Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

পিৰামিডৰ দেশত সন্ধান ওলাল ৪৫০০ বছৰৰ পুৰণি সূৰ্য মন্দিৰৰ

ঈশ্বৰত পৰিণত হোৱাৰ বাবেই নিৰ্মাণ কৰিছিল মিছৰৰ ফাৰাওৱে

publisher by publisher
November 20, 2021
in International, News
Reading Time: 1 min read
0
পিৰামিডৰ দেশত সন্ধান ওলাল ৪৫০০ বছৰৰ পুৰণি সূৰ্য মন্দিৰৰ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Israa Ismail : দৃষ্টিহীন, অথচ কেমেৰাত সুন্দৰ ছবি বন্দী কৰিব পাৰে এইগৰাকী যুৱতীয়ে, কেনেদৰে ?

ইজিপ্তৰ ইতিহাস‌‌ৰ নতুন দিগন্ত !

সন্ধান ওলাল পৃথিৱীৰ প্রাচীনতম মদৰ ভাটিৰ

ইচ্ছা কৰিলেই হেনাে ঈশ্বৰত পৰিণত হ’ব পাৰি। এই কথাই বিশ্বা কৰিছিল একালৰ মিছৰৰ ৰজা বা ফাৰাওসকলে। পুনর্জন্মত বিশ্বাসী ফাৰাওসকলে এফালে যিদৰে এদিন পুনৰ জীৱিত হৈ উভতি অহাৰ আশাৰে পিৰামিড নির্মাণ কৰাইছিল, সেইদৰে নির্মাণ কৰাইছিল সূর্য মন্দিৰাে।

ADVERTISEMENT

তেওঁলােকৰ দৃঢ় বিশ্বাস আছিল যে সূৰ্য্য মন্দিৰ নিৰ্মাণ কৰিলেই ঈশ্বৰত পৰিণত হ’ব পাৰি ।পুণ্যৰ ভাগ সকলোৱে ল’ব বিচাৰিছিল। সেয়ে এটা প্ৰজন্মই নির্মাণ কৰা মন্দিৰৰ সলনি নতুনকৈ মন্দিৰ সজাইছিল ফাৰাওসকলে।বছৰৰ পাছত বছৰ ধৰি নির্মাণ হৈছিল সূর্য মন্দিৰ।

মিছৰৰ ইতিহাস অনুসৰি, এই ধৰণৰ কমেও ছটা সূর্যদেৱতাৰ মন্দিৰ আছিল মিছৰত। অৱশ্যে তাৰ ভিতৰত চাৰি মন্দিৰৰ সন্ধান আজিকোপতি ওলােৱা নাই। ১২৩ বছৰৰ পূর্বে প্রথমটো মন্দিৰৰ সন্ধান পােৱা গৈছিল। কিছুদিন পূর্বে সন্ধানওলাইছে দ্বিতীয়টো মন্দিৰৰ ।

কাইৰ’ৰ পৰা মাত্ৰ ১২মাইল দক্ষিণৰ আবু গুৰাব অঞ্চলত আছে প্রথমটো সূর্য মন্দিৰ। এই আবু গুৰাবৰ ছেৰ সূর্য মন্দিৰৰ তলতে ঢাক খাই আছিল সদ্য আৱিষ্কৃত মন্দিৰটো। ‘পলিছ একডেমী অৱ ছায়েন্সেছ ইনষ্টিটিউট ফৰ মেডিটেৰিয়ান এণ্ড অৰিয়েণ্টেল কালছাৰ’ৰ তৰফৰ পৰা কিছুদিনৰ পূর্বে উক্ত স্থানতত খননকার্য চলাইছিল।

এই অভিযানৰ নেতৃত্ব দিছিল মিছৰতত্ত্বৰ অধ্যাপক মাছিমিলান’ নুজল’ৱে। তেওঁ জনােৱা মতে এই পর্যন্ত পুৰণি সূর্যমন্দিৰটোৰ সামান্য অংশহে দেখা গৈছে। অৱশে যিখিনি দেখা গৈছে, তাৰ পৰাই মিছৰৰ ইতিহাসৰ এক নতুন দিশৰ সন্ধান দিব পাৰে বুলি নুজল’ৱে ধাৰণা কৰে।

উল্লেখ্য যে মিছৰত পিৰামিডৰ পৰা আৰম্ভ কৰি বিভিন্ন আৰাধ্য দেৱতাৰ মন্দিৰ অধিকাংশ ক্ষেত্ৰতে পাথৰৰ দ্বাৰা নির্মাণ কৰা হয়। অৱশ্যে পুৰণি সূর্যমন্দিৰটো পাখৰৰ পৰিৱর্তে মাটিৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল। খননকার্য চলােৱাৰ পাছত প্রত্নতাত্ত্বিকসকলে বহুতাে পাথৰৰ স্তম্ভৰ ভেটিপ্রস্তৰাে পাইছে।

যাৰ পৰাই অনুমান কৰা হৈছে যে মন্দিৰটো ভাঙি তাৰ ওপৰতে নির্মাণ কৰা হৈছিল প্রথমে আৱিষ্কাৰ হােৱা নতুন মন্দিৰটো। সেই সময়তে ভঙা হৈছিল স্তম্ভসমূহ। পুৰণি মন্দিৰটো পৰীক্ষা কৰি প্রত্নতাত্ত্বিকসকলে জনাইছে যে সেই মন্দিৰটো কমেও ৪৫০০ বছৰৰ পূর্বে নির্মাণ কৰা হৈছিল।

মন্দিৰৰ ভিতৰত সেই সময়ৰ বহুতাে সুৰাৰ পাত্রও পােৱা গছে। পােৰা মাটিৰে তৈয়াৰী এই সুৰাৰ পাত্ৰসমূহৰ কোনােবাটোত মাটিও ভর্তি হৈ আছিল। নুজল’ৱে কয় যে সেইবােৰ সূর্যদেৱতাক পূজা কৰাৰ কোনাে ৰীতি-নীতিও হ’ব পাৰে। মিছৰৰ ৰজা ছেৰৰ দ্বাৰা নির্মাণ কৰা সূর্যমন্দিৰটো পৰিচিত হৈ আছে ছেৰ সূর্যমন্দিৰ নামেৰে।

ছেৰ আছিল মিছৰৰ পঞ্চম সাম্রাজ্যৰ ষষ্ঠ ফাৰাও। এই সাম্রাজ্যৰ ফাৰাওসকলে আঢ়ৈ হেজাৰ খ্রীষ্ট পূর্বাব্দত মিছৰত ৰাজত্ব কৰিছিল। ছেৰৰ ৰাজত্বকাল আছিল ২৪০০ খ্রীষ্টপূর্বৰ পৰা ২৩৭০ খ্রীষ্টপূর্ব পর্যন্ত। ঐতিহাসিকসকলৰ মতে,পুৰণি সূর্যমন্দিৰটো নিৰ্মাণ কৰা হৈছিল ছেৰৰ ৰাজত্বকালৰ পৰা কমেও দুটা প্রজন্মৰৰ পূর্বে।

সম্ভৱতঃ পঞ্চম সাম্রাজ্যৰ তৃতীয় বা চতুর্থ ফাৰাওৰ আমােলত সেই মন্দিৰ নিৰ্মাণ কৰিছিল। হয়তাে শেষ বয়সত সেই ফাৰাওৰ মনত ঈশ্বৰত পৰিণত হােৱাৰ হাবিয়াস জন্মিছিল। প্রত্নতাত্ত্বিকসকলে ধাৰণা কৰে যে সেই ফাওজনে যথেষ্ট লৰালৰি কৰি সেই সূর্যমন্দিৰটো নির্মাণ কৰাইছিল।

সেয়ে পাথৰৰ পৰিৱর্তে ব্যৱহাৰ কৰিছিল সহজ বহনযােগ্য মাটিৰ ইটা। নুজল’ৱে ধাৰণা কৰিছে যে সূর্যমন্দিৰৰ পৰা আৰু অনেক তথ্য জানিব পৰা যাব। নুজল’ৱে কয়, ‘সেই সময়ত মিছৰীয়সকলে কিদৰে জীৱন-যাপন কৰিছিল, কি খাইছিল, কি পান কৰিছিল এই সকলােবােৰ তথ্য জনা যাব সেই মন্দিৰৰ ধ্বংসাৱশেষৰ পৰা।’ সম্প্রতি সকলােৱে মন্দিৰৰ খননকার্য সম্পূর্ণ হােৱাৰ অপেক্ষাত আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: EgyptNuzzoloNyuserresun temple
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d