Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bipin Rawat : সেনাপ্রধান বিপিন লক্ষ্মণ সিং ৰাৱতৰ দেহাৱসান

publisher by publisher
December 8, 2021
in India, News
Reading Time: 1 min read
0
Bipin Rawat : সেনাপ্রধান বিপিন লক্ষ্মণ সিং ৰাৱতৰ দেহাৱসান
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

দেশত আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ তামিলনাডু আৰু পশ্চিমবঙ্গত আঠ জন আটক

ফ্ল’ৰিডাৰ ব্যস্ত পথত জৰুৰীকালীন অৱতৰণ ! 

ডেৰশৰো অধিক ডিগ্ৰী আহৰণ কৰা এজন অধ্যাপকৰ বিস্ময়কৰ কাহিনী

ক্ষমতাসীন চৰকাৰৰ কাৰ্যকালত নিযুক্ত প্রথম সেনাপ্রধান বিপিন লক্ষ্মণ সিং ৰাৱতৰ আজি বিমান দুৰ্ঘটনাত মৃত্যু হয় ।

ADVERTISEMENT

১৯৫৮ ৰ ১৬ মার্চত উত্তৰাখণ্ডৰ পৌৰীৰ এখন গড়ৱালি ৰাজপুত পৰিয়ালত জন্ম গ্ৰহণ কৰে ৰাৱতে । তেওঁৰ পিতৃ লক্ষ্মণ সিং ৰাৱত ভাৰতীয় সেনাৰ লেফটেনেন্ট জেনেৰেল আছিল ।

পিতৃক অনুকৰণ কৰিয়ে সেনাত যোগদান দিয়ে ৰাৱতে । ছিমলাৰ ছেন্ট এডৱার্ড স্কুলত শিক্ষাগ্ৰহণ কৰি তেওঁ পুনেত যায় । খড়কভাছলাৰ নেছনেল ডিফেন্স একাডেমিত । পাছত দেহৰাদূনত ইণ্ডিয়ান মিলিটেৰী একাডেমিত প্রশিক্ষণ শেষ কৰি ১৯৭৮ৰ ডিচেম্বৰত যোগ দিয়ে সেনাৰ ১১ গোর্খা ৰাইফলছ বেটেলিয়নত ।

দীর্ঘ কর্মজীৱনৰ বৃহৎ অংশ জম্মু আৰু কাশ্মীৰত অতিবাহিত কৰে ৰাৱতে । ছোপোৰত সন্ত্রাসদমন অভিযানৰ পৰা ৰজৌৰিৰ নিয়ন্ত্রণৰেখাত পাক আক্ৰমণ প্রতিৰোধত তেওঁ আগশাৰীৰ যোদ্ধা হৈ নেতৃত্ব দিছে । তেওঁ উত্তম যুদ্ধ সেবা মেডেল, পৰম বিশিষ্ট সেবা মেডেলসহ একাধিক সেনা-সন্মান লাভ কৰিছে ।

ৰাৱত আফ্রিকাৰ কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিসেনাৰ এটা ব্রিগেডৰ নেতৃত্বত । মেজৰ জেনেৰেল হিচাপে ১৮ নম্বৰ পদাতিক ডিভিছনৰ কমাণ্ডিং অফিচাৰৰ দায়িত্বও পালন কৰিছল তেওঁ ।

লেফটেনেন্ট জেনেৰেল পদত উত্তীর্ণ হোৱাৰ পাছত ৰাৱতে নগালেণ্ডৰ ডিমাপুৰত সেনাৰ ৩ নম্বৰ কোৰৰ কমাণ্ডাৰৰ দায়িত্ব লাভ কৰে । ইয়াৰ পাছত পুনেত দক্ষিণাঞ্চলীয় সেনা কমাণ্ডৰ প্রধানৰ দায়িত্ব লাভ কৰে । ২০১৬ৰ ৩১ ডিচেম্বৰত সেনাপ্রধান হিচাপে দায়িত্বভাৰ লয় । প্রসংগত, সেনাপ্রধান পদত ৰাৱতৰ পূর্বসূৰী জেনেৰেল দলবীৰ সিং সুহাগে ২০১৪-ৰ আগষ্টত দায়িত্ব লয় যদিও তেওঁৰ নিয়োগৰ সিদ্ধান্ত হৈছিল মনমোহন সিং চৰকাৰৰ কাৰ্যকালত ।

ৰাৱত সেনাপ্রধান থকাকালীন কাশ্মীৰত শিল দলিওৱা ৰোধ কৰিবলৈ এজন বিক্ষোভকাৰীক জিপত বান্ধি ঘূৰাইছিল সেনাই । সেই পদক্ষেপ সমর্থন কৰি তেওঁ বিতর্কত সাঙোৰ খাই পৰিছিল । পাছত কাশ্মীৰত বিক্ষোকাৰীসকলৰ শিলত সেনাৰ আহত হোৱাৰ ঘটনাত ক্ষোভ প্রকাশ কৰি তেওঁ কয়, ‘‘শিলৰ পৰিৱৰ্তে যদিও তেওঁলোকে গুলি চালনা কৰিলে হয়, আমাৰ বাবে যুঁজ দিয়া অধিক সহজ হ’ল হয় ।’’

তিনি বছৰ কাম কৰাৰ পাছত ২০১৯ৰ ৩১ ডিচেম্বৰত স্থলসেনা প্রধানৰ পদৰ পৰা অৱসৰ লোৱাৰ কথা আছিল ৰাৱতৰ । তাৰ এদিন পূৰ্বে দেশৰ প্রথম সেনা প্ৰধান পদত তেওঁক নিযুক্ত কৰে মোদী চৰকাৰে ।

ৰাৱতৰ আগতে ভাৰতৰ দুই প্রাক্তন সেনাপ্রধান কে এম কাৰিয়াপ্পা আৰু শ্যাম মানেকছকৰ অৱসৰৰ পাছত আলংকাৰিকভাৱে ফিল্ড মার্ছেল পদত উত্তীর্ণ কৰা হয় যদিও আনুষ্ঠানিকভাৱে স্থল, নৌ আৰু বায়ুসেনাৰ সমন্বয় ৰক্ষাৰ দায়িত্ব লাভ নকৰে । মোদী চৰকাৰে সেনা বিধি সংশোধন কৰি ৰাৱতকেই প্রথম তিনি বাহিনীৰ ‘ছিংগল পয়েন্ট এডভাইজৰ’-ৰ দায়িত্ব দিছিল । জল্পনা আছিল, অৱসৰৰ আগতে ৰাৱতকো পঞ্চতাৰকা ফিল্ড মার্ছেল পদত উন্নীত কৰাৰ । ইহকালত সেই সুযোগ লাভ নকৰিলে ৰাৱতে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bipin Rawatplane crashTAMIL NADU
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d