Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Afghanistan Crisis : বন্ধ অনুদান, দুৰ্ভিক্ষৰ শংকা আফগানিস্তানত

publisher by publisher
November 22, 2021
in International, News
Reading Time: 1 min read
0
Afghanistan Crisis : বন্ধ অনুদান, দুৰ্ভিক্ষৰ শংকা আফগানিস্তানত
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

সন্ত্রাস-বিধ্বস্ত এখন দেশ, বিগত তিনি মাহ ধৰি তালিবানৰ দখলত । পূৰ্বৰ চৰকাৰ উচ্ছেদ কৰি আগষ্টত পুনৰ আফগানিস্তান দখল কৰিছে তালিবানে । নিজৰ ‘চৰকাৰ’ হিচাপে ঘোষণা কৰিছে তেওঁলোকে । কিন্তু তালিবান চৰকাৰক মান্যতা দিয়া নাই আমেৰিকা-ব্রিটেইনসহ অধিকাংশ দেশেই । অর্থ আৰু ত্রাণসাহায্য পঠোৱাও বন্ধ কৰি দিছে তেওঁলোকে । ফলত বিদেশী সাহায্যৰ ওপৰত নির্ভৰশীল আফগানিস্তান ক্রমে আৰু দাৰিদ্রতাত বুৰ গৈছে । ৰাষ্ট্ৰসংঘৰ শংকা, এনেদৰে চলিলে অচিৰেই দুর্ভিক্ষ‌ই দেখা দিব দেশখনত ।

ADVERTISEMENT

আমেৰিকাৰ সেনাবাহিনীয়ে আফগানিস্তান ত্যাগ কৰাৰ পাছত বহু লোকে সেই দেশ ত্যাগ কৰি পলায়নৰ চেষ্টা কৰে । কোনো কোনো সফল হয়, বহুতেই ব্যর্থ হয় । ইয়াৰ পাছৰ পৰাই দেশৰ অর্থনৈতিক পৰিকাঠামো ভাঙি পৰে । দীর্ঘ খৰাৰ ফলত শস্য‌ও ভাল নহয় । ফলত চৰম খাদ্য অভাৱৰ সৃষ্টি হয় । ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা সতর্কবার্তা দিয়া হৈছে, শীঘ্রে খৰাং-দুর্ভিক্ষৰ পৰিস্থিতি দেখা দিব দেশখনত ।

বিষয়টো ব্যাখ্যা কৰি ৰাষ্ট্ৰসংঘৰ ‘ফুড এণ্ড এগ্রিকালচাৰেল অর্গেনাইজেছন’ (এফএঅ’)ই জনাইছে, ক্রমশ সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে । ইপিনে অৰ্থাভাৱে জুমুৰি ধৰিছে । এফএঅ’-ৰ আফগান প্রতিনিধি ৰিচার্ড ট্রেনচার্ডে কয়, ‘‘ভয়ানক পৰিস্থিতি । কৃষকসকলৰ স’তে কথা হৈছে । প্রায় সকলোৱেই তেওঁলোকৰ সকলো শস্য হেৰুৱাইছে । বহুতে ঘৰচীয়া পশু বিক্রী কৰিবলৈ বাধ্য হৈছে । এতিয়া তেওঁলোকৰ ওপৰত বিশাল ঋণৰ বোজা । হাতত এটকাও নাই । ঋণ লৈ কোনো মতে সংসাৰ চলাইছে ।’’

ৰিচার্ডে আৰু কয়, ‘‘কোনো কৃষককেই তেওঁলোকৰ ভূমি এৰি যাব বিচৰা নাই । কিন্তু তেওঁলোকৰ খাদ্য নাই । আগৰ শস্য‌ও নাই । শস্য সিঁচিবৰ বাবে প্রয়োজনীয় বীজ নেই । ঘৰচীয়া পশুও বিক্রী কৰিবলগীয়া হৈছে । এনে পৰিস্থিতিত আৰু কোনো পথ খোলা নাই ।’’

ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুযায়ী, বর্তমান এক কোটি ৮৮ লাখ আফগান দৈনন্দিন হাজিৰা কৰি খোৱা সকলে খাদ্যৰ জোগাৰ কৰিব পৰা নাই । চলিত বৰ্ষ সমাপ্ত হোৱাৰ আগতে প্ৰায় দুই কোটি ৩০ লাখ আফগান দাৰিদ্রতাত ভুগিব । চহৰবোৰৰ ওপৰত চাপ বাঢ়িছে । বাসিন্দাসকলৰ সঞ্চয় শেষ হৈছে আৰু ঋণৰ বোজা বাঢ়িছে । এফএঅ’-ৰ শংকা, ২০২২ত দুর্ভিক্ষ দেখা দিব আফগানিস্তানত ।

এই সমস্যা সমাধানৰ উপায় কি ?

বিশেষজ্ঞসকলৰ মত, ‘‘আফগানিস্তানৰ কৃষকসকলক বীজ দিব লাগিব, সাৰ দিব লাগিব । ৱর্ল্ড ফুড প্র’গ্রাম মাৰফত খাদ্যৰ যোগান ধৰিব লাগিব । অৱশ্যে সম্প্ৰতি আটাইতকৈ প্রয়োজনীয়… নগদ ধন ।’’

আফগানিস্তানৰ মেৰুদণ্ড মূলত কৃষিকাৰ্য । দেশখনৰ অর্থনীতিও কৃষিৰ ওপৰত নির্ভৰশীল । দেশখনৰ ৭০ শতাংশ মানুহ বাস কৰে গ্রাম্য অঞ্চলত । সেয়ে প্রায় ৮০ শতাংশৰেই জীৱিকা কৃষি আৰু পশুপালন । ফলত দীর্ঘ খৰাঙৰ বাবে এই সময়ত মানুহৰ হাতত খাদ্য নাই । শস্য সিঁচিবৰ বাবে বীজো নাই । সম্প্ৰতি সাহায্যৰ আশাত সমগ্ৰ বিশ্বলৈ চাই আছে আফগানিস্তানে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfghanistanTalibanUnited Nations
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d