাগিব। আমি তেওঁলোকলৈ ২০০ কৈ চাকি দিম। এনে মৃৎশিল্পীসকলৰ কেতিয়াবা বজাৰৰ অভাৱ হয় আৰু কেতিয়াবা চাহিদা অনুপাতে উৎপাদনৰ বাবে অৰ্থ নাথাকে।

যাৰ ফলত থলুৱা মৃৎশিল্পৰ প্ৰতি সামগ্ৰিকভাৱে এক ভাবুকি নামি আহিছে। বাহিৰৰ একাংশ ব্যৱসায়ীয়ে বজাৰখন দখল কৰিছে। আমি লঘু উদ্যোগ ভাৰতীৰ উদ্যোগত থলুৱা মাটিৰ সাজ বাচন, চাকি আদি, বাঁহবেতৰ থলুৱা সাঁজ- বাচন, আচবাব আদিৰ বজাৰ এখন গঢ়ি তোলাৰ পৰিকল্পনা চলাইছোঁ। চৰকাৰীভাৱেও ইয়াৰ বাবে স্বয়মৰ দৰে কিছু আঁচনি প্ৰস্তুত কৰা হৈছে।’

ইপিনে এইবর্ষত যোৰহাটৰ মৰিয়া জনগোষ্ঠীৰ লোকসকলে খোল নিৰ্মাণৰ বাবে যি মাটিৰ সাজ নিৰ্মান কৰে সেয়াও লঘু উদ্যোগ ভাৰতীয়ে ক্ৰয় কৰে। ইয়াৰ লগে লগে উক্ত জনগোষ্ঠীৰ এই সকল শিল্পীৰ অৰ্থনৈতিক নিৰাপত্তাৰ পথ একপ্ৰকাৰ নিশ্চিত হৈ পৰিল। লক্ষণীয় যে মহাপুৰুষীয়া সংস্কৃতিৰ অন্যতম ‘খোল ‘ নিৰ্মাণৰ বাবে এইসকল লোকে প্ৰজন্ম অনুসাৰে উক্ত মাটিৰ সাজ নিৰ্মান কৰি আহিছে যদিও শেহতীয়াভাৱে সেয়াও বহিৰাগত ব্যৱসায়ীৰ বাবে ভাবুকিৰ সম্মুখীন হব লগা হৈছে।

কিন্তু শেহতীয়াভাৱে লঘুউদ্যোগ ভাৰতীৰ পদক্ষেপে তেওঁলোকক পুনৰ উৎসাহিত কৰাৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ মাটি, বাঁহ- বেত আদিৰ থলুৱা সামগ্ৰীৰ শিল্পীসকলে প্ৰত্যক্ষভাৱে এখন বিশেষ বজাৰ লাভ কৰাতো একপ্ৰকাৰ নিশ্চিত হৈ উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDiwali 2021Guwahati
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d