Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

একক প্ৰচেষ্টাৰে অৰণ্যক সুৰক্ষা দি পৰিণত হৈছিল ‘বনৰ বিশ্বকোষ’ত

খালী ভৰিৰে পদ্মশ্ৰী বঁটা গ্ৰহণ কৰিলে পৰিৱেশ কৰ্মীয়ে

publisher by publisher
November 10, 2021
in India, News
Reading Time: 1 min read
0
একক প্ৰচেষ্টাৰে অৰণ্যক সুৰক্ষা দি পৰিণত হৈছিল ‘বনৰ বিশ্বকোষ’ত
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

টিকঅ’ অলিম্পিকত ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰাণী ৰামপাললৈ পদ্মশ্ৰী সন্মান

ৰাষ্ট্রপতি ৰামনাথ কৱিন্দে মঙলবাৰে ৰাষ্ট্রপতি ভৱনত বঁটা তুলি দিলে এই বছৰৰ পদ্ম সম্মান প্রাপকসকলৰ হাতত। মনােৰঞ্জনৰ জগতৰ কংগনা ৰণৌট, কৰণ জোহৰ, একতা কাপুৰ, আদনান ছামিৰ দৰে তাৰকাও আছে পদ্ম সম্মান প্রাপকৰ তালিকাত। তৎসত্ত্বেও এই অনুষ্ঠানত বিশেষভাৱে সকলােৰে দৃষ্টি আকর্ষণ কৰিলে কর্ণাটকৰ এগৰাকী সত্তৰােধ্বৰ আদিবাসী মহিলাই।

ADVERTISEMENT

খালী ভৰিৰে সম্পূর্ণ ‘পৰম্পৰাগত’ পােছাক পৰিধান কৰিয়েই বৃদ্ধাই প্রধানমন্ত্রী নৰেন্দ্র মােদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক উদ্দেশ্যি কৰযােৰে কৰা নমস্কাৰৰ দৃশ্যই মঙলবাৰৰ অনুষ্ঠানৰ শ্ৰেষ্ঠ মুহূর্তত পৰিণত হয়। ‘বনৰ বিশ্বকোষ’ৰূপে পৰিচিত হােৱা তুলসী গৌড়া নামৰ এই পদ্মশ্রী সম্মান লাভ কৰা বৃদ্ধাৰ স’তে সাক্ষাতৰ মুহূর্ত স্বয়ং প্রধানমন্ত্রীয়েও শ্বেয়াৰ কৰিছে।

আচলতে তুলসী গৌড়াৰ এই সন্মানপ্রাপ্তিয়ে সেই ভাৰতবৰ্ষৰ কথা কয়, যাক ঢাকি ৰাখিছে নাগৰিক সভ্যতাৰ জকমকীয়া অস্তিত্বই। যি ভাৰতবর্ষ শ্বাশ্বত ভাৰতবর্ষ। এই দেশৰ চিৰকালীন ৰূপৰেখা সেই ভাৰতবৰ্ষৰ হৃদয়ত। যাৰ প্রতিনিধি হৈ প্রচাৰৰ কৃত্রিম আলােকবৃত্তৰ পৰা বহু নিলগৰ অৰণ্যৰ প্রত্যন্ত অঞ্চলত তুলসী গৌড়াই যি কীর্তি স্থাপন কৰিছে, সেয়া সঁচাকৈয়ে অবিস্মৰণীয়।

কর্ণাটকৰ হাল্কাকি উপজাতিৰ ৭৭ বছৰীয়া বৃদ্ধাগৰাকীয়ে বিগত ছটা দশক ধৰি সেউজকৰণকে জীৱনৰ লক্ষ্য কৰি লৈছিল। এই সুদীর্ঘ সময়ছােৱাত তেওঁ প্রায় ৩০ হেজাৰ গছপুলি ৰােপণ কৰিছিল। তাতে ক্ষান্ত নাথাকি তেওঁ সেই পুলিসমূহক মাতৃস্নেহৰ দৰেই পৰম আদৰেৰে লালিত-পালিত মহীৰূহত পৰিণত কৰে।

সেই গছসমূহেই যেন তেওঁৰ সন্তান। বন বিভাগৰ কৰ্মীৰূপে তেওঁ সুদীর্ঘকাল নাৰ্ছাৰীৰ কামতে নিমজ্জিত হৈ আছে। ইয়াৰ সমান্তৰালকৈ তেওঁ পৰিণত হৈ পৰিছে গছ-গছনি সম্পর্কে অনন্ত জ্ঞানৰ ভাণ্ডাৰত। যি অবাধ গতিত মানুহে সেউজ পৃথিৱীখন ধ্বংস অব্যাহত ৰাখিছে, তাৰ বিৰুদ্ধে থিয় দি সংগ্রাম কৰাটো কেতিয়াও সহজ নহয়।

অথচ সেই কঠিন কামখিনিয়েই যিসকল লােকে অনায়াসে সম্পন্ন কৰিবলৈ সক্ষম হৈছে, সেইসকলৰ ভিতৰতে অন্যতম এই বৃদ্ধাগৰাকী। মাত্র দুবছৰ বয়সতে তেও পিতৃক হেৰুৱাইছিল। দৰিদ্ৰ পৰিয়ালটোৰ বাবে দুবেলা দুমুঠি খাদ্য যােগাৰ কৰাটোৱেই প্ৰৱল প্ৰত্যাহ্বান হৈ পৰিছিল।

সেয়ে অতি কম বয়সতে তুলসী গৌড়াই উপার্জনৰ পথত অগ্রসৰ হ’বলৈ বাধ্য হৈছিল। মাত্র ১২ বছৰ বয়সতে তেওঁ বন বিভাগৰ কাৰ্যালয়ত অস্থায়ী শ্ৰমিকৰূপে কাম কৰিবলৈ লৈছিল। ক্রমান্বয়ে তেওঁ নিজৰ কামৰ দ্বাৰা সকলােৰে মন জয় কৰিবলৈ সক্ষম হয়।

এটা সময়ত তেওঁ লাভ কৰে বন বিভাগৰ স্থায়ী চাকৰি। তেওঁ কেতিয়াও স্কুললৈ যােৱা নাছিল। তথাপি অৰণ্যৰ বুকুৰ পৰা এনে শিক্ষা লাভ কৰিছিল, যি শিক্ষা চহৰৰ ডিগ্ৰীধাৰীসকলৰ বাবে অসাধ্যকৰ। তুলসী গৌড়ে পদ্ম সন্মান গ্রহণ কৰাৰ পাছত প্রধানমন্ত্রী মােদীয়ে তেওঁলােকৰ সাক্ষাতৰ ফটো ইনষ্টাগ্রামত শ্বেয়াৰ কৰি লিখিছে, ‘একেবাৰে তৃণমূল স্তৰৰ পৰা উঠি আহি যিসকলে পদ্ম সন্মান অর্জন কৰিছে, তেওঁলােকৰ বাবে গর্বিত।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Padma Shri AwardTulsi Gowda
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d